সুমথিৰা টেঙা: ফল

সুমথিৰা টেঙা বা কমলা টেঙা (ইংৰাজী: Orange) বৈজ্ঞানিক নাম - Citrus Sinensis ৷ সুমথিৰা টেঙাৰ ভিতৰত 'খাছি মান্দাৰিন' (Khasi mandarin) নামৰ জাতটো অসমত অতি জনপ্ৰিয় আৰু অসমৰ ঠাই বিশেষে এই জাতৰ সুমথিৰাৰ খেতি ব্যাপক মাত্ৰাত কৰা হয়৷ উত্তৰ-পূৰ্বাঞ্চলৰ জলবায়ু আৰু মাটি সুমথিৰা বা কমলা খেতিৰ বাবে উপযোগী৷ সুমথিৰা টেঙা উদ্ভিদ জগতৰ Rutaceae গোত্ৰৰ (family) Citrus জাতিৰ (genus) অন্তৰ্ভুক্ত । এই ফলবোৰৰ অনেক প্ৰকাৰ (species) পৃথীৱীৰ বিভিন্ন প্ৰান্তত সিঁচৰতি হৈ আছে।

সুমথিৰা টেঙা
সুমথিৰা টেঙা: বৈশিষ্ট্য, উৎপত্তি স্থল, অৰ্থনৈতিক মূল্য
Orange blossoms and oranges on tree
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Eudicots
(অশ্ৰেণীকৃত): Rosids
বৰ্গ: Sapindales
পৰিয়াল: Rutaceae
গণ: Citrus
প্ৰজাতি: C. × sinensis
বৈজ্ঞানিক নাম
Citrus × sinensis
(L.) Osbeck
সুমথিৰা টেঙা: বৈশিষ্ট্য, উৎপত্তি স্থল, অৰ্থনৈতিক মূল্য
সুমথিৰা টেঙা

অসমত যিবিধ ফলক সুমথিৰা বা কমলা টেঙা বুলি কওঁ , সেইবিধ মান্দাৰিণ অৰেঞ্জ গোটৰ ফল। ভাৰতত অঞ্চলভেদে এই গোটটোৰ বহুকেইটা প্ৰকাৰ আছে। উত্তৰ-পূৰ্বাঞ্চলত পোৱা বিধক ইংৰাজীত খাছি মান্দাৰিণ কোৱা হয়। সেইদৰে নাগপুৰ অঞ্চলত পোৱা বিধৰ ইংৰাজী নাম নাগপুৰ মান্দাৰিণ । অসমৰ কোনো কোনো অঞ্চলত এই গোটৰ ফলৰ আকাৰ সৰু, বাকলি পাতল আৰু মিহি হোৱালৈ লক্ষ্য কৰি এনেবোৰ ফল Loose –skinned orangeৰ অন্য এটা প্ৰকাৰ নতুবা প্ৰাকৃতিক বৰ্ণ সংকৰ (natural hybrid) যেন অনুমান হয়। ভাৰতৰ বিভিন্ন অঞ্চলত মান্দাৰিন গোটৰ বহুকেইটা প্ৰকাৰ ইতিমধ্যে পোৱা গৈছে। সেয়েহে এই দিশত গৱেষণাৰ প্ৰয়োজন আছে।

refer to caption

বৈশিষ্ট্য

সুমথিৰা টেঙাৰ বাকলি সহজে এৰুৱাব পাৰি,সেইবাবে এই টেঙাক Loose-skinned orange বুলিও জনা যায়৷ আন ছাইট্ৰাছ ফলৰ ক্ষেত্ৰত বাকলি হাতেৰে গুচাবলৈ ইমান সহজ নহয়৷ সেয়ে সুমথিৰা টেঙাৰ জনপ্ৰিয়তা অধিক৷ সুমথিৰা টেঙাৰ গা-গছডাল চিৰ-সেউজীয়া আৰু অলপ ওখ৷ গা-গছত কিছু পৰিমানে কাঁইট থাকে৷ ফল এটা এটাকৈ হে লাগে৷ ঋতুজনিত ফল৷ শীতকালত প্ৰচুৰ পৰিমানে পোৱা যায়৷

