পৰঘুমা

পৰঘুমা (ইংৰাজী: Green Imperial Pigeon, বৈজ্ঞানিক নাম-Ducula aenea) কপৌ গোটৰ এবিধ চৰাইৰ প্ৰজাতি। ই বিষুৱীয় দক্ষিণ এছিয়াত ভাৰতৰ পৰা ইণ্ডোনেছিয়া পৰ্যন্ত বহুলভাৱে বিস্তৃত হৈ থকা চৰাইৰ প্ৰজাতি।

পৰঘুমা
পৰঘুমা
সংৰক্ষণ স্থিতি
পৰঘুমা
সংকটৰপৰা মুক্ত  (IUCN 3.1)
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Aves
বৰ্গ: Columbiformes
পৰিয়াল: Columbidae
গণ: Ducula
প্ৰজাতি: D. aenea
বৈজ্ঞানিক নাম
Ducula aenea
(Linnaeus, 1766)
সমাৰ্থক
  • Carpophaga aenothorax
  • Ducula aeneus

বিৱৰণ

পৰঘুমাৰ দেহটো থুপুকা। দেহৰ দৈৰ্ঘ্য ৪৫ ছে:মি। দেহটৌৰ বৰণ পাতল নীলা-বেঙুনীয়া। ডেউকা ধাতব সেউজীয়া বৰণৰ। মূৰ অংশ বগা। মতা আৰু মাইকী দুয়োবিধেই দেখিবলৈ একে হয়।

বিতৰণ

পৰঘুমা সমগ্ৰ বিশ্বতে বহুলভাৱে বিস্তৃত চৰাইৰ প্ৰজাতি। ইয়াক প্ৰধানকৈ বাংলাদেশ, ভূটান, ব্ৰুনেই, কম্বোডিয়া, চীন, ভাৰত, ইণ্ডোনেছিয়া, মালয়েছিয়া, চিংগাপুৰ, ম্যানমাৰ, ফিলিপাইনছ, শ্ৰীলংকা, থাইলেণ্ড, ভিয়েটনাম আদিত দেখা পোৱা যায়।

আচৰণ

এই চৰাইবিধে উদ্ভিদজাত সামগ্ৰী খাই জীয়াই থাকে। ইয়াৰ উৰণ দ্ৰুত। ই গছত গছৰ ঠানি আদিৰ বাহ সাজি এটা মাত্ৰ বগা কণী পাৰে। ইহঁ‌তে সৰু সৰু জাক গঠন কৰিব পাৰে।

খাদ্য

পৰঘুমাই সাধাৰণতে গছৰ ওপৰ অংশ (tree canopy)ৰ পৰা পাত আদি খায়। ইহঁতে সৰু সৰু গোটত চৰে। ইয়াৰ মাতটো গভীৰ আৰু অনুনাদীয় (resonant)।

প্ৰজনন

ই এবিধ বনাঞ্চলত বাস কৰা চৰাইৰ প্ৰজাতি। ই গছত ডালৰ টুকুৰা আদিৰে বাহ সাজে, এবাৰত এটাকৈ বগা বৰণৰ কণী পাৰে।

আলোকচিত্ৰৰ ভঁৰাল

তথ্যসূত্ৰ

বাহ্যিক সংযোগ

  • পৰঘুমা  ৱিকিমিডিয়া কমন্সত Ducula aenea সম্পৰ্কীয় মিডিয়া ফাইল।

Tags:

পৰঘুমা বিৱৰণপৰঘুমা বিতৰণপৰঘুমা আচৰণপৰঘুমা আলোকচিত্ৰৰ ভঁৰালপৰঘুমা তথ্যসূত্ৰপৰঘুমা বাহ্যিক সংযোগপৰঘুমাইংৰাজী ভাষাইণ্ডোনেছিয়াএছিয়াভাৰত

🔥 Trending searches on Wiki অসমীয়া:

কুলিদূৰদৰ্শন (চেনেল)আন্তৰ্জাতিক শ্ৰমিক দিৱসহীৰেন গোহাঁইপাকস্থলীব'হাগ বিহুকামৰূপী উপভাষাঅসমীয়া গালি-গালাজঢ়সাধুকথালিংগ (জৈৱিক)ডাকৰ বচনমনালিছাসাপছিৰাজ (১৯৪৮ চলচ্চিত্ৰ)যোগেশ দাসৰবীন্দ্ৰনাথ ঠাকুৰঅসমীয়া কবিতাশিশু সাহিত্যহীৰেন্দ্ৰ নাথ দত্তগৱেষণা পদ্ধতি সম্পৰ্কীয় অসমীয়া গ্ৰন্থৰ তালিকাএ পি জে আব্দুল কালামনীলমণি ফুকন (জ্যেষ্ঠ)সন্ধ্যাৰাগ (চলচ্চিত্ৰ)শিৱসাগৰভাষাবিজ্ঞানইংৰাজী ভাষাভেঁকুৰউদাৰনৈতিকতাবাদভঠেলিভাৰতৰ স্বাধীনতা আন্দোলনভক্তি ৰত্নাৱলীদুৰ্গা পূজাএইচ.আই.ভি/এইড্‌ছমাধৱ কন্দলিবিশ্ব মেলেৰিয়া দিৱসমানুহৰ কংকালআৰ্যভট্টমৰুভূমিআনন্দ চন্দ্ৰ আগৰৱালাপালি ভাষাপিয়লি ফুকনলোকাচাৰসাগৰৰাধাগোবিন্দ বৰুৱাঅসমীয়া গীতি সাহিত্যসেউজ গৃহ প্ৰভাৱযতীন্দ্ৰ নাথ দুৱৰাহেমচন্দ্ৰ গোস্বামী (মুখাশিল্পী)সমাজমূৰাৰা, ৰঙিয়াপুৰুষোত্তম দাসমামণি ৰয়ছম গোস্বামীৰ উপন্যাসদিখৌ নদীলক্ষ্যধৰ চৌধুৰীইয়াত এখন অৰণ্য আছিলঅন্তৰীপ (উপন্যাস)হেম বৰুৱা (ত্যাগবীৰ)আনন্দৰাম বৰুৱাকাল সংহতিঅসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকাপৰ্যাবৃত্ত তালিকাআত্মসহায়ক গোটভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকাযোৰহাট জিলাসালোক সংশ্লেষণয়অৰুণ শৰ্মাচীনঅযোধ্যা (পৌৰাণিক নগৰ)বেটুপাতঅৰূপা পটংগীয়া কলিতাঅসম আন্দোলন🡆 More