নামবৰ-দৈগ্ৰুং অভয়াৰণ্য

নামবৰ-দৈগ্ৰুং অভয়াৰণ্য (ইংৰাজী: Nambor - Doigrung Wildlife Sanctuary) অসমৰ গোলাঘাট জিলাত অৱস্থিত এখন বন্যপ্ৰাণী অভয়াৰণ্য৷ ই গৰমপানী অভয়াৰণ্য তথা নামবৰ অভয়াৰণ্যৰ লগত ২০০৩ চনৰ ১৭ এপ্ৰিলত স্বীকৃতিপ্ৰাপ্ত কাজিৰঙা-কাৰ্বি আংলং হস্তী প্ৰকল্পৰ অন্তৰ্ভুক্ত৷

নামবৰ-দৈগ্ৰুং অভয়াৰণ্য
(Nambor - Doigrung Wildlife Sanctuary)
মানচিত্ৰত নামবৰ-দৈগ্ৰুং অভয়াৰণ্য (Nambor - Doigrung Wildlife Sanctuary)ৰ অৱস্থিতি
নামবৰ-দৈগ্ৰুং অভয়াৰণ্য
অসমত নামবৰ-দৈগ্ৰুং অভয়াৰণ্যৰ অৱস্থিতি
অৱস্থান অসম, ভাৰত
নিকটতম চহৰ গোলাঘাট
মাটিকালি ৯৭.১৫ বৰ্গ কিঃমিঃ
প্ৰতিস্থা ২০০৩
কৰ্তৃপক্ষ Department of Environment & Forests, Assam

ইতিহাস

এই অঞ্চলটোক ২০০৩ চনত বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰা হয়৷

ভৌগোলিক বিৱৰণ

নামবৰ-দৈগ্ৰুং অভয়াৰণ্যৰ মাটিকালি প্ৰায় ৯৭.১৫ কিলোমিটাৰ৷ ই গোলাঘাট চহৰৰ পৰা প্ৰায় ২৫ কিঃমিঃ দূৰত্বত অৱস্থিত৷

উদ্ভিদকুল

নামবৰ-দৈগ্ৰুং অভয়াৰণ্যৰ বনাঞ্চল প্ৰধানত: ক্ৰান্তীয় অৰ্ধ চিৰসেউজীয়া যদিও কিছুপৰিমাণে চিৰসেউজীয়া তথা জলাহ ভূমিও দেখা যায়৷ ইয়াৰ উদ্ভিদসমূহৰ ভিতৰত ভেলু, গমাৰি, আজাৰ, নাহৰ, উৰিয়াম, পমা, বনচোম আদিয়ে প্ৰধান৷ তাৰোপৰি ইয়াত কিছুমান আপুৰুগীয়া অৰ্কিডৰ প্ৰজাতিও দেখা পোৱা যায়৷

জীৱ-জন্তু

অভয়াৰণ্যখনত হাতী, বনৰীয়া গাহৰি, মেচেকা, লাজুকী বান্দৰ, মলুৱা বান্দৰ, হলৌ বান্দৰ, গাহৰি নেজীয়া বান্দৰ, নাহৰফুটুকী বাঘ, সুগৰী পহু, শৰ পহু, মেথোন আদিৰ উপৰি কাছ, গুই, অজগৰ, নেউল আদিও পােৱা যায়।

প্ৰাণীকুল

অভয়াৰণ্যখন চৰাইৰ বাবেও বিখ্যাত। দেওহাঁহ, হাড়গিলা, ৰাজধনেশ, মইনা, ভীমৰাজ, বাঢ়ৈটোকা, হুদু, পৰঘুমা, হাইঠা, মাটিকপৌ, শিলকপৌ, বনকুকুৰা, ডৰিক, শেন, মৌ-খাপ আদি বিভিন্ন চৰাইৰে অভয়াৰণ্যখন সমৃদ্ধ।

