সত্যাগ্ৰহ

সত্যাগ্ৰহ (সংস্কৃত: सत्याग्रह) মহাত্মা গান্ধীয়ে প্ৰতিষ্ঠা কৰা দৰ্শন আৰু অহিংস প্ৰতিৰোধৰ অনুশীলন। মহাত্মা গান্ধীয়ে ভাৰতৰ স্বাধীনতা আন্দোলন আৰু দক্ষিণ আফ্ৰিকাৰ ভাৰতীয়সকলৰ অধিকাৰ প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে সত্যাগ্ৰহৰ চৰ্চা কৰিছিল। সত্যাগ্ৰহৰ তত্ত্ব পিছলৈ দক্ষিণ আফ্ৰিকাৰ বিখ্যাত কৃষ্ণাংগ নেতা নেলছন মেণ্ডেলাবৰ্ণবৈষম্য নীতিৰ বিৰুদ্ধে আৰু গণঅধিকাৰ আন্দোলনৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰমাৰ্টিন লুথাৰ কিং জুনিয়ৰ আৰু জেমছ বেভেলেৰ কৰ্মসূচীসহ সামাজিক ন্যায় প্ৰতিষ্ঠা আৰু অন্যান্য আন্দোলনত প্ৰভাৱ পেলায়। আক্ষৰিক ভাবে সত্যাগ্ৰহ মানে সত্যৰ সন্ধান বা সত্যক ধৰি ৰখা বুজায়। সত্যাগ্ৰহ মানি চলা সকলক সত্যাগ্ৰহী বোলা হয়।

সত্যাগ্ৰহ
সত্যাগ্ৰহৰ উল্লেখযোগ্য নিদৰ্শন হিচাপে পৰিগণিত হোৱা ১৯৩০ চনত গান্ধীয়ে নেতৃত্ব বহন কৰা দাণ্ডী যাত্ৰা

তথ্য উৎস

বাহ্যিক সংযোগ

Tags:

🔥 Trending searches on Wiki অসমীয়া:

জোনবিল মেলাষড়ভুজমণিকূটআৰ্যভট্টতামোলঅনুৰাধা শৰ্মা পূজাৰীঅসমৰ মহকুমাসমূহৰ তালিকাজল প্ৰদূষণসাত বিহুকৰ'নাভাইৰাছ ৰোগ ২০১৯বৈষ্ণৱ সাহিত্যনিৰ্মলপ্ৰভা বৰদলৈমঙ্গল গ্ৰহদেৱকান্ত বৰুৱাঅসমীয়া জলপানচকলংকোচ ৰাজবংশীকালিকা পুৰাণউপেন্দ্ৰনাথ ব্ৰহ্মজ্ঞানপীঠ বঁটাউদ্ভিদঅসমীয়া সাহিত্যৰ অৰুণোদয় যুগন'বেল বঁটামুহাম্মাদকলাচৰ্যাপদগোলাপগ্ৰহবিদ্যুৎঅসমীয়া ভাষাৰ শব্দসম্ভাৰআহোম বিবাহ পৰম্পৰাচীনবৌদ্ধ ধৰ্মবল্লভভাই পেটেললোকসভাৰ অধ্যক্ষপাচন তন্ত্ৰউমাচল শিলালিপিৰাজনীতিবিশ্ব বাণিজ্য সংস্থামৈদামফকৰা যোজনাঅসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকাআন্তঃৰাষ্ট্ৰীয় ধ্বনিলিপিবৰাক নদীকবিতাভাৰত ৰত্নবেদভাৰতীয় ৰেলমৰিগাঁও জিলাঅষ্ট্ৰেলিয়া (মহাদেশ)কামাখ্যা মন্দিৰকম্পিউটাৰসৌৰজগতকোণঅৰুণাচল প্ৰদেশলক্ষ্মীনাথ বেজবৰুৱাঅসমৰ পৰম্পৰাগত সাজ- পাৰঅসমদাদাচাহেব ফাল্কেঅসমীয়া লোক কবিতানৱকান্ত বৰুৱাহাজোভাৰতলাচিত বৰফুকনগুৱাহাটীৰ পৰ্যটনস্থলসমূহৰ তালিকাদেৱতা (হিন্দু ধৰ্ম)কথা কবিতাতিতাবৰ মহকুমাৱিকিপিডিয়াঘৰচিৰিকাদৰং জিলামৃত্যুঞ্জয়ৰাম বিজয়🡆 More