নেউল

নেউল (ইংৰাজী: Mongoose) এবিধ সৰু আকাৰৰ মাংসভোজী প্ৰাণী। Herrpestidae পৰিয়ালৰ অন্তৰ্ভুক্ত এই স্তন্যপায়ী প্ৰাণীবিধ প্ৰধানকৈ ইউৰেছিয়া আৰু আফ্ৰিকা মহাদেশত বিস্তৃত হৈ আছে। অসমত দেখা পোৱা প্ৰধান নেউলৰ প্ৰজাতিসমূহ হৈছে জাতি নেউল (Herperstes edwardsii nyula), পাটি নেউল Herperstes javanicus auropuntatus) আৰু কেঁকোৰা খোৱা নেউল (Crab-eating Mongoose, Herpestes urva)

নেউল (Mongoose)
নেউল
Common dwarf mongoose
Helogale parvula
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordate
শ্ৰেণী: Mammallia
বৰ্গ: Carnivora
উপবৰ্গ: Feliformia
পৰিয়াল: Herpestidae
Bonaparte, 1845
Type genus
Herpestes
Illiger, 1811
Genera

See text

নেউল
সমাৰ্থক
  • Cynictidae Cope, 1882
  • Herpestoidei Winge, 1895
  • Mongotidae Pocock, 1920
  • Rhinogalidae Gray, 1869
  • Suricatidae Cope, 1882
  • Suricatinae Thomas, 1882

বিতৰণ

ইউৰোপৰ দক্ষিণ অঞ্চল, চাহাৰাৰ বাহিৰে সমগ্ৰ আফ্ৰিকা আৰু এছিয়া মহাদেশৰ ইৰাণৰ পৰা ধৰি বৰুণ দ্বীপ (Borneo) লৈকে এই সমগ্ৰ অঞ্চলটোৱেই পৃথিৱীৰ বিভিন্ন প্ৰজাতিৰ নেউলৰ বাসস্থান। উত্তৰ আমেৰিকা আৰু অষ্ট্ৰেলিয়া মহাদেশত নেউল পোৱা নাযায়।

নেউল 
Yellow Mongoose

বিৱৰণ

নেউল 
Yellow-mongoose

নেউল দক্ষিণ এছিয়া, আফ্ৰিকা আৰু দক্ষিণ ইউৰোপত দেখা পোৱা যায়। Puerto Rico আৰু হাৱাইৰ দ্বীপসমূহত ইয়াক নতুনকৈ যোগ দিয়া হৈছে।

সমগ্ৰ বিশ্বতে ৩৩বিধ নেউলৰ প্ৰজাতি দেখা যায়। ইয়াৰ দেহৰ দৈৰ্ঘ্য প্ৰাণ ১-৪ ফুট হয়। ইয়াৰ দেহৰ ওজন ২৭০ গ্ৰামৰ পৰা ৪.১ কিলোগ্ৰাম পৰ্যন্ত হ'ব পাৰে।

ইয়াৰ কিছুমান প্ৰজাতিয়ে অকলশৰে বাস কৰে। অন্যবোৰে সৰু দলত বিভক্ত হৈ খাদ্যৰ সন্ধান কৰে।

নেউল 

আচৰণ


খাদ্য

নেউল 
Brown Mongoose

নেউলে সাধাৰণতে পোক-পতংগ, কেঁকোৰা, কেঁচু, জেঠী, সাপ, চৰাই, নিগনি আদি খাই জীয়াই থাকে। তদুপৰি ইহঁতে কণীও খায়।

প্ৰজনন

নেউলে প্ৰজননৰ সময়ত এটা উচ্চ কম্পনাংক বিশিষ্ট শব্দ কৰে বুলি জনা যায়। শুনাত এই শব্দটো হাঁহিৰ দৰে লাগে৷ ইয়াৰ পোৱালি জগোৱাৰ কোনো নিৰ্দিষ্ট সময় নাই। এবাৰত সাধাৰণতে দুটাকৈ পোৱালি জগে। এবাৰৰ প্ৰজনন কালত মাইকী নেউলে কেইবাটাও মতা নেউলৰ সৈতে সহবাস কৰা দেখা যায়।

নেউল 
Banded Mongoose
নেউল 
Ruddy mongoose
নেউল 
Yellow Mongoose
নেউল 
Black mongoose