    স্তন্যপায়ী প্ৰাণী

হেপা, হাতী,অসমীয়া বান্দৰ,টুপীমূৰীয়া বান্দৰ,দল-হৰিণা,নাহৰফুটুকী বাঘ,বনৰৌ,শিয়াল,শৰপহু,সুগৰী পহু,সেন্দুৰী বান্দৰ,হলৌ বান্দৰ,বাদুলি,মলুৱা বান্দৰ,লাজুকী বান্দৰ,খটীয়া পহু আদি৷

    সৰীসৃপ
    কাছ, গুঁই, পাইথন আদি

লগতে চাওক

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

Tags:

নামবৰ-দৈগ্ৰুং অভয়াৰণ্য ইতিহাসনামবৰ-দৈগ্ৰুং অভয়াৰণ্য ভৌগোলিক বিৱৰণনামবৰ-দৈগ্ৰুং অভয়াৰণ্য উদ্ভিদকুলনামবৰ-দৈগ্ৰুং অভয়াৰণ্য জীৱ-জন্তুনামবৰ-দৈগ্ৰুং অভয়াৰণ্য প্ৰাণীকুলনামবৰ-দৈগ্ৰুং অভয়াৰণ্য লগতে চাওকনামবৰ-দৈগ্ৰুং অভয়াৰণ্য বাহ্যিক সংযোগনামবৰ-দৈগ্ৰুং অভয়াৰণ্য তথ্যসূত্ৰনামবৰ-দৈগ্ৰুং অভয়াৰণ্যঅসমইংৰাজী ভাষাগোলাঘাটগৰমপানী অভয়াৰণ্যনামবৰ অভয়াৰণ্য

🔥 Trending searches on Wiki অসমীয়া:

ৰাজনৈতিক দলসমাজমাৰিয়া মণ্টেছৰীডাকৰ বচনপৰিমেয় সংখ্যালোকসভাৰ অধ্যক্ষকাঠৰ জোখ মাপমায়ামৰা সত্ৰপ্ৰেমচন্দঅসমীয়া গীতি সাহিত্য২৯ এপ্ৰিলপদ্মনাথ গোহাঞি বৰুৱামাধৱদেৱকলঅসমীয়া জাতিআজান পীৰৰ দৰগাহমূলা গাভৰুঘৰ শালিকাদীপৰ বিলঅসমৰ চৰ-চাপৰিবাসীধাতু আৰু অধাতুদেৱকান্ত বৰুৱাআহোম ৰাজবংশকাছাৰ জিলাফাট বিহুগান্ধীবাদপাইথেগাৰাছকামৰূপ জিলাভাওনাআৰ্দ্ৰতাপ্ৰকাশ (আলোচনী)অংকীয়া নাটগুণমালাবৈচাগুঈদ-উল-ফিটৰকৰ'নাভাইৰাছ ৰোগ ২০১৯অতুল চন্দ্ৰ হাজৰিকাদৰঙী খুলীয়া ভাউৰীয়াব্ৰজাৱলী ভাষাযৌন নিৰ্যাতনখামটি জনগোষ্ঠীপ্ৰাকৃতিক সম্পদএচিদ বৰষুণআমলখিমাখিয়তীকাৰ্বি জনগোষ্ঠীএডল্ফ হিটলাৰৰুবুল মাউতবিশ্ব পশু চিকিৎসা দিৱসদেৱালীকাৰেংঘৰঅসমৰ চাহ জনগোষ্ঠীগ্ৰহমানৰ অসম আক্ৰমণকালিদাসঅৰ্জুনপ্ৰতিজৈৱিকঅমিতাভাৰতত নাৰীবাদজল প্ৰদূষণবেলৰাহুবামুণী পাহাৰসমাজবাদলোকসভানৰসিংহ (উদ্ভিদ)অজামিলপুৰুষদ-পৰ্বতীয়াৰ শিলৰ দুৱাৰবৰহমথুৰিহস্তীবিদ্যাৰ্ণৱজোনবিল মেলাফাকুৱাকোচ ৰাজবংশকাল সংহতিভবেন্দ্ৰ নাথ শইকীয়াঅসমৰ জিলাসমূহ🡆 More