জৰ্জ কেণ্টৰ

জৰ্জ কেণ্টৰ(ইংৰাজী: George Cantor) হৈছে বিশ্বৰ এজন প্ৰসিদ্ধ গণিতজ্ঞ । তেওঁ সংখ্যা তত্ত্বৰ ক্ষেত্ৰত যথেষ্ট নতুন কথা আবিষ্কাৰ কৰিছিল আৰু গণিতৰ এক নতুন শাখা হিচাপে সংহতি তত্ত্ব ৰ ভেটি নিৰ্মাণ কৰিছিল।

জৰ্জ কেণ্টাৰ
জন্ম ১৮৪৫ চনৰ ৩ মাৰ্চৰ
ৰাছিয়াৰ ছেণ্ট পিটাৰ্ছবাৰ্গ
মৃত্যু ৰাছিয়াৰ ছেণ্ট
ৰাষ্ট্ৰীয়তা ৰাছিয়ান
শিক্ষা ডক্টৰেট ডিগ্ৰী

জন্ম আৰু বংশ পৰিচয়

১৮৪৫ চনৰ ৩ মাৰ্চত ৰাছিয়াৰ ছেণ্ট পিটাৰ্ছবাৰ্গত জৰ্জ কেন্টৰ জন্ম হয়। তেখেতৰ পিতৃৰ নাম জৰ্জ ৱাল্ডেমাৰ কেন্টৰ আৰু মাকৰ নাম মাৰিয়া আনা বোম।

শিক্ষা

  • ২০৮০ চনত ডাৰ্মষ্টাটৰ ৰিয়েল স্কুলৰ পৰা ডিষ্টিংছনসহ মেট্ৰিক পৰীক্ষা উৰ্ত্তীণ হয়।
  • ১৮৬৭ চনত ডক্টৰেট থেচিছ লাভ কৰে।

চাকৰি জীৱন

  • ১৮৬৯ চনত হাল্লে বিশ্ববিদ্যালয় নিযুক্তি হয়।
  • ১৮৭২ চনত সহকাৰী অধ্যাপক পদলৈ পদন্নতি লাভ কৰে আৰু ১৮৭৯ চনত পূৰ্ণ অধ্যাপক হয়।

অৱদান

     ১৮৭৪ চনত সংহতি তত্ত্ব প্ৰখ্যাত বিষয়টোৰ উপৰত কাম কাজ কৰে আৰু সেই চনতে অন এ প্ৰপাৰ্টি অব দি কলেকছন অব অল ৰিয়েল এলজেব্ৰিক নাম্বাৰ্ছ গৱেষণা পত্ৰ প্ৰকাশ কৰে। ১৮৯১ চনত'ডায়েগনেল আৰ্গুমেন্ট'গৱেষণা পত্ৰ প্ৰকাশ কৰে। 

সন্মান

১৯০৪ চনত ৰয়েল ছ'চাইটিয়ে তেওঁলোকৰ সৰ্বোচ্চ সন্মান "ছিলভেষ্টাৰ মেডেল" প্ৰদান কৰে।

মৃত্যু

১৯১৮ চনৰ ৬ জানুৱাৰীত জাৰ্মান সাম্ৰাজ্যৰ ছাক্সনি প্ৰদেশিৰ হাল্লেত জৰ্জ কেণ্টৰৰ মৃত্যু হয়।

তথ্যসূত্ৰ

Tags:

জৰ্জ কেণ্টৰ জন্ম আৰু বংশ পৰিচয়জৰ্জ কেণ্টৰ শিক্ষাজৰ্জ কেণ্টৰ চাকৰি জীৱনজৰ্জ কেণ্টৰ অৱদানজৰ্জ কেণ্টৰ সন্মানজৰ্জ কেণ্টৰ মৃত্যুজৰ্জ কেণ্টৰ তথ্যসূত্ৰজৰ্জ কেণ্টৰইংৰাজী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

মিঠু বৰুৱাব'হাগ বিহুকলকাল সংহতিসমাজবাদজাতীয়তাবাদনগেন্দ্ৰ নাৰায়ণ চৌধুৰীৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানপৰিৱেশ অধ্যয়নঅসমআন্তৰ্জাতিক নাৰী দিৱসজাপিঅসমৰ তেল শোধনাগাৰব-দ্বীপঅসমীয়া জাতিসিন্ধু সভ্যতাকলিমাগঙা চিলনীৰ পাখি (চলচ্চিত্ৰ)দীপলিনা ডেকাআনন্দৰাম বৰুৱাঅসমৰ পুৰণি স্থাপত্যগোলকীয় নাগৰিকত্বমণিপুৰ সংঘৰ্ষ ২০২৩অসমীয়া লোক-সংস্কৃতিহৰি-হৰ যুদ্ধনাগৰিকত্ব (সংশোধনী) আইন, ২০১৯অসম চুক্তিকলেৰাবৃত্তকেতেকী ফুলআব্ৰাহামিক ধৰ্মপ্ৰাক্-ছক্ৰেটেছীয় দৰ্শনভাৰতৰ সংবিধানগণিতশ্বেৰণ শ্ৱেলজবাৰ্গমাজুলীমাতৃভাষাগোপীনাথ বৰদলৈলে'ভ লাণ্ডাউধ্বনিবিজ্ঞানকম্পিউটাৰফিজিৰ শ্ৰুতিকথামানুহমাৰ্ঘেৰিটা মহকুমাঅসমৰ পৰম্পৰাগত সাজ- পাৰকাৰেঙৰ লিগিৰীঅসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকানাৰীবাদী তত্ত্বফেইচবুকমহাসাগৰচকলংঅসমীয়া ভাষাৰ শব্দসম্ভাৰবিহুগীতঅৰ্শৰোগসংঘাতএমাজন (কোম্পানী)ড়শৰাইঘাটৰ যুদ্ধমুদ্ৰাস্ফীতিসাহিত্যযাদৱ পায়েংমানৱতাবাদঅনুবাদবেটুপাতসামাজিক মনোবিজ্ঞানভাস্কো দা গামাঅজন্তা গুহাসমূহহীৰেন গোহাঁইব’হাগঅতুল চন্দ্ৰ হাজৰিকালুৰিন জ্যোতি গগৈমহাভাৰতকৃষ্ণচন্দ্ৰ নেপালী পোখৰেলচ্যু-পাত-ফাটি এছ ইলিয়টৰামধেনু (আলোচনী)🡆 More