শ্ৰেণীবিভাজন

  • FAMILY HERPESTIDAE
    • গোত্ৰ Marsh mongoose (Atilax)
      • Marsh mongoose Atilax paludinosus
    • গোত্ৰ Bdeogale
      • Bushy-tailed mongoose, Bdeogale crassicauda
      • Jackson's mongoose, Bdeogale jacksoni
      • Black-footed mongoose, Bdeogale nigripes
    • গোত্ৰ Crossarchus
      • Alexander's kusimanse, Crossarchus alexandri
      • Angolan kusimanse, Crossarchus ansorgei
      • Common kusimanse, Crossarchus obscurus
      • Flat-headed kusimanse, Crossarchus platycephalus
    • গোত্ৰ Cynictis
      • Yellow mongoose, Cynictis penicillata
    • গোত্ৰ Dologale
      • Pousargues's Mongoose, Dologale dybowskii
    • গোত্ৰ Galerella
      • Angolan slender mongoose, Galerella flavescens
      • Somali slender mongoose, Galerella ochracea
      • Cape gray mongoose, Galerella pulverulenta
      • Slender mongoose, Galerella sanguinea
    • গোত্ৰ Helogale
      • Ethiopian dwarf mongoose, Helogale hirtula
      • Common dwarf mongoose, Helogale parvula
    • গোত্ৰ Herpestes
      • Short-tailed mongoose, Herpestes brachyurus
      • Indian gray mongoose, Herpestes edwardsii
      • Indian brown mongoose, Herpestes fuscus
      • Egyptian mongoose, Herpestes ichneumon
      • Small Asian mongooseHerpestes javanicus
      • Long-nosed mongoose, Herpestes naso
      • Collared mongoose, Herpestes semitorquatus
      • Ruddy mongoose, Herpestes smithii
      • Crab-eating mongoose, Herpestes urva
      • Stripe-necked mongoose, Herpestes vitticollis
    • গোত্ৰ Ichneumia
      • White-tailed mongoose, Ichneumia albicauda
    • গোত্ৰ Liberiictus
      • Liberian mongoose, Liberiictis kuhni
    • গোত্ৰ Mungos
      • Gambian mongoose, Mungos gambianus
      • Banded mongoose, Mungos mungo
    • গোত্ৰ Paracynictis
      • Selous' mongoose, Paracynictis selousi
    • গোত্ৰ Rhynchogale
      • Meller's mongoose, Rhynchogale melleri
    • গোত্ৰ Suricata
      • Meerkat, Suricata suricatta


আলোকচিত্ৰৰ ভঁৰাল

তথ্যসূত্ৰ

Tags:

নেউল বিতৰণনেউল বিৱৰণনেউল আচৰণনেউল শ্ৰেণীবিভাজননেউল আলোকচিত্ৰৰ ভঁৰালনেউল তথ্যসূত্ৰনেউল লগতে চাওকনেউল বাহ্যিক সংযোগনেউলঅসমইংৰাজী ভাষাজাতি নেউল

🔥 Trending searches on Wiki অসমীয়া:

কোষ (জীৱবিজ্ঞান)ৰাভা ভাষাবনাঞ্চল ধ্বংস আৰু জলবায়ু পৰিৱৰ্তনপূৰ্ণ প্ৰতিযোগিতাৰ বজাৰহীৰেন ভট্টাচাৰ্যপৰিসংখ্যানীতি আয়োগছুনামিবনঘোষাভূমি প্ৰদূষণহিন্দু ধৰ্মমাছউত্তৰ-পূব ভাৰতআধা লেখা দস্তাবেজজ্যোতিপ্ৰসাদ আগৰৱালাআনন্দ চন্দ্ৰ আগৰৱালাপাঠ্যক্ৰমজোনাকী (আলোচনী)কমলাবাৰী সত্ৰইয়াণ্ডাবু সন্ধিশিশু সাহিত্যপাৰ চৰাইজামুগুৰিহাটঅসমীয়া গালি-গালাজকৃষ্ণচূড়াফুলগুৰি ধেৱাকামৰূপী উপভাষাভাৰতীয় জনতা পাৰ্টিলক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদানচ্যু-খ্ৰুং-ফাদেউৰী জনগোষ্ঠীঅসমৰ পৰম্পৰাগত সাজ- পাৰশক্তিলোকবিশ্বাসঅম্বিকাগিৰি ৰায়চৌধুৰীকালিদাসআলেকজেণ্ডাৰ গ্ৰাহাম বে'লনুৰ জাহানহিমবাহইংৰাজী ভাষাভাৰতীয় সাহিত্যমানুহবিষুৱ ৰেখাউইলিয়াম শ্বেইকছপীয়েৰবেণুধৰ শৰ্মাপিম্পৰা গুচোৱাভাৰতৰ স্বাধীনতা আন্দোলনমাতৃভাষাকেশৱ মহন্তৰামধেনু (আলোচনী)ৰেখামে ডাম মে ফিফুলগ্ৰহকৃষ্ণচন্দ্ৰ নেপালী পোখৰেলবতৰবংগ বিভাজন (১৯০৫)বিহু নৃত্যদিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানএককোষী জীৱপাইক প্ৰথাযোগাসনভাৰতৰ ৰাজহুৱা খণ্ডৰ উদ্যোগগোৱালপাৰা জিলাভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকাভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাবাঁহী (আলোচনী)পাণিনিহুমায়ুনৰ সমাধিক্ষেত্ৰমণিকৰ্ণেশ্বৰ দেৱালয়অসমীয়া ভাষাৰ শব্দসম্ভাৰসেউজ গৃহ প্ৰভাৱগান্ধাৰীউমানন্দসৌৰজগতগাঁও পঞ্চায়ত🡆 More