গৰু

গৰু (ইংৰাজী: Cattle; —সামগ্ৰিকভাৱে cows বোলে।)— হৈছে এবিধ পোহনীয়া স্তন্যপায়ী জন্তু। ইহঁত Bovinae উপ-পৰিয়ালৰ আধুনিক সদস্য, Bos গণৰ অতি বিস্তাৰিত প্ৰজাতি, আৰু বেছিভাগকে Bos taurus বুলি শ্ৰেণীবিভাজিত কৰা হৈছে। গৰুৰ পৰা খাদ্য হিচাপে মাংস, গাখীৰ আৰু অন্য দুগ্ধজাত সামগ্ৰী আহৰণ কৰা হয়। গৰু গাড়ী চলোৱা, হাল বোৱা আদি কাৰ্যটো গৰু ব্যৱহাৰ কৰা হয়। নোম, চামৰা, আৰু ইন্ধন আৰু সাৰৰ বাবে গোৱৰ আদি গৰুৰ পৰা আহৰিত অন্য সামগ্ৰী। ভাৰতৰ দৰে কিছুমান অঞ্চলত গৰুক বিশেষ ধৰ্মীয় মান্যতা প্ৰদান কৰা হয়।

গৰু
গৰু
কাউবেল পিন্ধি থকা এজনী ছুইছ গৰু
সংৰক্ষণ স্থিতি
পোহনীয়া
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Mammalia
উপশ্ৰেণী: Theria
অনুশ্ৰেণী: Eutheria
বৰ্গ: Artiodactyla
পৰিয়াল: Bovidae
উপপৰিয়াল: Bovinae
গণ: Bos
প্ৰজাতি: B. taurus
বৈজ্ঞানিক নাম
Bos taurus
লিনিয়াছ, ১৭৫৮
গৰু
গৰুৰ বিস্তৃতি
সমাৰ্থক

Bos primigenius,
Bos indicus

টোকা

Tags:

🔥 Trending searches on Wiki অসমীয়া:

উদয় শংকৰভাৰত ত্যাগ আন্দোলনদৰ্শনভাৰতৰ জাতীয় পতাকামাধৱ কন্দলিহয়গ্ৰীৱ মাধৱ মন্দিৰভাৰতীয় ভাষামিত্ৰদেৱ মহন্তমোৰো এটা সপোন আছেচিলাৰায়দক্ষিণপাট সত্ৰলক্ষ্মীধৰ শৰ্মাশব্দওৰাং ৰাষ্ট্ৰীয় উদ্যাননেতাই ধুবুনী ঘাটইলিয়াডবৰগীতভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকাঅংগৰাগ মহন্তলক্ষ্মীনন্দন বৰাঅনুসূচীত জাতি আৰু অনুসূচীত জনজাতিপুৰুষোত্তম দাসভাৰতৰ স্বাধীনতা আন্দোলনদুৰ্যোগমহাকাব্যম’বাইল ফোনত্ৰিভুজমহআজান পীৰকুলধৰ শইকীয়াগৱেষণাহাজং জনগোষ্ঠীভাৰতৰ নিৰ্বাচন আয়োগজ্যামিতিগুণমালানাৰীক্ৰা দাদি জিলাসংমিশ্ৰিত মীন-পালনআহোম জনগোষ্ঠীপৃথিৱীভাৰতৰ সংৰক্ষণ ব্যৱস্থাঅসমৰ লোকসভা সমষ্টিসমূহৰ তালিকাদুৰ্গা পূজাকাঞ্চন (উপন্যাস)আমেৰিকা যুক্তৰাষ্ট্ৰৰামধেনুজিএছটিবনফুলপুতলা নাচপঞ্চায়তী ৰাজঅসমীয়া লোকসাহিত্যঅসমীয়া যুক্তাক্ষৰফাকুৱাঅব্যয় পদতোলনি বিয়াছোৱাইন ফ্লুসাঁচিপাতৰুদ্ৰ কন্দলীইতিহাসমাটিমাটিৰ হিচাপঠেঙ্গাল কছাৰী জনগোষ্ঠীদ্য টাইমছ অৱ ইণ্ডিয়াকৃষ্ণচন্দ্ৰ নেপালী পোখৰেলমিঠু বৰুৱাবিশেষ্য পদনিৰুপমা বৰগোহাঞিআহোম বিবাহ পৰম্পৰাআনন্দৰাম বৰুৱালোকভাষাবুৰঞ্জী সাহিত্যজলবায়ুজ'মাট'ৰূপালীমদীনেশ চন্দ্ৰ গোস্বামীজোনাকী (আলোচনী)যকৃৎ🡆 More