যনি

যনি (বৈজ্ঞানিক নাম: Trachyspermum ammi) হৈছে এপিয়েচি (বা উমবেললাইফে) পৰিয়ালৰ এবিধ একবৰ্ষী গুল্মজাতীয় উদ্ভিদ। ইয়াক ইংৰাজীত আজুৱাইন (Ajwain), আজুৱান (ajowan), আজুৱান কাৰাৱে (ajowan caraway), বিছপ্‌ছ ৱিড (bishop's weed), কাৰম (carom) আদি নামেৰে জনা যায়। উদ্ভিদৰ পাত আৰু বীজসদৃশ ফল (প্ৰায়ে বীজ বুলি ভুল কৰা হয়) দুয়োটা মানুহে খাদ্য হিচাপে গ্ৰহণ কৰে। বিছপ্‌ছ ৱিড নামটোৱে যনিগুটিক বুজায় যদিও ই আন কিছুমান উদ্ভিদৰো সাধাৰণ নাম। ইয়াৰ বীজ (অৰ্থাৎ ফল) প্ৰায়ে লভেজ (Lovage) বীজ ৰ সৈতে বিভ্ৰান্ত হয়। ভাৰত, ইৰাণ, ইজিপ্ত, আফগানিস্তান আদি দেশত মছলা অথবা ঔষধৰ উপাদান হিচাপে ব্যৱহাৰ কৰা হয়।

যনি
যনি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Tracheophytes
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Eudicots
(অশ্ৰেণীকৃত): Asterids
বৰ্গ: Apiales
পৰিয়াল: Apiaceae
গণ: Trachyspermum
প্ৰজাতি: T. ammi
বৈজ্ঞানিক নাম
Trachyspermum ammi
(L.) Sprague ex Turrill
সমাৰ্থক
  • Ammi copticum L.
  • Carum copticum (L.) Link
  • Trachyspermum copticum Link
  • Sison ammi L.

তথ্য সংগ্ৰহ

Tags:

বৈজ্ঞানিক নাম

🔥 Trending searches on Wiki অসমীয়া:

যতি-চিনবৰ-মানিমুনিকছাৰী ৰাজ্যকেতেকীমানৱ শৰীৰশিক্ষা মনোবিজ্ঞানএচিদ বৰষুণমৌখিক লোকসাহিত্যখৰ্গেশ্বৰ তালুকদাৰপুৰাণভেঁকুৰবৰ্ণালী কলিতামোৰ জীৱন সোঁৱৰণঅসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকামহাভাৰতৰাম বিজয়উদঅসমলৈ মুছলমান সকলৰ প্ৰবজনবৰাইল পৰ্বতপদ্মনাথ গোহাঞি বৰুৱাসংঘাতএডল্ফ হিটলাৰবিশ্বব্ৰহ্মাণ্ডঅম্বিকাগিৰি ৰায়চৌধুৰীপাচনঅসম লোকসেৱা আয়োগভাৰত ৰত্নপাঠ পৰিকল্পনাঅসমীয়া ভাষা উন্নতি সাধিনী সভাচুতীয়া জনগোষ্ঠীবিল গেট্‌ছসাম্যবাদী সমাজশিৱসাগৰ জিলাৰ দৌল দেৱালয় সমূহকুন্তীঅসমীয়া লোকসাহিত্যঅংকীয়া নাটচৈয়দ আব্দুল মালিকসেউজ গৃহ প্ৰভাৱফুলঅৰ্জুনভট্টদেৱপ্ৰফুল্ল দত্ত গোস্বামীঅসমৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকাডিমাছা জনগোষ্ঠীআন্তৰ্জাতিক শ্ৰমিক দিৱসৰাতি বিহুস্বচ্ছ ভাৰত অভিযানঅনুভৱ তুলসীমুহাম্মাদইয়াণ্ডাবু সন্ধিঅসম ইতিহাসৰ আদিযুগৰ তাম্ৰ আৰু শিলালিপিৰ তালিকাশিক্ষাবাল্য বিবাহবিশ্ব পশু চিকিৎসা দিৱসপ্ৰকাশ (আলোচনী)নগাঁও জিলাকিৰাট২৮ এপ্ৰিলবুটভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকাকাৰেংঘৰকোচ ৰাজবংশপাৰ চৰাইলিংগ বৈষম্য আৰু ভাৰতীয় নাৰীনৰসিংহ (উদ্ভিদ)ৰাজস্থানকনকলতা বৰুৱাতেজপুৰকৃষ্ণকান্ত সন্দিকৈঅসম চাহএ পি জে আব্দুল কালামকুলধৰ শইকীয়াহিমবাহমনোবিজ্ঞানসমাজবাদ🡆 More