চুখাংফা

চাওলুং চ্যু-খাং-ফা (আহোম: 𑜋𑜰𑜫 𑜎𑜤𑜂𑜫 𑜏𑜢𑜤𑜰𑜫 𑜁𑜂𑜫 𑜇𑜡)মৌঙ ডুন চোন খাম বা আহোম ৰাজ্যৰ চতুৰ্থজন স্বৰ্গদেউ বা চাওফা আছিল। তেখেত চাওলুং চুবিণ্‌ফাৰ বৰ পুতেক আছিল। তেখেত ১২৯৩ চনত ৰাজপাটত বহে।

চাওলুং চ্যু-খাং-ফা
𑜋𑜰𑜫 𑜎𑜤𑜂𑜫 𑜏𑜢𑜤𑜰𑜫 𑜁𑜂𑜫 𑜇𑜡
চাওলুং আহোম ভাষা
অসমৰ ৰজা
চাওলুং চ্যু-খ্ৰাম্‌-ফা
সম্পূৰ্ণ নাম
চাওলুং চ্যু-খাং-ফা
বাসগৃহ ছ্যু ফৈদ , আহোম ৰাজবংশ
ধৰ্ম আহোম ধৰ্ম
আহোম ৰাজবংশ
চুখাংফা
চ্যু-কা-ফা ১২২৮–১২৬৮
চুতেওফা ১২৬৮–১২৮১
চুবিণ্‌ফা ১২৮১–১২৯৩
চুখাংফা ১২৯৩–১৩৩২
চুখ্ৰাম্‌ফা ১৩৩২–১৩৬৪
শাসক নাই ১৩৬৪–১৩৬৯
চুতুফা ১৩৬৯–১৩৭৬
শাসক নাই ১৩৭৬–১৩৮০
ত্যাও খাম্‌টি ১৩৮০–১৩৮৯
শাসক নাই ১৩৮৯–১৩৯৭
চুডাংফা ১৩৯৭–১৪০৭
চুজান্‌ফা ১৪০৭–১৪২২
১০ চুফক্‌ফা ১৪২২–১৪৩৯
১১ চুচেনফা ১৪৩৯–১৪৮৮
১২ চুহেনফা ১৪৮৮–১৪৯৩
১৩ চুপিম্‌ফা ১৪৯৩–১৪৯৭
১৪ চুহুন্মুং ১৪৯৭–১৫৩৯
১৫ চুক্লেণমুং ১৫৩৯–১৫৫২
১৬ চুখাম্‌ফা ১৫৫২–১৬০৩
১৭ চুচেংফা ১৬০৩–১৬৪১
১৮ চুৰাম্‌ফা ১৬৪১–১৬৪৪
১৯ চুত্যিণ্‌ফা ১৬৪৪–১৬৪৮
২০ চুতাম্লা ১৬৪৮–১৬৬৩
২১ চুপংমুং ১৬৬৩–১৬৭০
২২ চুন্যৎফা ১৬৭০–১৬৭২
২৩ চুক্লমফা ১৬৭২–১৬৭৪
২৪ চুহুংফা ১৬৭৪–১৬৭৫
২৫ গোবৰ ৰজা ১৬৭৫–১৬৭৫
২৬ চুজিন্‌ফা ১৬৭৫–১৬৭৭
২৭ চুদৈফা ১৬৭৭–১৬৭৯
২৮ চুলিক্‌ফা ১৬৭৯–১৬৮১
২৯ চুপাতফা ১৬৮১–১৬৯৬
৩০ চুখ্ৰংফা ১৬৯৬–১৭১৪
৩১ চুতণফা ১৭১৪–১৭৪৪
৩২ চুণেণফা ১৭৪৪–১৭৫১
৩৩ চুৰেম্‌ফা ১৭৫১–১৭৬৯
৩৪ চুণ্যেউফা ১৭৬৯–১৭৮০
৩৫ চুহিত্পংফা ১৭৮০–১৭৯৫
৩৬ চুক্লিংফা ১৭৯৫–১৮১১
৩৭ চুদিংফা ১৮১১–১৮১৮
৩৮ পুৰন্দৰ সিংহ ১৮১৮–১৮১৯
৩৯ চুদিংফা ১৮১৯–১৮২১
৪০ যোগেশ্বৰ সিংহ ১৮২১–১৮২৪
৪১ পুৰন্দৰ সিংহ ১৮৩২–১৮৩৯

