কুৰি শতিকাৰ শ্ৰেষ্ঠ অসমীয়া এডিটাথন ২০২২

’গৰীয়সী’ আলোচনীৰ ২০০০ চনৰ জানুৱাৰী সংখ্যাত বিংশ শতিকাৰ সৰ্বশ্ৰেষ্ঠ অসমীয়া আৰু আন কুৰিগৰাকী শ্ৰেষ্ঠ অসমীয়াৰ তালিকা প্ৰকাশ পাইছিল। ২০ জুনৰ পৰা আৰম্ভ হ’বলগীয়া এই বিছদিনীয়া সম্পাদনা মাৰাথনৰ উদ্দেশ্য হৈছে অসমৰ এইসকল অগ্ৰণী ব্যক্তিৰ প্ৰবন্ধৰ উন্নীতকৰণ (ভাল/নিৰ্বাচিত প্ৰবন্ধ স্তৰলৈ) আৰু পাছত ইং ৱিকিতো সংযোগ কৰা।

প্ৰবন্ধৰ তালিকা

নিয়মাৱলী

  • এই এডিটাথন সকলোৰে বাবে মুকলি৷ ৱিকিপিডিয়াত সম্পাদনা কৰিব জনা সকলো ব্যৱহাৰকাৰীয়ে লগিন কৰাৰ পাছত ইয়াত ভাগ ল’ব পাৰিব৷
  • প্ৰবন্ধসমূহ ২০ জুনৰ পুৱা দহ বজাৰ পৰা পৰা ৯ জুলাইৰ পুৱা দহ বজাৰ ভিতৰত বিস্তাৰ অথবা সৃষ্টি কৰিব লাগিব।
  • প্ৰবন্ধসমূহ ৱিকিপিডিয়াৰ নীতি অনুসৰি সঠিক তথ্যসূত্ৰ সহকাৰে বিস্তাৰ কৰিব লাগিব।
  • প্ৰবন্ধসমূহত কোনোধৰণৰ কপিৰাইট উলংঘন তথা উল্লেখনীয় সমস্যা থাকিব নালাগিব।

অংশগ্ৰহণকাৰীসকল‎

  1. ঈশান জ্যোতি বৰা (বাৰ্তা) 09:15, 17 June 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  2. — গীতাৰ্থ বৰদলৈ (বাৰ্তা) 18:47, 17 June 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  3. Bhaskarjyoti Bhuyan (বাৰ্তা) 05:43, 18 June 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  4. Pranamikaadhikary (বাৰ্তা) 16:54, 18 June 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  5. JyotiPN (বাৰ্তা) 05:25, 19 June 2022 (ইউ.টি.চি.)JyotiPN[উত্তৰ দিয়ক]
  6. দিব্য দত্ত (বাৰ্তা) 11:00, 19 June 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  7. -Chandan Chiring Phukon Chat 11:38, 19 June 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  8. Nilakshi Deka (বাৰ্তা) 08:21, 20 June 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  9. দীপকজ্যোতি মহন্ত (বাৰ্তা) 18:03, 20 June 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  10. Jonali Baruah (বাৰ্তা) 03:00, 20 June 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  11. গীতাশ্ৰী গগৈ আপ্তে (বাৰ্তা) 05:00, 20 June 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  12. Dharitry Boruah 98 (বাৰ্তা) 16:54, 21 June 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  13. * NusJaS বাৰ্তা 19:28, 21 June 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  14. Baruah ranuj (বাৰ্তা) 15:31, 24 June 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Tags:

গৰীয়সী

🔥 Trending searches on Wiki অসমীয়া:

বিষুৱ ৰেখাপ্লেটোভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্যজৈৱ বৈচিত্ৰ্যকেশৱ মহন্তলোকভাষাবেটুপাতসাক্ষৰতাৰ হাৰ অনুযায়ী ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ তালিকাকৰভাৰতৰ ৰাজনৈতিক দলসমূহৰ তালিকামহেশ্বৰ নেওগঅসমীয়া ব্যাকৰণযাদৱ পায়েংকামৰূপী উপভাষাঅসমত গঁ‌ড়ৰ চোৰাং চিকাৰজৱাহৰলাল নেহৰুৰজনীকান্ত বৰদলৈপ্ৰাক্-ছক্ৰেটেছীয় দৰ্শনৱিকিপিডিয়াআৰ্নেষ্ট ৰাডাৰফ'ৰ্ডউপনিষদউদ্ভিদওজাপালিঅস্বাভাৱিক মনোবিজ্ঞানমূৰাৰা, ৰঙিয়াপথৰুঘাটৰ ৰণজয়মতী কুঁৱৰীভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাযৌগিক সংখ্যাকামৰূপী লোকগীতঋকবেদব্ৰহ্মপুত্ৰ উপত্যকামনোমতীসম্পাদনাবিত্তীয় ব্যৱস্থাভট্টদেৱৰ গদ্যশৈলীছক্ৰেটিছমামণি ৰয়ছম গোস্বামীবেলিমাৰ (নাটক)আফগানিস্তানগ্ৰহভিটামিনআগ্নেয়গিৰিদুৰ্যোগঅসমৰ মন্ত্ৰ-সাহিত্যমাতৃভাষামৌ-মাখিনৰকাসুৰবীৰেন্দ্ৰনাথ দত্তলোকবিশ্বাসকলতেজপুৰশিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯বাণিজ্যশিশুৰ খেল-ধেমালিৰাষ্ট্ৰসংঘ দিৱসবুৰঞ্জীকীৰ্তন ঘোষা সংকলনসাপএৰিষ্ট'টলজোনবিল মেলাবুলু ফিল্মবাগ্‌ধ্বনিকামৰূপ ৰাজ্যইজৰাইলমোহনদাস কৰমচান্দ গান্ধীশিৱসাগৰ পুখুৰীতোলনি বিয়াশ্ৰী সূৰ্য পাহাৰভাৰতৰ প্ৰধানমন্ত্ৰীআনন্দৰাম ঢেকিয়াল ফুকনসংঘাতপূৰ্ণ প্ৰতিযোগিতাৰ বজাৰইণ্টাৰনেটমণিকৰ্ণেশ্বৰ দেৱালয়🡆 More