উৎপত্তি স্থল

অসমকামৰূপ জিলাৰ সোনাপুৰ আৰু বকো,গোৱালপাৰা জিলাৰ অসম-মেঘালয় সীমান্ত,যোৰহাট জিলাৰ মৰিয়নি,তিনিচুকীয়াৰ উপকণ্ঠ অঞ্চল,কাৰ্বি আংলং,উত্তৰ কাছাৰ পাৰ্বত্য জিলাত যথেষ্ট পৰিমানে সুমথিৰা উৎপন্ন হয়৷ অৰুণাচল প্ৰদেশআলং,পাছিঘাট আদি অঞ্চলত সুমথিৰাৰ খেতি ভাল হয়৷

অৰ্থনৈতিক মূল্য

ৰবাব টেঙাৰ প্ৰতি ১০০ মিলিলিটাৰ ৰসত ২৫-৮৫ মিলিগ্ৰাম পৰ্যন্ত ভিটামিন 'ছি' পোৱা যায়৷

তথ্য সংগ্ৰহ

ড° চাদিকুল হুছেইন (১৬ - ৩১ আগষ্ট ২০১১). "বিলুপ্তিৰ পথত অসমৰ নেমুজাতীয় ফলসমূহ". প্ৰান্তিক. 

বাহ্যিক সংযোগ

Tags:

সুমথিৰা টেঙা বৈশিষ্ট্যসুমথিৰা টেঙা উৎপত্তি স্থলসুমথিৰা টেঙা অৰ্থনৈতিক মূল্যসুমথিৰা টেঙা তথ্য সংগ্ৰহসুমথিৰা টেঙা বাহ্যিক সংযোগসুমথিৰা টেঙা

🔥 Trending searches on Wiki অসমীয়া:

লভিতাৰেখাচুটিগল্পঢেঁকীবানপানীভাৰতীয় মহাকাশ গৱেষণা সংস্থাবনাঞ্চল ধ্বংস আৰু জলবায়ু পৰিৱৰ্তনজ্যোতিপ্ৰসাদ ৰচনাৱলীশিৱসাগৰ জিলামালিতাউত্তৰ গুৱাহাটীদামোদৰ দেৱসিন্ধু সভ্যতাভাৰতৰ শিক্ষাকোচ ৰাজবংশমনোবিজ্ঞানভূমি প্ৰদূষণচিলাৰায়চাইকেলকামৰূপ জিলাবুৰঞ্জী সাহিত্যভূমিকম্পমৌখিক ইতিহাসসপ্তকাণ্ড ৰামায়ণকানাই বৰশী বোৱা শিলালিপিকমলাকান্ত ভট্টাচাৰ্য্যভগদত্তগৌতম বুদ্ধৰেৱতী মোহন দত্তচৌধুৰীবৈচাগুভাওনাঅসমৰ জনগোষ্ঠীপদুমপায়ু সংগমগণিতছক্ৰেটিছহিমালয়গান্ধীবাদধুবুৰী (লোকসভা সমষ্টি)ভাস্কৰ (প্ৰথম)এলবাৰ্ট আইনষ্টাইনএকলব্যআইজাক নিউটনবিশ্ব স্বাস্থ্য সংস্থাসূৰ্যকুমাৰ ভূঞাহালধীয়া চৰায়ে বাওধান খায় (চলচ্চিত্ৰ)সাধুকথাসংখ্যাদক্ষিণপাট সত্ৰ২৫ এপ্ৰিলভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকাজোৰোণবৰ্মণ ৰাজবংশযোৰানামমামণি ৰয়ছম গোস্বামীআহোম ৰাজ্যব্যাকৰণঅসমীয়া ভাষা উন্নতি সাধিনী সভাউপভাষাঅসমৰ গামোচানীলমণি ফুকন (কনিষ্ঠ)আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন-চৰিত্ৰসমাজবাদদিল্লীচামেলি মেমচা'বগোলকীকৰণঅসমৰ মাছ ধৰা সঁজুলিকেশৱ মহন্তএহাত ডাবাআহোম-মোগলৰ সংঘৰ্ষধ্যান চান্দকিতাপঅসমীয়া কবিতাতেজআন্তৰ্জাতিক মান গ্ৰন্থ সংখ্যামহাসাগৰ🡆 More