মগনলাল গান্ধী

মগনলাল খুশলচান্দ গান্ধী (ইংৰাজী: Maganlal Khushalchand Gandhi; ১৮৮৩–১৯২৮) মোহনদাস কৰমচান্দ গান্ধীৰ এজন অনুৰাগী আছিল। তেওঁ মহাত্মাৰ এজন খুৰাৱকৰ নাতি আছিল, আৰু ১৯২৮ চনৰ ২৩ এপ্ৰিলত পাটনাত টাইফইড ৰোগত তেওঁৰ মৃত্যু হয়।

মগনলাল গান্ধী
মগনলাল গান্ধী

মগনলাল গান্ধীক মোহনদাস গান্ধীয়ে তেওঁৰ বহুতো কামত জড়িত কৰাইছিল। মগনলালৰ মতে সত্যাগ্ৰহ শব্দটোৱে গান্ধীৰ অহিংসা পদ্ধতিৰ সংজ্ঞা দিব পাৰে। গান্ধীয়ে কৈছিল- মগনলাল সবৰমতী আশ্ৰমৰ হৃদয় আৰু আত্মা স্বৰূপ আছিল। তেওঁ ১৯০৩ চনত দক্ষিণ আফ্ৰিকাত গান্ধীক অনুসৰণ কৰিছিল। পিছে অৱশেষত তেওঁ খুৰাকৰ স্বআৰোপিত অৰ্থহীনতাকেই অনুসৰণ কৰে আৰু ফণিক্স ছেটেলমেণ্টত যোগদান কৰে।

তথ্য সংগ্ৰহ

Tags:

🔥 Trending searches on Wiki অসমীয়া:

আন্তৰ্জাতিক মান গ্ৰন্থ সংখ্যালুৰিন জ্যোতি গগৈবিল গেট্‌ছঅসমৰ চাহ জনগোষ্ঠীদিল্লীৰাভা ভাষাসৌৰভ কুমাৰ চলিহাকপৌ ফুলউদ্ভিদডিগবৈসংক্ৰমণঅসমীয়া লোক-সংস্কৃতিযৌগিক সংখ্যাজোনাকী (আলোচনী)চলচ্চিত্ৰপ্ৰকৃতিসাহিত্যউত্তৰ-পূব ভাৰতলোকবিশ্বাসয়নীতি আয়োগকামাখ্যা মন্দিৰকনকলতা বৰুৱাসন্ধিঁ (চন্দ্ৰবিন্দু)পাঁচালীশিৱভাষাবিজ্ঞাননাৰীবাদচৰাইভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকাচুতীয়া ৰাজ্যবহনক্ষম ভূমি ব্যৱস্থাপনাইছলামনৰনাৰায়ণভূৱন মোহন বৰুৱাঅভিধানপদ্মধৰ চলিহালক্ষ্মীনাথ বেজবৰুৱাশামুকঋকবেদসৌৰজগতসংযুক্ত মুক্তি বাহিনী, অসমৰুদ্ৰেশ্বৰ দেৱালয়ব্যাকৰণজ'মাট'ভগদত্তলখিমপুৰ জিলাঅসমত দেখা পোৱা উদ্ভিদসমূহৰ তালিকামানৱ ভূগোলঅসমীয়া সাহিত্যত মালিতাযতীন বৰাব্যৱস্থাপনাআপংজোনবিল মেলাশ্ৰী সূৰ্য পাহাৰকামৰূপ জিলা৭ ফেব্ৰুৱাৰীবেণুধৰ শৰ্মাঅসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকাহস্তীবিদ্যাৰ্ণৱজ্যোতিপ্ৰসাদ আগৰৱালাঅসমৰ ৰাজ্যিক প্ৰতীকসমূহপালি ভাষাযক্ষ্মাৰাষ্ট্ৰসংঘলিংগ বৈষম্য আৰু ভাৰতীয় নাৰীকোষ (জীৱবিজ্ঞান)বনঘোষাঅসমৰ বাঁহ-বেতৰ শিল্পচৰাইদেউ জিলাৰামায়ণএ পি জে আব্দুল কালামবাঁহী (আলোচনী)অসমৰ পৰম্পৰাগত সাজ- পাৰঅসমৰ সাহিত্যিকসকলৰ তালিকাকাৰ্বি জনগোষ্ঠীঅসমৰ ৰাজ্যপালসকলৰ তালিকা🡆 More