জৈন সাহিত্য

জৈন সাহিত্য ( সংস্কৃত : जैन साहित्य) বুলিলে জৈন ধৰ্মৰ সাহিত্যক বুজোৱা হয়। ই এক বিশাল আৰু প্ৰাচীন সাহিত্য পৰম্পৰা, যিটো প্ৰথম অৱস্থাত মৌখিকভাৱে প্ৰচাৰিত হৈছিল। অৰ্ধমাগধী প্ৰাকৃত (মধ্য-ইণ্ডো আৰ্য) ভাষাত লিখা কেননিক জৈন আগমত বৰ্তমানৰ আটাইতকৈ পুৰণি সামগ্ৰী সন্নিবিষ্ট কৰা হৈছে। এই নীতিগত গ্ৰন্থসমূহৰ ওপৰত পৰৱৰ্তী জৈন সন্ন্যাসীসকলে বিভিন্ন ধৰণৰ টীকা লিখিছিল। পিছৰ গ্ৰন্থসমূহ ধ্ৰুপদী সংস্কৃত আৰু মহাৰাষ্ট্ৰী প্ৰাকৃতৰ দৰে আন ভাষাতো ৰচনা কৰা হৈছিল।

জৈন ধৰ্ম
জৈন সাহিত্য
This article is part of a series on জৈন ধৰ্ম
জৈন প্ৰাৰ্থনা
Ṇamōkāra mantra · Micchami Dukkadam
দৰ্শন
Anekāntavāda · Syādvāda · Nayavāda · Cosmology  · Ahimsa · Karma · Dharma · Nirvana  · Kevala Jñāna  · Mokṣa · Dravya · Navatattva · Asteya · Aparigraha · Gunasthana · Samsara
Major figures
The 24 Tirthankaras · Rishabha · Mahavira · Acharya  · Ganadhara · Siddhasena Divakara · Haribhadra
শাখা (Sect)
Digambara · Śvētāmbara
Texts
Kalpa Sūtra · Āgama · Tattvartha Sutra · Naaladiyar · Sanmatti Prakaran
অন্যান্য
Parasparopagraho_Jivanam · Jain symbol · Jain flag · Timeline · Topics list
উৎসৱ
মহাবীৰ জয়ন্তী · Paryushana · দেৱালী

জৈন ধৰ্ম Portal

জৈন সাহিত্য মূলতঃ দিগম্বৰ আৰু শ্বেতাম্বৰ ধৰ্ম-নীতি-নিয়মৰ মাজত বিভক্ত। কোনবোৰ গ্ৰন্থক কৰ্তৃত্বশীল বুলি গণ্য কৰা উচিত সেই সম্পৰ্কে জৈন ধৰ্মৰ এই দুটা প্ৰধান সম্প্ৰদায়ৰ মাজত সদায় একমত নহয়।

অধিক শেহতীয়া জৈন সাহিত্য আন ভাষাতো লিখা হৈছে, যেনে, মাৰাঠী, তামিল, ৰাজস্থানী, ঢূণ্ঢাড়ী, মাৰোৱাৰী, হিন্দী, গুজৰাটী, কন্নড়, মালয়ালম আৰু শেহতীয়াকৈ ইংৰাজীত

তথ্য সংগ্ৰহ

Tags:

জৈন ধৰ্মসংস্কৃত ভাষা

🔥 Trending searches on Wiki অসমীয়া:

বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰাসোৎসৱআউনীআটী সত্ৰঅসমৰ চলচ্চিত্ৰআন্তৰ্জাতিক মান গ্ৰন্থ সংখ্যাঅসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকাউদাৰনৈতিকতাবাদসৌৰভ কুমাৰ চলিহাকপৌ ফুলমে ডাম মে ফিতোলনি বিয়ানাৰীবাদমূলা গাভৰুনিৰ্মলপ্ৰভা বৰদলৈঅসমীয়া যুক্তাক্ষৰতলাতল ঘৰমণিৰাম দেৱানবিশ্ব মেলেৰিয়া দিৱসঅসমীয়া সাহিত্যআনন্দ চন্দ্ৰ আগৰৱালালুই পেষ্ট'ৰদৌল গোবিন্দ মন্দিৰজন গণ মনহিমন্ত বিশ্ব শৰ্মাঅসমৰ পৰ্যটনস্থলসমূহৰ তালিকাৰাভা জনগোষ্ঠীমানৱ শৰীৰযৌগিক সংখ্যাজ্ঞানপীঠ বঁটাপৰিৱেশ অধ্যয়নভাৰতীয় ৰেলজামুগুৰিহাটসন্ধ্যাৰাগ (চলচ্চিত্ৰ)চৈয়দ আব্দুল মালিকবিষ্ণুপ্ৰসাদ ৰাভাকৰকলিতা জনগোষ্ঠীজল সংৰক্ষণহেম বৰুৱাদিল্লীভট্টদেৱৰ গদ্যশৈলীদেউৰী জনগোষ্ঠীমনোবিজ্ঞানপৰিমেয় সংখ্যাপৃথিৱীগুণাভিৰাম বৰুৱাৰেৱতী মোহন দত্তচৌধুৰীছিৰিমাভো বন্দৰনাইকেৰমন্যাসবাদডিগবৈঅংকবেলিমাৰ (নাটক)শৰৎচন্দ্ৰ গোস্বামীঅপাৰেটিং চিষ্টেমযৌন সংগমমুগা (ৰেচম)বিবাহএককোষী জীৱবাথৌ পূজাগগৈঅসমীয়া শিশু আলোচনীসমূহৰ তালিকাএচিদ বৰষুণঅমিয় কুমাৰ ভূঞাবুঢ়ী আইৰ সাধুকোচ ৰাজবংশগণিতঢ়অসমত দেখা পোৱা সাপবোৰম'হৰ শিঙৰ পেঁপাসৰ্বেপল্লী ৰাধাকৃষ্ণণঅসমৰ পৰম্পৰাগত সাজ-পাৰচিৰ চেনেহী মোৰ ভাষা জননীপাঁচালী🡆 More