উপগ্ৰহ ফ'বছ

ফ'বছ (ইংৰাজী: Phobos) মঙ্গল গ্ৰহৰ দুয়োটা প্ৰাকৃতিক উপগ্ৰহৰ ভিতৰত আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ ভিতৰৰ উপগ্ৰহ। মঙ্গলৰ আনটো উপগ্ৰহৰ নাম ডিমছ। ১১ কিলোমিটাৰ (৭ মিটাৰ) গড় ব্যাসাৰ্ধৰ এই উপগ্ৰহটোৱে মঙ্গলৰ চাৰিওফালে এপাক ঘূৰিবলৈ ৭ ঘণ্টা ৩৯.২ মিনিট সময় লয়। ফ’বছ মঙ্গলৰ পৰা ৬,০০০ কিলোমিটাৰ (৩,৭০০ মিটাৰ) দূৰত্বত অৱস্থিত। গ্ৰীক দেৱতা ফ'বছৰ নামেৰে ইয়াৰ নামকৰণ কৰা হৈছে। গ্ৰীক উপাখ্যানৰ মতে ফ’বছ ডিমছৰ যমজ ভাতৃ আৰু ইয়াৰ অৰ্থ ‘ভয়’।

ফ'বছ
Phobos উপগ্ৰহ ফ'বছ
উপগ্ৰহ ফ'বছ
ফ'বছৰ ৰঙীণ চিত্ৰ (MRO)
আৱিষ্কাৰ
আৱিষ্কাৰক এছাফ হল
আৱিষ্কাৰৰ তাৰিখ ১৮ আগষ্ট, ১৮৭৭
বিৱৰণ
বিকল্প নামসমূহ মঙ্গল ১
বিশেষণ ফ'বিয়ান, ফ'বছিয়ান
কক্ষপথৰ বৈশিষ্ট্য
যুগ J2000
অনুapsis 9234.42 km
অপapsis 9517.58 km
অৰ্ধ-মুখ্য অক্ষ 9376 km (২.৭৬ মঙ্গল ব্যাসাৰ্ধ)
উৎকেন্দ্ৰতা 0.0151
কক্ষীয় পৰ্যায়কাল 0.31891023 d
(৭ ঘণ্টা ৩৯.২ মিনিট)
গড় কক্ষীয় দ্ৰুতি ২.১৩৮ কিলোমিটাৰ প্ৰতি ছেকেণ্ড
নতি ১.০৯৩° (মঙ্গলৰ বিষুৱ ৰেখালৈ)
০.০৪৬° (স্থানীয় লাপ্লাচ সমতললৈ)
26.04° (ecliptic লৈ)
যাৰ উপগ্ৰহ মঙ্গল গ্ৰহ
ভৌতিক বৈশিষ্ট্যসমূহ
মাত্ৰাসমূহ ২৭ × ২২ × ১৮ কিলোমিটাৰ
গড় ব্যাসাৰ্ধ 11.2667 km
(১.৭৬৯৪১ mEarths)
পৃষ্ঠৰ ক্ষেত্ৰফল 1548.3 km2
(৩.০৩৫৪৫ μEarths)
আয়তন 5783.61 km3
(৫.৩৩৯৩৩ nEarths)
ভৰ 1.0659×1016 kg
(১.৭৮৪৭৭ nEarths)
গড় ঘনত্ব
বিষুৱীয় পৃষ্ঠৰ অভিকৰ্ষ 0.0057 m/s2
(৫৮১.৪ µ g)
পলায়ন বেগ ১১.৩৯ মিটাৰ প্ৰতি ছেকেণ্ড
(৪১ কিলোমিটাৰ প্ৰতি ছেকেণ্ড)
ঘূৰ্ণনকাল সকালীকৃত
বিষুৱীয় অঞ্চলত ঘূৰ্ণন বেগ 11.0 km/h (6.8 mph) (আটাইতকৈ দীঘল অক্ষত)
অক্ষীয় ঢাল ০°
প্ৰতিফলন অনুপাত ০.০৭১±০.০১২
তাপমাত্ৰা ≈ ২৩৩ K
আপাত মান ১১.৮

