মেচ'পটেমিয়া

মেচ’পটেমিয়া (ইংৰাজী: Mesopotamia); /ˌmɛsəpəˈtmiə/, প্ৰাচীন গ্ৰীক: Μεσοποταμία "নদীৰ মাজৰ ঠাই"; আৰবী: بلاد الرافدين; ফাৰ্চী: میان‌رودان) হৈছে টাইগ্ৰীচ আৰু ইউফ্ৰেটিচ নদীক কেন্দ্ৰ কৰি গঢ় লৈ উঠা এক প্ৰাচীন সভ্যতা। বৰ্তমানৰ ইৰাক, কুৱেইট, উত্তৰ-পূব ছিৰিয়া, দক্ষিণ-পূব তুৰ্কী আৰু দক্ষিণ-পশ্চিম ইৰাণ জুৰি এই সভ্যতা বিস্তৃত আছিল। মেচ’পটেমিয়াই পশ্চিমীয়া বিশ্বলৈ মানৱ সভ্যতা কঢ়িয়াই নিয়া বুলি বিশ্বাস কৰা হয়। ব্ৰঞ্জ যুগৰ মেচ’পটেমিয়া অৰ্থাৎ বৰ্তমানৰ ইৰাকত সুমেৰ, এক্কাডিয়ান, বেবিলনীয়ান আৰু এচিৰিয়ান সাম্ৰাজ্য অন্তৰ্ভুক্ত আছিল। লৌহ যুগৰ মেচ’পটেমিয়াত নতুন বেবিলনীয়ান আৰু নতুন এচিৰিয়ান সাম্ৰাজ্য অন্তৰ্ভুক্ত আছিল। লিখিত বুৰঞ্জীৰ আৰম্ভণিৰ কালৰে পৰা (৩১০০ খ্ৰী:পূ:) একিমেনিডসকলে বেবিলন অধিকাৰ কৰালৈকে (৫৩৯ খ্ৰী:পূ:) সুমেৰ আৰু এক্কাডিয়ানসকলেও মেচ’পটেমিয়াত আধিপত্য স্থাপন কৰিছিল। খ্ৰী:পূ: ৩৩২ –ত আলেকজেণ্ডাৰে একিমেনিড সাম্ৰাজ্য জয় কৰে।

মেচ'পটেমিয়া
মেচ’পটেমিয়াৰ বিস্তৃতি
মেচ'পটেমিয়া
টাইগ্ৰীচ-ইউফ্ৰেটিচ নদীৰ মানচিত্ৰ

১৫০ খ্ৰী:পূ:ৰ ওচৰে-পাজৰে মেচ’পটেমিয়া পাৰ্থিয়ান সাম্ৰাজ্যৰ অধীনত আছিল। ইয়াৰে কিছু অংশ ৰোমানসকলে অধিকাৰ কৰি আছিল। ২২৬ চনত মেচ’পটেমিয়া পাৰ্চীসকলৰ দখললৈ আহে আৰু ৭ম শতিকাত মুচলমানসকলৰ আগ্ৰাসনৰ সময়লৈকে ঠাইখণ্ডত পাৰ্চীসকলে ৰাজত্ব কৰে।

তথ্য সংগ্ৰহ

Tags:

🔥 Trending searches on Wiki অসমীয়া:

দুৰ্যোগমাটিৰ হিচাপবিহুমাৰ্ক্সবাদঅসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকাজল সংৰক্ষণবিহু নৃত্যশ্ৰীমদ্ভগৱতগীতাগুণাভিৰাম বৰুৱাগণেশগণৰাজ্য দিৱস (ভাৰত)শব্দঅসমৰ বনৌষধিসাম্যবাদমানৱ উন্নয়ন সূচকআলাবৈৰ ৰণদীনেশ চন্দ্ৰ গোস্বামীমদন কামদেৱ দেৱালয়যতীন গোস্বামীদশৰথআধুনিকতাবাদঅভিযাত্ৰীকলনাৰী সবলীকৰণসংস্কৃতিফাকে জনগোষ্ঠীমেখেলা চাদৰঅসম আন্দোলননলিনীবালা দেৱীবিত্তীয় বজাৰঅৰুণোদইবাজেটভটিমাৰুবুল মাউতঅম্বিকাগিৰি ৰায়চৌধুৰীনামেৰি ৰাষ্ট্ৰীয় উদ্যানঅসমীয়া লোক কবিতাঅনুৰাধা শৰ্মা পূজাৰীমৰিগাঁও জিলাআমেৰিকা যুক্তৰাষ্ট্ৰৰাজিয়া চুলতানাক্ষপ্ৰাক-ইতিহাসব্ৰহ্মপুত্ৰ নদহেপাটাইটিছ বিনেতাই ধুবুনী ঘাটপুঁজিবাদদিনডিমাছা জনগোষ্ঠীগৰু বিহুব্ৰহ্মগুপ্তমনালিছাবাৰ ভূঞাঅসমীয়া শিশু আলোচনীসমূহৰ তালিকাঅংগনবাদীগুৱাহাটী (লোকসভা সমষ্টি)বিহুৰ বাদ্যযন্ত্ৰপ্ৰাচীন গ্ৰীচঅসমত দেখা পোৱা সাপবোৰভাৰত ৰত্নইয়াণ্ডাবু সন্ধিমানৱ শৰীৰঅসহযোগ আন্দোলনবৌদ্ধ ধৰ্ময়মাজুলীইন্দিৰা মিৰিজয়মতী কুঁৱৰীকৃষ্ণবুঢ়ী আইৰ সাধুৰেখাজণ্ডিছদেউল🡆 More