কুকুৰা যুঁজ: ভাৰতীয় খেল

কুকুৰা যুঁজ (ইংৰাজী: Cockfight) অসমৰ এক পৰম্পৰাগত খেল। অসমৰ বহু অঞ্চলত কুকুৰা যুঁজৰ ব্যাপক জনপ্ৰিয়তা দেখা যায়। বিশেষকৈ মাঘ বিহুৰ সময়ত এই খেল অসমৰ বহু ঠাইত সামূহিকভাৱে অনুষ্ঠিত কৰা হৈছিল। এই খেলত প্ৰত্যেকেই নিজৰ কুকুৰাক প্ৰশিক্ষণ দি অন্য কুকুৰাৰ সৈতে যুঁজিবলৈ দিয়ে। কোনো কোনো ঠাইত কুকুৰাৰ ভৰিত বিন্ধা যুক্ত কাইট লগাই দিয়ে যাতে আক্ৰমণ কৰিলে প্ৰতিদ্বন্দ্বী কুকুৰাটো আঘাতপ্ৰাপ্ত হয়।

কুকুৰা যুঁজ: বিৱৰণ, ইতিহাস, নিষিদ্ধকৰণ
ভাৰততামিলনাডুত কুকুৰা যুঁজ

২০১৪ চনত এটা ৰায়ৰ জৰিয়তে ভাৰতৰ উচ্চতম ন্যায়ালয়ে জীৱ-জন্তুৰ প্ৰতি নিষ্ঠুৰতা প্ৰদৰ্শন কৰা সকলো ধৰণৰ জীৱ-জন্তুৰ যুঁজ নিষিদ্ধ কৰে। ইয়াৰ পিছতে গুৱাহাটী উচ্চ ন্যায়ালয়ে অসমৰ কুকুৰা যুঁজ বন্ধ কৰাৰো নিৰ্দেশ দিয়ে।

বিৱৰণ

কুকুৰা যুঁজ: বিৱৰণ, ইতিহাস, নিষিদ্ধকৰণ 
পালনাডু যুদ্ধৰ সময়ত কুকুৰা যুঁজ দেখুওৱা ভাস্কৰ্য

এই খেলত প্ৰত্যেকেই নিজৰ কুকুৰাক প্ৰশিক্ষণ দি অন্য কুকুৰাৰ সৈতে যুঁজিবলৈ দিয়ে। কোনো কোনো ঠাইত কুকুৰাৰ ভৰিত বিন্ধা যুক্ত কাইট লগাই দিয়ে যাতে আক্ৰমণ কৰিলে প্ৰতিদ্বন্দ্বী কুকুৰাটো আঘাতপ্ৰাপ্ত হয়। এনে যুঁজত হৰা কুকুৰাটো প্ৰায়ে মৃত্যুমুখত পৰে।

ইতিহাস

কুকুৰা যুঁজৰ ইতিহাস প্ৰাচীন। সিন্ধু সভ্যতাৰ সময়তো আমোদ-প্ৰমোদৰ বাবে এই যুঁজ অনুষ্ঠিত কৰাৰ প্ৰমাণ পোৱা গৈছে। প্ৰাচীন ভাৰতত ১১৭৮ চনত অন্ধ্ৰপ্ৰদেশত সংঘটিত হোৱা পালনাডু যুদ্ধ (Battle of Palnadu)-ৰ পৰিণাম কুকুৰা যুঁজেৰে নিৰ্ণয় কৰাৰ তথ্য পোৱা যায়।

নিষিদ্ধকৰণ

২০১৪ চনত এটা ৰায়ৰ জৰিয়তে উচ্চতম ন্যায়ালয়ে জীৱ-জন্তুৰ প্ৰতি নিষ্ঠুৰতা প্ৰদৰ্শন কৰা সকলো ধৰণৰ জীৱ-জন্তুৰ যুঁজ নিষিদ্ধ কৰে। ইয়াৰ পিছতে গুৱাহাটী উচ্চ ন্যায়ালয়ে অসমৰ কুকুৰা যুঁজ বন্ধ কৰাৰো নিৰ্দেশ দিয়ে।

লগতে চাওক

তথ্যসূত্ৰ

Tags:

কুকুৰা যুঁজ বিৱৰণকুকুৰা যুঁজ ইতিহাসকুকুৰা যুঁজ নিষিদ্ধকৰণকুকুৰা যুঁজ লগতে চাওককুকুৰা যুঁজ তথ্যসূত্ৰকুকুৰা যুঁজঅসমইংৰাজী ভাষামাঘ বিহু

🔥 Trending searches on Wiki অসমীয়া:

অসম চাহসপ্তকাণ্ড ৰামায়ণভাৰতবাঁহী (আলোচনী)পাঠ পৰিকল্পনাসাম্যবাদনামচিংভূপেন হাজৰিকানামেৰি ৰাষ্ট্ৰীয় উদ্যানমাধৱদেৱচুটিগল্পঅসমীয়া প্ৰতিদিনঅসম আন্দোলনৰামধেনুবৰাক উপত্যকাউমানন্দগোপীনাথ বৰদলৈউৎসৱফকৰা যোজনাহোমেন বৰগোহাঞিগঙ্গা নদীপাকস্থলীমামণি ৰয়ছম গোস্বামীজ্যামিতিদ-পৰ্বতীয়াৰ শিলৰ দুৱাৰবাৰ ভূঞাফুটবলপুঁজিবাদমৃণাল কলিতানীলমণি ফুকন (কনিষ্ঠ)বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যসাহিত্য অকাডেমি বঁটাপঞ্চভুজপাতগণেশকমলাবাৰী সত্ৰআনন্দৰাম ঢেকিয়াল ফুকনপলাশীৰ যুদ্ধঅসমীয়া ভাষাবিশেষ শিক্ষাদূৰদৰ্শন (চেনেল)অসমত দেখা চৰাইবোৰবিৰিঞ্চি কুমাৰ বৰুৱাঅপাৰেটিং চিষ্টেমউত্তৰ গুৱাহাটীছোৱাইন ফ্লুব্ৰিটিছ ৰাজউদয় শংকৰইংৰাজী ভাষাবৰপেটা সত্ৰপৰ্যাবৃত্ত তালিকামহাভাৰতনিচুকনি গীতশব্দ (অভিধান)হিউৱেন-চাংগৱেষণা পদ্ধতি সম্পৰ্কীয় অসমীয়া গ্ৰন্থৰ তালিকাব্ৰহ্মপুত্ৰ উপত্যকাঅৰুণাচল প্ৰদেশসংবিধান দিৱস (ভাৰত)গাঁও পঞ্চায়তইতিহাসতথ্য প্ৰযুক্তিনগাঁও জিলাকাঞ্চন (উপন্যাস)অসমৰ সাহিত্যিকসকলৰ তালিকাঅসীমত যাৰ হেৰাল সীমাকবিতাহীৰেন ভট্টাচাৰ্যপাচন তন্ত্ৰএইচ.আই.ভি/এইড্‌ছগান্ধীবাদনৱবিধা ভক্তিতিনিচুকীয়া জিলাখেৰাই🡆 More