৭ জুন: তাৰিখ

৭ জুন (ইংৰাজী: 7 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৫৮তম (অধিবৰ্ষত ১৫৯তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২০৭টা দিন বাকী থাকে।

১০ ১১ ১২ ১৩ ১৪ ১৫
১৬ ১৭ ১৮ ১৯ ২০ ২১ ২২
২৩ ২৪ ২৫ ২৬ ২৭ ২৮ ২৯
৩০  

ঘটনাৱলী

  • ১৯৬৩ - প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে শৰাইঘাট দলংখন আনুষ্ঠানিকভাৱে যাত্ৰীৰ বাবে মুকলি কৰিছিল। এইখন হ'ল অসমৰ গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত প্ৰথমখন ৰেলপথযুক্ত দলং।
  • ১৯৭২ - অসম বিধানসভাৰ অধিৱেশনত শ্বিলঙৰপৰা অসমৰ ৰাজধানী দিছপুৰলৈ স্থানান্তৰ কৰাৰ সিদ্ধান্ত লোৱা হয়।
  • ১৯৭৯ - ভাৰতৰ বনাঞ্চল, জলভাগ আৰু হিম অঞ্চল অধ্যয়ন কৰাৰ বাবে ৰাছিয়াৰ চিয়েৰ্ছ লেকৰ পৰা ভাৰতৰ নিজা প্ৰযুক্তিৰ দ্বিতীয় উপগ্ৰহ ভাস্কৰ -১ প্ৰেক্ষপণ কৰে। ইয়াৰ ওজন আছিল ৪৪৪ কিঃগ্ৰাঃ।

জন্ম

  • ১৪৯০ - মথুৰা দাস বুঢ়া আতা, ধৰ্ম প্ৰচাৰক। তেখেতৰ আদি নাম আছিল গোপাল তাঁতী।
  • ১৯৩২ - এম. এছ. নৰসিংহন, ভাৰতীয় গণিতজ্ঞ।
  • ১৯৩৫ - শ্যামা, ভাৰতীয় অভিনেত্ৰী।
  • ১৯৫২ - অৰহান পামুক, তুৰ্কী ঔপন্যাসিক, চিত্ৰনাট্যকাৰ, শিক্ষাবিদ।
  • ১৯৭৪ - এডৱাৰ্ড মাইকেল বিয়েৰ গ্ৰিলচ্, এজন দুঃসাহসী ব্ৰিটিছ অভিযাত্ৰী, লিখক আৰু দূৰদৰ্শনৰ উপস্থাপক।
  • ১৯৭৪ - মহেশ ভূপতি, ভাৰতীয় টেনিছ খেলুৱৈ।
  • ১৯৭৫ - একতা কাপুৰ, ভাৰতীয় টেলিভিছন প্ৰযোজক, চলচ্চিত্ৰ প্ৰযোজক, পৰিচালক।

মৃত্যু

  • ১৯৫৪ - এলান মেথিছন ট্যুৰিং, ইংৰাজ গণিতজ্ঞ, তৰ্কবিজ্ঞানী, সংকেতবিশ্লেষক আৰু কম্পিউটাৰ বিজ্ঞানী।
  • ১৯৬৪ - পাৰ্বতী প্ৰসাদ বৰুৱা, অসমীয়া সাহিত্যিক, কবি, গীতকাৰ তথা নাট্যকাৰ।
  • ১৯৮৬ - অতুল চন্দ্ৰ হাজৰিকা, অসমীয়া কবি, নাট্যকাৰ, গদ্য লেখক আৰু শিশু সাহিত্যিক।
  • ১৯৮২ - কৃষ্ণকান্ত সন্দিকৈ, অসমীয়া লেখক, সংস্কৃত পণ্ডিত আৰু শিক্ষাবিদঅসমৰ এজন লেখক, সংস্কৃত পণ্ডিত আৰু শিক্ষাবিদ।
  • ২০০০ - ৰবীন বৰুৱা, সাংবাদিক।
  • ২০২১ - ধীৰজ বাৰ্মা , আন্তঃৰাষ্টীয় পয্যায়ৰ ভাৰতীয় কমিক্‌ছ শিল্পী। অসমৰ মানাহ অভয়াৰন্যৰ পটভূমিত সৃষ্টি কৰা জনপ্ৰিয় চৰিত্ৰ কৌবি আৰু ভেড়ীয়া (ৰাজ কমিক্ছ) আৰু আন্তঃৰাষ্টীয় পয্যায়ত লেডী ডেথ্, ট্ৰান্সফৰ্মাছ আৰু কেনন চৰিত্ৰৰ ৰেখাচিত্ৰ শিল্পী আছিল। (জঃ২২ অক্টোৱৰ, ১৯৬৭)

দিৱস

  • আজি পেৰুৰ পতাকা দিৱস।

তথ্য সংগ্ৰহ


Tags:

৭ জুন ঘটনাৱলী৭ জুন জন্ম৭ জুন মৃত্যু৭ জুন দিৱস৭ জুন তথ্য সংগ্ৰহ৭ জুনঅধিবৰ্ষইংৰাজী ভাষাগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিন

🔥 Trending searches on Wiki অসমীয়া:

মোৰ জীৱন সোঁৱৰণঅসমৰ সত্ৰসমূহৰ তালিকাধাতুশিলঘাটজতুৱা ঠাঁচঅসমৰ ৰাজ্যিক প্ৰতীকসমূহৰীমা দাসআৰ. এম. এছ. টাইটানিককাৰেংঘৰনৰেন্দ্ৰ মোদীবাল্য বিবাহচীনহিউৱেন-চাংখেলমা জনগোষ্ঠীদীপৰ বিললাচিত বৰফুকনপৰিমেয় সংখ্যাআধুনিকতাবাদগৱেষণাচ্যু-কা-ফাভাৰতীয় শিল্পকলাভাৰতৰ স্বাধীনতা আন্দোলনস্বচ্ছ ভাৰত অভিযানজাহ্নু বৰুৱাইটো সিটো বহুতোপৰিসংখ্যাউটবড়ো সাহিত্য সভাসতীদাহ প্ৰথাবিহুৰ সাজ-পোচাক আৰু অলংকাৰকালিদাসকোচ ৰাজবংশীপুৰাণপাণিনিকলীয়াভোমোৰা সেতুতিনিচুকীয়া জিলাআৱাহন (আলোচনী)তিৱা জনগোষ্ঠীমাৰ্কাছ টুলিয়াছ চিচেৰোউদাৰনৈতিকতাবাদজন গণ মনকীৰ্তন-ঘোষাসিন্ধু সভ্যতাঅভিমন্যুতলাতল ঘৰমহা মৃত্যুঞ্জয় মন্দিৰদশাৱতাৰএম ভেঙ্কায়াহ নাইডুশ্ৰী সূৰ্য পাহাৰঅসমৰ ইতিহাসপঁচতি উৎসৱগগনাভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকাএচিদ বৰষুণনলিনীবালা দেৱীবাণ ৰঙ্গমঞ্চঅৰুণোদইৰুবুল মাউতবাৰ্ট্ৰেণ্ড ৰাছেলবৰ্মণ ৰাজবংশপীতাম্বৰ কবিভাৰতৰ মুখ্য ন্যায়াধীশলিংগভিত্তিক অধ্যয়নআৰ্যভট্টদিনপৰিয়ালভাৰতৰ ৰাষ্ট্ৰপতিসংগীতপৰিৱেশ অধ্যয়নআকাশী গংগা জলপ্ৰপাতৰাজ্যসভাবৌদ্ধ ধৰ্ম🡆 More