যোনি: নাৰীৰ প্ৰজনন অংগ

যোনি ( লেটিন : ভেজিনা) নাৰী শৰীৰৰ এটা গুৰুত্বপূৰ্ণ অংগ যি একেলগে প্ৰজননতন্ত্ৰ আৰু ৰেচনতন্ত্ৰৰ অংশ।যোনি হৈছে নাৰীৰ প্ৰজনন তন্ত্ৰৰ বাহিৰৰ অংশ। যৌন সম্পৰ্কৰ সময়ত পুৰুষে নিজৰ লিংগটো মাইকীজনীৰ যোনিত সুমুৱাই দিয়ে আৰু অংগ সঞ্চালনৰ মাধ্যমেৰে বীৰ্য নিক্ষেপ কৰে। এই শুক্ৰাণুৱে নাৰীৰ জৰায়ুত থকা কণীক নিষিক্ত কৰি মানুহৰ ভ্ৰূণ জন্ম দিবলৈ সক্ষম হয়। আনহাতে মহিলাৰ ঋতুস্ৰাৱৰ সময়ত যোনিৰ পৰা তেজ নিৰ্গত হয়। স্বাভাৱিক অৱস্থাত যোনি পথেৰে সন্তান প্ৰসৱ কৰা হয়। যোনি হৈছে জৰায়ুৰ পৰা নাৰীৰ শৰীৰৰ বাহিৰৰ অংশলৈকে বিস্তৃত আঁহযুক্ত পেশীবহুল নলী৷

Vagina
যোনি: নাৰীৰ প্ৰজনন অংগ
Human vagina; normal canal (left) and canal during menopause (right)
যোনি: নাৰীৰ প্ৰজনন অংগ
Diagram of the female human reproductive tract and ovaries
সবিশেষ
প্ৰিকাৰ্ছৰ Urogenital sinus and paramesonephric ducts
ধমনী Superior part to uterine artery, middle and inferior parts to vaginal artery
সিৰা Uterovaginal venous plexus, vaginal vein
স্নায়ু
  • Sympathetic: lumbar splanchnic plexus
  • Parasympathetic: pelvic splanchnic plexus
লসিকা Upper part to internal iliac lymph nodes, lower part to superficial inguinal lymph nodes
চিনাক্তকাৰক
লেটিন vagina
MeSH D014621
TA98 A09.1.04.001
TA2 3523
FMA 19949
দেহতাত্ত্বিক পৰিভাষা
যোনি: নাৰীৰ প্ৰজনন অংগ

তথ্যসূত্ৰ

Tags:

জৰায়ুযৌন সংগমলেটিন ভাষা

🔥 Trending searches on Wiki অসমীয়া:

ভাৰতৰ ৰাজ্যিক গছসমূহৰ তালিকাতিৱা জনগোষ্ঠীগুমৰাগবেদভিটামিনগৱেষণা পদ্ধতি সম্পৰ্কীয় অসমীয়া গ্ৰন্থৰ তালিকাগড়গাঁওচুতীয়া ৰাজ্যডিগবৈ তেল শোধনাগাৰকোচ ৰাজবংশীপথৰুঘাটৰ ৰণঅসমৰ বনৌষধিকমলাকান্ত ভট্টাচাৰ্য্যসত্ৰঅসমীয়া লোকসাহিত্যঅসমৰ ৰেচম শিল্পভঠেলিঅসমৰ পৰম্পৰাগত খেল-ধেমালিআত্মসহায়ক গোটমনালিছাশৰীৰস্থানবৰপেটা (লোকসভা সমষ্টি)হেমচন্দ্ৰ বৰুৱাভাৰতৰ জাতীয় পতাকাকোষ (জীৱবিজ্ঞান)ভাৰতৰ ৰাষ্ট্ৰপতিমিচিং জনগোষ্ঠীধানঅসমৰ তেল শোধনাগাৰবিজ্ঞাপনসতী সাধনীশৰাইঘাট দলংমানৱ ভূগোলৰুবুল মাউতমাটিভূগোলবাথৌ পূজাভূপেন হাজৰিকাঅসম সাহিত্য সভাভাৰত ৰত্নঅৰ্থব্যৱস্থাকামৰূপী লিপিভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্যকাৰ্বি জনগোষ্ঠীহিন্দু ধৰ্মঅসমৰ পোক - পৰুৱাঅৰুণ শৰ্মাবিত্তীয় শিক্ষা আৰু বিত্তীয় অন্তৰ্ভূক্তিকৰণগোলকীয় উষ্ণতা বৃদ্ধিৰাজিয়া চুলতানামহাভাৰতশিক্ষাৰ অধিকাৰজোৰোণহৰপ্পাহিউৱেন-চাংঅসমীয়া কবিতাঅলিম্পিকবিশ্ব গ্ৰন্থ দিৱসকৃষিঅযোধ্যা (পৌৰাণিক নগৰ)বিষ্ণুপ্ৰসাদ ৰাভাদ্য টাইমছ অৱ ইণ্ডিয়াঅৰ্থনীতিহৰিবৰ বিপ্ৰমোপিন উত্‍সৱআহোম ভাষাডিফু চিকিৎসা মহাবিদ্যালয় ও চিকিৎসালয়প্ৰাক-ইতিহাসসংস্কৃতিচামেলি মেমচা'বএশিঙীয়া গঁড়অসমৰ সাহিত্যিকসকলৰ তালিকামৌখিক ইতিহাসসালোক সংশ্লেষণবিশ্ব বাণিজ্য সংস্থা🡆 More