গুজৰাট

গুজৰাট (গুজৰাটী: ગુજરાત) ভাৰতৰ আটাইতকৈ পশ্চিমত অৱস্থিত ৰাজ্য। গুজৰাটৰ ৰাজধানী গান্ধীনগৰ। গুজৰাটত ৩৩খন জিলা আছে। গুজৰাটৰ গৱৰ্ণৰ ওম প্ৰকাশ কহলী।

গুজৰাট
ગુજરાત
—  ভাৰতীয় ৰাজ্য  —
Gujarat Montage.jpgঘড়ীৰ কাটাৰ দিশত: গুজৰাট উচ্চতৰ ন্যায়ালয়, দ্বাৰকা বীচ, লক্ষ্মীবিলাস প্ৰসাদ, Kankaria Lakefront, গান্ধী আশ্ৰম, Salt Desert of Kutch.
গুজৰাট
মোহৰ
গুজৰাট
ভাৰতত গুজৰাট (ৰঙা অংশ)
ভাৰতত গুজৰাট (ৰঙা অংশ)
গুজৰাট
গুজৰাটৰ ভূচিত্ৰ
গুজৰাটৰ ভূচিত্ৰ
ভৌগোলিক স্থানাংক (গান্ধীনগৰ): 23°13′N 72°41′E / 23.217°N 72.683°E / 23.217; 72.683 72°41′E / 23.217°N 72.683°E / 23.217; 72.683
Country গুজৰাট ভাৰত
প্ৰতিষ্ঠিত ১ মে' ১৯৬০
ৰাজধানী চহৰ গান্ধীনগৰ
জিলা ৩৩
চৰকাৰ
 - গভাৰ্ণৰ ওম প্ৰকাশ কহলী
 - মুখ্যমন্ত্ৰী আনন্দিবেন পটেল
 - Legislature Unicameral (১৮২ চীট)
 - Parliamentary constituency 26 (SC-2,ST-4)
 - উচ্চতৰ ন্যায়ালয় গুজৰাট উচ্চতৰ ন্যায়ালয়
মাটিকালি
 - মুঠ ১,৯৬,০২৪ কি.মি. 
(৭৫,৬৮৫.৩ বৰ্গ মাইল)
অঞ্চলৰ স্থানাংক ৬ষ্ঠ
জনসংখ্যা (২০১১)
 - মুঠ ৬,০৪,৩৯,৬৯২ জন
 - স্থান ৯মতম
 - জনঘনত্ব ৩০৮.৩ প্ৰতি বৰ্গ কি.মি. 
(৭৯৮.৬ প্ৰতি বৰ্গ মাইল)
বিশেষণ গুজৰাটী
ভাষাসমূহ
 - আধিকাৰিক গুজৰাটী আৰু সিন্ধী
 - কথিত ভাষাসমূহ (একাদিক্ৰমিক ভাৱে) * ইংৰাজী
সময় অঞ্চল ভা মা স (গ্ৰী.মা.স.+05:30 / +০৫:৩০)
আই এচ অ’ ৩১৬৬ কোড IN-GJ
মা বি সূ বৃদ্ধি 0.527 (medium)
মা বি সূ মান ১১ তম (২০১১)
সাক্ষৰতা 80.18%
ৱেবছাইট gujaratindia.com

