ব্ৰুছ লী: সমৰ কলা শিল্পী (1940–1973)

ব্ৰুছ লী (ইংৰাজী: Bruce Lee) লী জুন ফেন বা পেছাদাৰীগতভাৱে ব্ৰুছ লী নামেৰে পৰিচিত এগৰাকী হংকং আমেৰিকান সমৰ কলা শিল্পী, অভিনেতা, পৰিচালক, সমৰ কলা প্ৰশিক্ষক আৰু দাৰ্শনিক। তেওঁ বিভিন্ন সমৰ কলা শাখাৰ পৰা আহৰণ কৰি অনা এক হাইব্ৰিড মাৰ্চিয়েল আৰ্ট দৰ্শন জিৎ কুনে ডোৰ প্ৰতিষ্ঠাপক আছিল যাক প্ৰায়ে আধুনিক মিশ্ৰিত সমৰ কলাৰ পথ প্ৰশস্ত কৰাৰো কৃতিত্ব দিয়া হয়। ব্ৰুছ লীক ভাষ্যকাৰ, সমালোচক, সংবাদ মাধ্যম আৰু অন্যান্য সমৰ কলা শিল্পীসকলে সৰ্বকালৰ আটাইতকৈ প্ৰভাৱশালী সমৰ কলা শিল্পী আৰু পূব আৰু পশ্চিমৰ মাজৰ ব্যৱধান দূৰ কৰা বিংশ শতিকাৰ পপ সংস্কৃতিৰ আদৰ্শ ব্যক্তি বুলি গণ্য কৰে। আমেৰিকান চলচ্চিত্ৰত এছিয়ান লোকসকলৰ উপস্থাপনৰ শৈলী সলনি কৰাত সহায় কৰাৰ কৃতিত্বও তেওঁক দিয়া হয়।

ব্ৰুছ লী
Bruce Lee
১৯৭১ চনৰ চলচ্চিত্ৰ দ্য বিগ ব’চত ব্ৰুছ লী
স্থানীয় নাম 李小龍
জন্ম লী জুন ফেন (Lee Jun-fan); (李振藩)
২৭ নৱেম্বৰ, ১৯৪০
San Francisco, California, U.S.
মৃত্যু ২০ জুলাই, ১৯৭৩ (৩২ বছৰ)
Kowloon Tong,
Hong Kong
মৃত্যুৰ কাৰণ Cerebral edema
সমাধিস্থল Lake View Cemetery, Seattle, Washington, U.S.
অন্য নাম Bruce Lee Siu-lung, Lee Yuen-cham, Lee Yuen-kam
নাগৰিকত্ব
  • United States
  • Hong Kong
শিক্ষানুষ্ঠান University of Washington
পেচা
  • Martial artist
  • philosopher
  • actor
  • director
  • screenwriter
  • producer
সক্ৰিয় হৈ থকা সময় 1941–1973
দাম্পত্যসঙ্গী Linda Emery (বি. ১৯৬৪)
সন্তান Brandon and Shannon Lee
আত্মীয়-স্বজন
  • Peter Lee (brother)
  • Robert Lee (brother)
স্বাক্ষৰ
ব্ৰুছ লী: সমৰ কলা শিল্পী (1940–1973)
ৱেবছাইট
Bruce Lee Foundation

তথ্যসূত্ৰ

বাহ্যিক সংযোগ

Tags:

en:Hong Kong Americanen:Hybrid martial artsen:Mixed martial artsইংৰাজী ভাষাসমৰ কলা

🔥 Trending searches on Wiki অসমীয়া:

বুঢ়ী আইৰ সাধুপ্ৰাকৃতিক দুৰ্যোগৰজনীকান্ত বৰদলৈগদ্যসৰ্থেবাৰীফণী শৰ্মাভাৰতীয় দৰ্শনমণিৰাম দেৱান (চলচ্চিত্ৰ)শিৱভাৰতীয় ৰেলধাতুঅগ্নিগড়ৱেষ্ট ইণ্ডিজগুণাভিৰাম বৰুৱাবিঘাৰামধেনুসৌৰজগতঅশোকাষ্টমীনাৰী সবলীকৰণঅসমীয়া সাহিত্যৰ অৰুণোদয় যুগইউনিয়ন বেংক অৱ ইণ্ডিয়াজেং বিহুগোলকীয় নাগৰিকত্বপিয়লি ফুকনপৰ্যটননাট্য শাস্ত্ৰম'লজাহ্নু বৰুৱাবাগ্‌ধ্বনিভাৰতৰ প্ৰধানমন্ত্ৰীঅসমীয়া লোক-সংস্কৃতিত ভূত-প্ৰেতঁ (চন্দ্ৰবিন্দু)অসমৰ সত্ৰসমূহৰ তালিকাঐনিতমভাৰতৰ স্বাধীনতা আন্দোলনঅম্বুবাচীকেন্দ্ৰীয় শাসিত অঞ্চলবগীবিল দলংউদ্বিগ্নতাচাহেবপুৰাৰ বৰষুণঅসমীয়া ব্যাকৰণঅসম আন্দোলনঋতুখিলঞ্জীয়া লোকঅসমৰ জনগোষ্ঠীউপেন্দ্ৰনাথ ব্ৰহ্মনামদাঙৰ শিলৰ সাঁকোকম্পিউটাৰনয়নতৰাপিঠাজয়মতী (১৯৩৫ চলচ্চিত্ৰ)সৰ্বশিক্ষা অভিযানসত্ৰশৰাইঘাট দলংৰামমোহন ৰায়ভূগোলআধুনিকতাবাদলভিতাবৰহমথুৰিশোভা ব্ৰহ্মগোলকীকৰণইটাখুলিৰ ৰণযাদৱ পায়েংসালোক সংশ্লেষণচ'মাংকানচন্দ্ৰগুপ্ত মৌৰ্যউৰ্দু ভাষাইটো সিটো বহুতোঅসমৰ নৃ-প্ৰজাতীয় গাঁথনিকাৰ্বি ভাষাঅসমৰ লোকবাদ্যভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাচিত্ৰ-ভাগৱতশিৱসাগৰভাৰতীয় নাগৰিকত্ব আইনৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান🡆 More