দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা কামৰূপ

কামৰূপ ভাৰতৰ অসম ৰাজ্যৰ এখন প্ৰশাসনিক জিলা৷ ২০০৩ চনত পুৰণি কামৰূপ জিলা দুভাগত বিভক্ত হয়; বৃহত্তৰ গুৱাহাটী অঞ্চলক লৈ এখন নতুন জিলা কামৰূপ মহানগৰ জিলা গঠন কৰা হয় আৰু অন্যখনৰ নাম আগৰ কামৰূপেই থাকিল। ২০০৪ চনত কামৰূপ জিলাৰ অন্তৰ্গত ৰঙিয়া মহকুমাৰ এটা অংশ নবগঠিত বাক্সা জিলাত অন্তৰ্ভূক্ত হয়। বিভাজনৰ পাছত কামৰূপৰ সদৰ গুৱাহাটীৰ পৰা আমিনগাঁওলৈ স্থানান্তৰিত কৰা হ'ল।

কামৰূপে তলৰ প্ৰবন্ধসমূহ বুজাব পাৰে:

  1. অবিভক্ত কামৰূপ জিলা
  2. কামৰূপ জিলা
  3. কামৰূপ মহানগৰ জিলা
  4. কামৰূপ ৰাজ্য (প্ৰাচীন অসম)


Tags:

অসমঅসমৰ জিলাকামৰূপ মহানগৰ জিলাভাৰতৰঙিয়া

🔥 Trending searches on Wiki অসমীয়া:

জ'মাট'ভট্টদেৱৰ গদ্যশৈলীমিৰি জীয়ৰীঅসমৰ কাঁহ শিল্পঅসমৰ পৰম্পৰাগত সাজ-পাৰঅসমীয়া লিপিৰ বুৰঞ্জীআৰ্নেষ্ট ৰাডাৰফ'ৰ্ডগুৱাহাটী (লোকসভা সমষ্টি)অসমত দেখা পোৱা সাপবোৰহীৰেন ভট্টাচাৰ্যচলচ্চিত্ৰপদুমশ্ৰী সূৰ্য পাহাৰসমাৰ্থক শব্দঅসমীয়া লোকসাহিত্যপৃথিৱীভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্যযতি-চিনমিচিং জনগোষ্ঠীদামোদৰ দেৱব্যৱস্থাপনাসমাজতত্ত্বনীতি আয়োগভেদাই লতাঅসমৰ মাছ ধৰা সঁজুলিধৰিত্ৰী দিৱসঅপভ্ৰংশকৃত্ৰিম বুদ্ধিমত্তাযোৰানামহৰি-হৰ যুদ্ধমানৱ ভূগোলঅসমৰ জনগোষ্ঠীৰবীন্দ্ৰনাথ ঠাকুৰহুমায়ুনৰ সমাধিক্ষেত্ৰহিউৱেন-চাংৰাষ্ট্ৰসংঘমহাভাৰতবৈচাগুঅসমৰ সত্ৰসমূহৰ তালিকা২৭ এপ্ৰিলশামুকআফগানিস্তানসন্ধিৰাজিয়া চুলতানাসংক্ৰমণইষ্ট ইণ্ডিয়া কোম্পানীইণ্টাৰনেটবিজ্ঞানসম্ৰাট অশোকআৱাহন (আলোচনী)মাধৱ কন্দলিহয়গ্ৰীৱ মাধৱ মন্দিৰৰাইমনা ৰাষ্ট্ৰীয় উদ্যানআন্তৰ্জাতিক মানৱ অধিকাৰ আইনপাণবাৰী মছজিদঅসীমত যাৰ হেৰাল সীমাঅসমৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকাজীৱনৰ বাটতনুৰ জাহানমই আৰু নেফাফুল২৫ এপ্ৰিলমাতৃভাষাসংযুক্ত মুক্তি বাহিনী, অসমশিক্ষা মনোবিজ্ঞানপ্ৰদূষণৰঙিয়া ৰেলৱে সংমণ্ডলতুলসীনাগৰিকত্বসাক্ষৰতাৰ হাৰ অনুযায়ী ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ তালিকাকৃষ্ণপাৰিজাত হৰণ নাটবায়ু প্ৰদূষণ🡆 More