ইণ্টাৰনেট

ইণ্টাৰনেট বা অন্তৰ্জাল হৈছে কম্পিউটাৰ নেটৱৰ্কৰ এটা অত্যাধুনিক ব্যৱস্থা। ই নেটৱৰ্ক আৰু ডিভাইচসমূহৰ মাজত সংযোগ স্থাপন কৰিবলৈ ইণ্টাৰনেট প্ৰ'ট'কল ছুইট (TCP/IP) ব্যৱহাৰ কৰে। ই হৈছে নেটৱৰ্কৰ নেটৱৰ্ক যি ৰাজহুৱা, প্ৰশাসনিক, চৰকাৰী, ব্যৱসায় সংক্ৰান্তিয় ডাটাসমূহ ছেটেলাইট, অপ্টিকেল ফাইবাৰ, ওৱায়াৰলেছ বা কেবুল আৰু অন্যান্য আধুনিক কাৰিকৰী মাধ্যমেৰে প্ৰদান কৰে। ইণ্টাৰনেটে ইলেক্ট্ৰনিক মেইল, অনলাইন চ্চেট, ফাইল স্থানান্তৰ (FTP), অনলাইন ভিডিঅ' আৰু অন্যান্য তথ্য World Wide Web (WWW)-ৰ মাধ্যমেৰে যোগান ধৰে। ইণ্টাৰনেট হৈছে বিশ্বব্যাপী যোগাযোগ ব্যৱস্থা, হাৰ্ডৱেৰ আৰু ছ'ফ্টৱেৰ ব্যৱস্থাৰ সহযোগত কম্পিউটাৰলৈ সংযোগিত হয়। ইণ্টাৰনেটে হাইপাৰলিংক বা URLৰ মাধ্যমেৰে কম্পিউটাৰলৈ ডাটা কঢ়িয়াই আনে। সহজ ভাষাত এটা নেটৱৰ্কত যদি কেইবাহাজাৰ কম্পিউটাৰ আছে তেন্তে এনে হাজাৰ হাজাৰ বিভিন্ন প্ৰকাৰ আৰু আকাৰৰ নেটৱৰ্কৰ সমষ্টিয়েই ইণ্টাৰনেট।

ইণ্টাৰনেট
বিশ্বৰ দেশে দেশে ইণ্টাৰনেট ব্যবহাৰকাৰীৰ সংখ্যা প্ৰদৰ্শনকাৰী মানচিত্ৰ, ২০০৭ চনৰ হিচাব অনুসৰি
ইণ্টাৰনেট
ইণ্টাৰনেট মানচিত্ৰ

আজিকালিৰ মানুহে প্ৰায়ে সকলো কাম ইণ্টাৰনেটৰ যোগেদি কৰে। সেয়েহে আজিকালিৰ বেছিভাগ মানুহ ইণ্টাৰনেটৰ ওপৰত নিৰ্ভৰশীল। সেই মানুহবোৰক কেন্দ্ৰ কৰি আজিকালিৰ মানুহে ইণ্টাৰনেটক নিজৰ জীৱিকাৰ পথ হিচাপে বাছি লৈছে।

লগতে চাওক

নেট নিৰপেক্ষতা

তথ্যসূত্ৰ

Tags:

ইমেইলকম্পিউটাৰ নেটৱৰ্কছ'ফ্টৱেৰ

🔥 Trending searches on Wiki অসমীয়া:

শকুন্তলা (চলচ্চিত্ৰ)অসম চুক্তিনাঙলভাৰতৰ ইতিহাসজাপিজাতি লাউগোৱালপৰীয়া লোকগীতভৃগু কুমাৰ ফুকনবৌদ্ধ ধৰ্মগড়মূৰ সত্ৰকম্পিউটাৰউমানন্দচান্দ সদাগৰৰুদ্ৰ কন্দলীৰামায়ণএকচেটীয়া বজাৰনেতাই ধুবুনী ঘাটভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকামহাদেশবচন (ব্যাকৰণ)মোৱামৰীয়া বিদ্ৰোহআনন্দৰাম বৰুৱাসোণোৱাল কছাৰীবিশ্বনাথ ঘাটচ্যু-কা-ফাজল প্ৰদূষণঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইন, ২০০৫বাল্য বিবাহমানচিত্ৰঅনুৰাধা শৰ্মা পূজাৰীজলবায়ুসংখ্যাঅসম চাহঅসমীয়া উপন্যাসঅম্বিকাগিৰি ৰায়চৌধুৰীআইদেউ সন্দিকৈৰাজহুৱা ক্ষেত্ৰনামঘৰকীৰ্তন-ঘোষাজলসিঞ্চনশৰৎচন্দ্ৰ চট্টোপাধ্যায়আলেকজেণ্ডাৰ গ্ৰাহাম বে'লপুথিভঁৰালঅসমৰ চিত্ৰকলাৰ ইতিহাসভট্টদেৱৰ গদ্যশৈলীগুণাভিৰাম বৰুৱানলবাৰী জিলাঅনাভেদী যৌনক্ৰিয়াঅসমৰ পৰম্পৰাগত খেল-ধেমালিশিৱসাগৰৰ শিৱদৌলবৰাক উপত্যকাজয়মতী কুঁৱৰীভেঁকুৰমৌলিক সংখ্যাকেশৱ মহন্তৰাজিয়া চুলতানাৰুক্মিণীপাচন তন্ত্ৰবিবাহশিৱম'হৰ শিঙৰ পেঁপানাৰীভট্টদেৱভাৰতীয় জনতা পাৰ্টিযকৃৎঘৰচিৰিকাহিমন্ত বিশ্ব শৰ্মাশোণিত কুঁৱৰীছাইমন কমিশ্যনযতীন বৰাপদ্মধৰ চলিহাভাৰতৰ ৰাষ্ট্ৰপতিভাৰত-ইউৰোপীয় ভাষা পৰিয়ালগৱেষণা পদ্ধতি সম্পৰ্কীয় অসমীয়া গ্ৰন্থৰ তালিকাঅসমৰ কাঁহ শিল্পবাথৌ পূজা🡆 More