১৯ এপ্ৰিল: তাৰিখ

১৯ এপ্ৰিল (ইংৰাজী: 19 April) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১০৯তম (অধিবৰ্ষত ১১০তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৫৬টা দিন বাকী থাকে।

১০ ১১ ১২ ১৩
১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০
২১ ২২ ২৩ ২৪ ২৫ ২৬  ২৭ 
২৮ ২৯ ৩০  

ঘটনাৱলী

  • ১৭৭৫ - আমেৰিকাৰ স্বাধীনতা যুদ্ধ আৰম্ভ।
  • ১৮৩৯ - লণ্ডন চুক্তিৰ মাধ্যমত বেলজিয়ামৰ স্বাধীনতা লাভ।
  • ১৯১৯ - আন্তৰ্জাতিক শ্ৰম সংস্থা প্ৰতিষ্ঠা।
  • ১৯৪৮ - ম্যানমাৰে ৰাষ্ট্ৰসংঘত যোগদান কৰে।
  • ১৯৭৫ - ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ আৰ্যভট্ট উৎক্ষেপন কৰে।

জন্ম

মৃত্যু

  • ১৮২৪ - লৰ্ড বায়ৰন, এংলো-স্ক'টিছ কবি।
  • ১৮৫৮ - অনুৰূপা দেৱী, ভাৰতীয় সাহিত্যিক তথা সমাজকৰ্মী।
  • ১৮৮২ - চাৰ্লছ ডাৰউইন, ইংৰাজ জীৱবিজ্ঞানী। তেখেতে প্ৰথম বিৱৰ্তনবাদৰ ধাৰণা দিয়ে। (জন্ম: ১৮০৯)
  • ১৮৮৪ - কাদম্বৰী দেৱী, ভাৰতীয় নাট্যকাৰ, সংগীতজ্ঞ, সম্পাদক আৰু চিত্ৰশিল্পী।
  • ১৯০৬ - পিয়েৰ ক্যুৰি, নোবেল পুৰস্কাৰ বিজয়ী ফৰাচী পদাৰ্থবিজ্ঞানী। (জন্ম: ১৮৫৯)
  • ১৯৪৮ - তাৰা সুন্দৰী, ভাৰতীয় অভিনেত্ৰী, কণ্ঠশিল্পী আৰু নৃত্যশিল্পী।
  • ১৯৯৮ - অক্টাৱিয়' পাছ, মেক্সিকান কবি, লেখক আৰু কূটনীতিবিদ।

দিৱস

  • বাইচাইকেল দিৱস

তথ্য সংগ্ৰহ


বাহ্যিক সংযোগ


Tags:

১৯ এপ্ৰিল ঘটনাৱলী১৯ এপ্ৰিল জন্ম১৯ এপ্ৰিল মৃত্যু১৯ এপ্ৰিল দিৱস১৯ এপ্ৰিল তথ্য সংগ্ৰহ১৯ এপ্ৰিল বাহ্যিক সংযোগ১৯ এপ্ৰিলঅধিবৰ্ষইংৰাজী ভাষাগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিন

🔥 Trending searches on Wiki অসমীয়া:

মেঘালয়মই আৰু নেফাউদ্ভিদমাতৃভাষাবুৰঞ্জীবিহুসন্ধ্যাৰাগ (চলচ্চিত্ৰ)নেতাই ধুবুনী ঘাটভবেন্দ্ৰ নাথ শইকীয়াবৃত্তবাঁহী (আলোচনী)অসমৰ চিত্ৰকলাৰ ইতিহাসযোগাসনখামটি ভাষাকমলাবাৰী সত্ৰযতীন বৰাএককোষী জীৱপদ (ব্যাকৰণ)মহা মৃত্যুঞ্জয় মন্দিৰমানুহগায়ন-বায়নকীৰ্তন ঘোষা সংকলনশ্ৰী শ্ৰী বটদ্ৰৱা থানব্ৰজাৱলী ভাষাঅভিযাত্ৰী২৩ এপ্ৰিলস্বাধীনতা দিৱস (ভাৰত)জাতিসংঘঅসমীয়া প্ৰতিদিনমালিনী থানভাৰতৰ ইতিহাসমেখেলা চাদৰগান্ধীবাদঅসমৰ মুখা শিল্পঅন্তৰীপ (উপন্যাস)অনাভেদী যৌনক্ৰিয়ালাচিত বৰফুকনকাৰ্ল মাৰ্ক্সবেদঅসমৰ চলচ্চিত্ৰলীলা গগৈগদ্যবংগ বিভাজন (১৯০৫)শব্দ প্ৰদূষণঢোলধাতু আৰু অধাতুগৱেষণাইতিহাসলিমাৰিক (কবিতা)প্ৰাকৃতিক পৰিৱেশকাকৈজানা সংৰক্ষিত বনাঞ্চলআলি আঃয়ে লৃগাংইউনিক’ডঅম্বিকাগিৰি ৰায়চৌধুৰীগণেশনগাঁও (লোকসভা সমষ্টি)শব্দ (অভিধান)দেওপাহাৰভাৰতৰ সংবিধানপানীহাবুংফকৰা যোজনাএহাত ডাবালক্ষ্যধৰ চৌধুৰীমহাসাগৰৰুক্মিণী হৰণ নাটঅসমীয়া যুক্তাক্ষৰজুবিন গাৰ্গস্বাভাৱিক সংখ্যাছিৰাজ (১৯৪৮ চলচ্চিত্ৰ)অসমীয়া গালি-গালাজনাটক🡆 More