চুখাংফাই কমতাপুৰ ৰাজ্য আক্ৰমণ কৰে আৰু কমতাপুৰৰ ৰজা দুৰ্ল্লভ নাৰায়ণে যুদ্ধ পৰাজিত হৈ সন্ধি প্ৰস্তাব দি নিজ কন্যা ৰাজনীক স্বৰ্গদেউলৈ বিয়া দিয়ে।

চুখাংফাই ৩৯ বছৰ কাল ৰাজত্ব কৰি ১৩৩২ চনত মৃত্যুবৰণ কৰে ।

এখেতৰ ৰাজত্ব কালত বুঢ়াগোঁহাই পদত কোনো নাছিল আৰু বৰগোঁহাই পদত চাওপাংবণ্ডুক আছিল।

Tags:

আহোম ভাষাআহোম ৰাজ্যচুবিণ্‌ফাস্বৰ্গদেউ

🔥 Trending searches on Wiki অসমীয়া:

মিয়া খলিফাঅসমৰ বাঁহ-বেতৰ শিল্পমেলেৰিয়াবাগ্‌ধ্বনিবৰপেটাদিহানামযোৰহাটঅন্তৰীপ (উপন্যাস)উমাচল শিলালিপিভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাইন্দিৰা মিৰিমামণি ৰয়ছম গোস্বামীৰ উপন্যাসভাৰত ৰত্নহৰিবৰ বিপ্ৰসন্ধিঅৰ্থনীতিএ পি জে আব্দুল কালামযোৰানামবৰাক উপত্যকাঅভিধানমূৰাৰা, ৰঙিয়াব্ৰহ্মপুত্ৰ নদঅসমৰ মুখা শিল্পঅসহযোগ আন্দোলনশাল গছদীৰ্ঘেশ্বৰী দেৱালয়ব্যষ্টিবাদী অৰ্থনীতিচক্ৰধ্বজ সিংহ (নাটক)জলসিঞ্চনউদয় শংকৰঅসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৱিকিপিডিয়ামানৱ উন্নয়ন সূচকপাঠ পৰিকল্পনাঅসমীয়া সাহিত্যযুগ্ম সংখ্যাপৰিৱেশ বিজ্ঞানতলাতল ঘৰমৌখিক পৰম্পৰাৰঙিয়াৰাধাগোবিন্দ বৰুৱাপিঠাপাৰিপাৰ্শ্বিক সংঘাতবতৰনাৰীৰামমোহন ৰায়ভাৰতৰ সংৰক্ষণ ব্যৱস্থাবিয়া নামজৈৱ বৈচিত্ৰ্যআকবৰভাওনাপৰিৱেশ তন্ত্ৰপঞ্চভুজশক্তিবনাঞ্চল ধ্বংস আৰু জলবায়ু পৰিৱৰ্তনখামটি জনগোষ্ঠীশ্ৰীশ্ৰীপৰিহৰেশ্বৰ দেৱালয়ওজাপালিবাঁহনেতাই ধুবুনী ঘাটগগনাঅৰণ্যব্ৰিটিছ ৰাজবসন্ত ৰোগজিকিৰসাঁচিপাত২৪ এপ্ৰিলধাতু আৰু অধাতুবাঁহীসাগৰদশৰথবুৰঞ্জীতিৱা জনগোষ্ঠীচিপাহী বিদ্ৰোহ ১৮৫৭কলিমা🡆 More