সধাৰণ তথ্য

গুজৰাটৰ ক্ষেত্ৰফল ১৯৬০২৪ বৰ্গ কিলোমিটাৰ। এই ৰাজ্যত ৬৩৮৯১৩০৩ জন মানুহে বসবাস কৰে

বুৰঞ্জী

গুজৰাট 
শ্ৰী কৃষ্ণ

হিন্দু বিশ্বাসৰ মতে শ্ৰীকৃষ্ণ আৰু তেওঁৰ ভ্ৰাতৃ বলৰামে তেওঁলোকক দ্বাৰকাত প্ৰতিষ্ঠা কৰিছিল, তেওঁলোক আছিল যাদৱ বংশৰ। মৌৰ্য্য, গুপ্ত, চালুক্য, প্ৰতিহাৰা আদি উল্লেখনীয় ৰাজবংশ। পাৰ্চী সকল ইৰানৰ পৰা ৮ম শতিকাত পলাই গুজৰাটলৈ আহে পবিত্ৰ শিখা লৈ যি এতিয়াও ভলসদত জ্বলি আছে। মুছলমানসকলৰ প্ৰভাৱ এতিয়াও গুজৰাটৰ কলা-সংস্কৃতিত দেখা যায়। পৰ্তুগীজ সকল গুজৰাটলৈ অহা প্ৰথম ইউৰোপীয় লোক। তেওঁলোকে আহি সৌৰাষ্ট্ৰৰ দক্ষিণ অঞ্চলৰ দিউ দ্বীপত বাহৰ পাতে। তাৰ পিছত আহে ইংৰাজ সকল ১৬১২ চনত। তেওঁলোকে চুৰট নামৰ ঠাইত ব্যৱসায় কৰে। ইংৰাজ সকলৰ তলত থাকোঁতে গুজৰাট 'বম্বে প্ৰদেশ'ৰ অংশ আছিল। কিন্তু ১৯৬০ চনত 'গুজৰাটী' লোক সকলে সেই প্ৰদেশৰ পৰা বেলেগ হোৱাৰ সিদ্ধান্ত লয় আৰু বম্বে ২ ৰাজ্য 'গুজৰাট' আৰু 'মহাৰাষ্ট্ৰ'ত বিভক্ত হয়। গুজৰাট এতিয়া ভাৰতৰ আগশাৰীৰ ঔদ্যোগিকৃত ৰাজ্যৰ ভিতৰত অন্যতম। গুজৰাটত বৰ্তমান প্ৰায় ১৫০০ বৃহৎ আৰু মাজু আকাৰৰ উদ্যোগ আৰু প্ৰায় ১৮৪১১৯ সৰু উদ্যোগ আছে।

নাম

গুজৰাট নাম গুজ্জৰ নামৰ জনজাতিৰ পৰা অহা। গুজ্জৰ সকলৰ ঠাইক গুজ্জৰ ৰাষ্ট্ৰ বোলা হৈছিলে আৰু সেই গুজ্জৰ ৰাষ্ট্ৰৰ পৰাই গুজৰাট শব্দ আহিল। গুজ্জৰ সকল ৫ম শতাব্দীত হানসকলৰ পৰা পলাই গুজৰাটলৈ আহিছিল।

তথ্য সংগ্ৰহ

Tags:

গুজৰাট সধাৰণ তথ্যগুজৰাট বুৰঞ্জীগুজৰাট নামগুজৰাট তথ্য সংগ্ৰহগুজৰাটগুজৰাটী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

পঞ্জাবী ভাষাঅৰ্কিডআন্তৰ্জাতিক নাৰী দিৱসপ্ৰশান্ত মহাসাগৰমহা মৃত্যুঞ্জয় মন্দিৰগুপ্ত সাম্ৰাজ্যতিৱা জনগোষ্ঠীতথ্যদৈনিক অসমঅসমৰ জিলাসমূহৰোজাদিনজৈন ধৰ্মঅসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ তালিকাদেওপাহাৰভাৰত-চীন যুদ্ধৰোমান সাম্ৰাজ্যহীৰেন গোহাঁইমিচিং জনগোষ্ঠীৰ সাজপাৰদঁতাল হাতীৰ উঁয়ে খোৱা হাওদাঅসম চুক্তিভাৰতীয় ৰিজাৰ্ভ বেংকফুটবলদুৰ্গাবৰ কায়স্থদেৱকান্ত বৰুৱাজতুৱা ঠাঁচতলাতল ঘৰপদ্মনাথ গোহাঞি বৰুৱাআহোম জনগোষ্ঠীএংকৰ ৱাটকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান৯ জুনঅংকীয়া নাটৰমন্যাসবাদগীতাৱলী ৰাজকুমাৰীমনকৰশীতল যুদ্ধকাৰ্ল মাৰ্ক্সপ্ৰদূষণশিৱসাগৰকাৰেংঘৰভাৰতীয় দৰ্শনসুমিত্ৰা চৰত ৰামগোপীনাথ বৰদলৈবায়ু প্ৰদূষণবাৰেচহৰীয়া ভাওনা মহোৎসৱঅসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকাবিহুৰ সাজ-পোচাক আৰু অলংকাৰঅসমীয়া সাহিত্যত মালিতাঊষামৰাণ জনগোষ্ঠীআজান পীৰৰ দৰগাহবাণীকান্ত কাকতিমাটিলক্ষ্মীধৰ শৰ্মানৱকান্ত বৰুৱাদৰিদ্ৰতাপুতলা নাচলোকসভাৰ অধ্যক্ষ২৭ মাৰ্চভিয়েটনামডিম্বেশ্বৰ নেওগমুদ্ৰাস্ফীতিঅৰুণোদইনৰেন্দ্ৰ মোদীবৰপেটা জিলাঅসমীয়া সাহিত্যৰ অৰুণোদয় যুগবড়ো সাহিত্য সভাসুভাষ চন্দ্ৰ বসুযৌতুকমাৰ্ক্সবাদবাথৌ পূজাআবেগস্বৰাজঅসমত দেখা চৰাইবোৰ🡆 More