ৰাজস্থানী ভাষা

ৰাজস্থানী ভাষা (দেৱনাগৰী: राजस्थानी) মূলত ৰাজস্থান ৰাজ্য আৰু হৰিয়ানা, পঞ্জাব, গুজৰাট আৰু মধ্য প্ৰদেশেৰ নিকটবৰ্তী অঞ্চলত ইন্দ-আৰ্য ভাষা গোষ্ঠীৰ এটি ভাষাক বুজায়। পাকিস্তানৰ সিন্ধু আৰু পঞ্জাব প্ৰদেশত ৰাজস্থানী ভাষী মানুহ আছে। ৰাজস্থানী ভাষা পাৰ্শ্বৱৰ্তী হিন্দী ভাষাৰ পৰা স্বতন্ত্ৰ যদিও কিছু ভাষাগত সমতাৰ বাবে ইয়াক হিন্দীৰ এটা উপভাষা বুলি ধাৰণা কৰা হয়। তথাপিও ভাষা বিজ্ঞান আৰু ভাষাবিজ্ঞানীসকলৰ মতে ৰাজস্থানী ভাষা এটা স্বতন্ত্ৰ ভাষা।

ৰাজস্থানী
राजस्थानी
Rājasthānī
থলুৱা অঞ্চল ভাৰত, পাকিস্তান
অঞ্চল ৰাজস্থান আৰু পাৰ্শ্বৱৰ্তী ভাৰতীয় ৰাজ্য; ইয়াৰ উপৰিও পাকিস্তানৰ সিন্ধু আৰু পঞ্জাব প্ৰদেশৰ কিছু কিছু অঞ্চলত এই ভাষাত কথা কোৱা হয়।
স্থানীয় ভাষিক
ভাষা পৰিয়াল
ইন্দো-ইউৰোপীয়
  • ইন্দো-ইৰানীয়
    • ইন্দো-আৰ্য
      • পশ্চিম
        • ৰাজস্থানী
পূৰ্বসূৰী
মাৰু-গুজাৰ
ভাষা সংকেত
ISO 639-2 raj
ISO 639-3 raj – inclusive code
Individual codes:
bgq – Bagri
gda – Gade Lohar
gju – Gujari
mup – Malvi
wbr – Wagdi
hoj – Hadothi
lmn – Lambadi
noe – Nimadi
lrk – Loarki
গ্লোটোলগ raja1256
এই প্ৰবন্ধত IPA-ৰ ধ্বনি চিহ্নসমূহ আছে। কোনো সঠিক সহায় নললে আপুনি ধ্বনি চিহ্নসমূহৰ সলনি প্ৰশ্নবোধক চিন বা বাকচ বা আন চিহ্ন দেখা পাব পাৰে।

ইতিহাস

লিখন পদ্ধতি

ভাৰতত ৰাজস্থানী ভাষা দেৱনাগৰী লিপিৰে লিখা হয়। ইয়াৰ পূৰ্বে, মহাজনী লিপি বা মুৰিয়া লিপিত ৰাজস্থানী ভাষা লিখা হৈছিল।

তথ্যসূত্ৰ

বহিঃসংযোগ

Tags:

ৰাজস্থানী ভাষা ইতিহাসৰাজস্থানী ভাষা লিখন পদ্ধতিৰাজস্থানী ভাষা তথ্যসূত্ৰৰাজস্থানী ভাষা বহিঃসংযোগৰাজস্থানী ভাষাগুজৰাটমধ্যপ্ৰদেশহিন্দীহৰিয়ানাৰাজস্থান

🔥 Trending searches on Wiki অসমীয়া:

পাঠ পৰিকল্পনানাহৰৰ গীতবাংলাদেশৰ মুক্তিযুদ্ধতেজপুৰ (লোকসভা সমষ্টি)উত্তৰ গুৱাহাটীবিপৰীতাৰ্থক শব্দভাৰতৰ সংসদ ভৱনমাধৱদেৱমঙ্গলদৈ (লোকসভা সমষ্টি)কেৰুমণিশিৱসাগৰ জিলাৰ পৰ্যটনস্থলসমূহৰ তালিকাআন্তৰ্জাতিক শ্ৰমিক দিৱসবাজেটঅনিৰুদ্ধঅভ্যাসইজৰাইলবৰ্মণ ৰাজবংশঅশোক ফুলমাটিঅসম বৈভৱ বঁটাপৰিৱেশ বিজ্ঞানবৰপুণিঅসম আন্দোলনপাচন তন্ত্ৰবগা কাঞ্চনকপৌ ফুলবিবাহঅসমৰ কণ্ঠশিল্পীসকলৰ তালিকানাৰী সবলীকৰণভাৰত ত্যাগ আন্দোলনশিশু শিক্ষা সমিতি, অসমপুথিভঁৰালযোগাসনভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাক্ষসমীৰ তাঁতীঅসমৰ মাছ ধৰা সঁজুলিবিহুৰ বাদ্যযন্ত্ৰভাষাবিজ্ঞানঅপৰূপাপ্ৰাচীৰ পত্ৰিকাপ্ৰাচীন গ্ৰীচশ্ৰীকৃষ্ণকীৰ্তনফণী শৰ্মাউদ্ভিদঅসমীয়া ভাষা উন্নতি সাধিনী সভাভাস্কৰাব্দঅনাভেদী যৌনক্ৰিয়ামামণি ৰয়ছম গোস্বামীভাৰতৰ সংবিধাননাঙলগজেন্দ্ৰ মোক্ষসমাজবাদঅসমীয়া লোক-সংস্কৃতিত ভূত-প্ৰেতশ্ৰীনিবাস ৰামানুজনসদৌ অসম ছাত্ৰ সন্থাখৰিকাজাইপ্ৰাকৃতিক পৰিৱেশসেউজ গৃহ প্ৰভাৱগোৱালপাৰা জিলাপদাৰ্থ বিজ্ঞানকোষ (জীৱবিজ্ঞান)অসমৰ গামোচাবট গছজ্যোতিপ্ৰসাদ আগৰৱালাপ্ৰদূষণৰাজ্যসভাচেৰা-বিহুহয়গ্ৰীৱ মাধৱ মন্দিৰস্বামী বিবেকানন্দহেম বৰুৱামুদ্ৰাস্ফীতিলিংগ বৈষম্য আৰু ভাৰতীয় নাৰীমূলা গাভৰু🡆 More