কল্পবিজ্ঞান

কল্পবিজ্ঞান হৈছে কল্পনামূলক সাহিত্যৰ এক ধাৰা যি সাধাৰণতে কল্পনাশীল আৰু ভবিষ্যন্তৰীণ ধাৰণা যেনে উন্নত বিজ্ঞান আৰু প্ৰযুক্তি, মহাকাশ অন্বেষণ, সময় ভ্ৰমণ, সমান্তৰাল ব্ৰহ্মাণ্ড, আৰু পৃথিৱীৰ বাহিৰৰ জীৱন সম্পৰ্কে আলোচনা কৰে। ইয়াক ধাৰণাৰ সাহিত্য বুলিও কোৱা হৈছে, যি প্ৰায়ে বৈজ্ঞানিক, সামাজিক আৰু প্ৰযুক্তিগত উদ্ভাৱনৰ সম্ভাৱ্য পৰিণাম অন্বেষণ কৰে। ইংৰাজীত কল্পবিজ্ঞানক Science fiction বা চমুকৈ sci-fi বোলা হয়।

কল্পবিজ্ঞানৰ মূল প্ৰাচিন কালতে বুলি অনুমান কৰিব পাৰি, আৰু ই ফেণ্টাছি, ভৌতিক, আৰু চুপাৰহিৰো কল্পকাহিনীৰ সৈতে সম্পৰ্কিত, আৰু ইয়াৰ বহুতো উপধাৰা আছে। ইয়াৰ সঠিক সংজ্ঞা লেখক, সমালোচনা, গৱেষক আৰু পাঠকসকলৰ মাজত দীৰ্ঘদিন ধৰি বিতৰ্ক হৈ আহিছে।

কল্পবিজ্ঞান সাহিত্য, চলচ্চিত্ৰ, টেলিভিছন, আৰু অন্যান্য মাধ্যমেৰে সমগ্ৰ বিশ্বতে জনপ্ৰিয় আৰু প্ৰভাৱপ্ৰিয় হৈ পৰিছে। মনোৰঞ্জন প্ৰদান কৰাৰ উপৰিও, ই বৰ্তমানৰ সমাজক সমালোচনা কৰিব পাৰে, আৰু প্ৰায়ে এক "বিস্ময়বোধ" অনুপ্ৰেৰণা জগাব পাৰে বুলি কোৱা হয়।

তথ্য সংগ্ৰহ

Tags:

🔥 Trending searches on Wiki অসমীয়া:

অসমীয়া খাদ্যাভ্যাসদ্বিতীয় বিশ্বযুদ্ধবাঁহীক্ৰা দাদি জিলামুগা (ৰেচম)ছিৰাজ (১৯৪৮ চলচ্চিত্ৰ)কুলিঅৰ্থনীতিউপভাষাজোনবিল মেলাআজান পীৰমামণি ৰয়ছম গোস্বামীৰ উপন্যাসমিচিং ভাষাঅসমৰ লোকগীতলক্ষ্মীনন্দন বৰাআত্মসহায়ক গোটএইচ.আই.ভি/এইড্‌ছশোণিত কুঁৱৰীঅসমীয়া সাহিত্যৰ অৰুণোদয় যুগকলমূৰাৰা, ৰঙিয়াভূপেন হাজৰিকাৰ সাহিত্যইলিয়াডচামগুৰি সত্ৰঅসম চাহবলোৰামপ্ৰকৃতিআহোম ভাষাতেজপুৰঅসমৰ জনগোষ্ঠীঅসহযোগ আন্দোলনভাৰতৰ স্বাধীনতা আন্দোলনজামুগুৰিহাটকপৌ ফুলআকবৰনগাঁও জিলাভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকাগণেশঅৰণ্যলাচিত বৰফুকনবেদসংখ্যাশামুকইষ্ট ইণ্ডিয়া কোম্পানীইয়াত এখন অৰণ্য আছিলভাৰত-আৰ্য ভাষা পৰিয়ালমেঘালয়পাচনঅপাৰেটিং চিষ্টেমঅসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলসংগীতমৰুদ্যানআউনীআটী সত্ৰবুঢ়া চাপৰি অভয়াৰণ্যঅসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্তপ্ৰেমচন্দঅসমৰ চাহ জনগোষ্ঠীঅসমৰ সমস্যাআনন্দৰাম ঢেকিয়াল ফুকনহেম বৰুৱা (ত্যাগবীৰ)কোষ (জীৱবিজ্ঞান)শ্ৰীমন্ত শংকৰদেৱশিক্ষক দিৱসমহাভাৰতব-দ্বীপযোগ দৰ্শনৱিকিমিডিয়া ফাউণ্ডেশ্যনহিমবাহঅসমীয়া লোকসাহিত্যআহোম ৰাজবংশঈয়াৰুইঙ্গমঅসমীয়া বৰ্ণমালা🡆 More