আৱিষ্কাৰ

১৮৭৭ চনৰ ১৮ আগষ্ট তাৰিখে প্ৰায় ০৯:১৪ (জি.এম.টি.) বজাত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটনত অৱস্থিত আমেৰিকা যুক্তৰাষ্ট্ৰ নৌসেনা মানমন্দিৰত আমেৰিকান জ্যোতিৰ্বিজ্ঞানী এছাফ হলে ফ'বছ আৱিষ্কাৰ কৰিছিল। উল্লেখযোগ্য যে ফ’বছ আৱিষ্কাৰ কৰাৰ কিছুদিন আগতেই অৰ্থাৎ ১২ আগষ্ট তাৰিখে প্ৰায় ০৭:৪৮ (ইউ.টি.চি.) বজাত হলে মঙ্গলৰ আনটো উপগ্ৰহ ডিমছ আৱিষ্কাৰ কৰিছিল।

তথ্য সংগ্ৰহ

Tags:

ইংৰাজীডিমছ (উপগ্ৰহ)মঙ্গল গ্ৰহ

🔥 Trending searches on Wiki অসমীয়া:

ব’হাগমহামায়া ধামজ্যোতিপ্ৰসাদ আগৰৱালাইংলেণ্ডবকুল ফুলৰ দৰে (গ্ৰন্থ)ৰাজহুৱা ক্ষেত্ৰপ্ৰশান্ত মহাসাগৰশব্দ প্ৰদূষণপ্ৰতিমা (কাব্য গ্ৰন্থ)স্বামী বিবেকানন্দঅংকখামটি জনগোষ্ঠীদঁতাল হাতীৰ উঁয়ে খোৱা হাওদাইজৰাইলমৌলিক সংখ্যাচ'মাংকানভগদত্তউৎপাদন (অৰ্থনীতি)লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদানতগৰশামুকয়চৰকাৰইয়াণ্ডাবু সন্ধিনেপোলিয়ন বোনাপাৰ্টঅণুগল্পশেৱালি ফুলনামচিংমই আৰু নেফাছিৰিমাভো বন্দৰনাইকেআগ্নেয়গিৰিভাৰতীয় মহাকাশ গৱেষণা সংস্থাআন্তৰ্জাতিক মান গ্ৰন্থ সংখ্যাকবিতাবিষ্ণুপ্ৰসাদ ৰাভাভূপেন হাজৰিকাভাৰতৰ ইতিহাসহীৰেন ভট্টাচাৰ্যদৰং জিলাঅৰ্থনীতিকোষ (জীৱবিজ্ঞান)আজান পীৰমাইলছ ব্ৰনছনব্ৰহ্মগুপ্তবিশ্ব পৰিৱেশ দিৱসমৈদামবাৰেচহৰীয়া ভাওনা মহোৎসৱশৰৎ ঋতুশিৱভূমিকম্পহেমকোষঅসমৰ গামোচানিমাতী কইনামোহনদাস কৰমচান্দ গান্ধীঅন্তৰীপ (উপন্যাস)অসমীয়া সাহিত্যৰ অৰুণোদয় যুগআলেকজেণ্ডাৰভাৰতীয় ভাষাগুৱাহাটী (লোকসভা সমষ্টি)নগেন শইকীয়ামহাকাব্যনাৰীকামৰূপী লোকগীতচ্যু-খ্ৰুং-ফাঅসমীয়া লিপিৰ বুৰঞ্জীদিনবাংলাদেশভাৰতৰ স্বাধীনতা আন্দোলনঅসমৰ মাছ ধৰা সঁজুলিঅৰুণাচল প্ৰদেশৰ জনগোষ্ঠীসমূহকোচ ৰাজবংশীআত্মজীৱনীৰাভা জনগোষ্ঠীনিৰ্মলপ্ৰভা বৰদলৈগগনা🡆 More