লি ৱেনলিয়াং: চীনা চকুৰোগ বিশেষজ্ঞ (1986-2020)

লি ৱেনলিয়াং (ইংৰাজী: Li Wenliang; ১২ অক্টোবৰ ১৯৮৬ – ৭ ফেব্ৰুৱাৰী ২০২০) এগৰাকী চীনা চকুৰোগ বিশেষজ্ঞ আছিল। ৱুহান কেন্দ্ৰীয় চিকিৎসালয়ৰ চিকিৎসক লিয়ে ২০১৯ৰ ডিচেম্বৰত তেওঁৰ সহকৰ্মীসকলক চাৰ্চ (Severe acute respiratory syndrome) সদৃশ ৰোগ অথবা পিছলৈ COVID-19 নামেৰে চিহ্নিত হোৱা ৰোগবিধৰ সম্ভাব্য বিস্তাৰৰ বিষয়ে সতৰ্ক কৰি দিছিল। ২০২০ৰ ৩ জানুৱাৰীত ৱুহান পুলিচে তেওঁক চমন জাৰী কৰি ইণ্টাৰনেটত ভুৱা মতামত প্ৰচাৰ কৰা বুলি সতৰ্ক কৰি দিছিল। লি পুনৰ কামলৈ উভতি আহিছিল। তেওঁৰ তালৈ ক'ৰ'ণা ভাইৰাছ (COVID-19) সংক্ৰমিত এজন ৰোগী আহিছিল, যিয়ে প্ৰকৃততে গ্লুক'মা ৰোগৰহে চিকিৎসা কৰিব আহিছিল। এই ৰোগীজনৰ পৰাই লিৰ দেহলৈও ক'ৰ'ণা সংক্ৰমিত হৈছিল আৰু ২০২০ৰ ৭ ফ্ৰেব্ৰুৱাৰীত তেওঁৰ মৃত্যু হৈছিল। পিছলৈ চৰকাৰীভাবে তেওঁক নিৰ্দোষ ঘোষণা কৰা হয় আৰু তেওঁৰ পৰিয়ালৰ ওচৰত ক্ষমা-প্ৰাৰ্থনা জনায়।

লি ৱেনলিয়াং
লি ৱেনলিয়াং: চীনা চকুৰোগ বিশেষজ্ঞ (1986-2020)
স্থানীয় নাম 李文亮
জন্ম ১২ অক্টোবৰ, ১৯৮৬
বেইঝেন, লিয়াওনিং, চীন
মৃত্যু ৭ ফেব্ৰুৱাৰী, ২০২০ (৩৩ বছৰ)
ৱুহান, হুবেই, চীন
মৃত্যুৰ কাৰণ COVID-19
শিক্ষা মেডিচিনৰ স্নানকোত্তৰ (MMed)
শিক্ষানুষ্ঠান ৱুহান বিশ্ববিদ্যালয়
পেচা চকুৰোগ বিশেষজ্ঞ
সক্ৰিয় হৈ থকা সময় ২০১১-২০
জনা যায় COVID-19 আৱিষ্কাৰ কৰাৰ বাবে
২০১৯-২০ ক'ৰ'ণা ভাইৰাছৰ বিশ্বমাৰীৰ বিষয়ে সচেতন কৰাৰ বাবে
দাম্পত্যসঙ্গী ফু জুৱেজি (Fu Xuejie)
সন্তান
লি ৱেনলিয়াং
চীনা 李文亮

প্ৰাৰম্ভিক জীৱন

লিৰ জন্ম ১৯৮৬ চনৰ ১২ অক্টোৱৰত বেইঝেনৰ লিয়াওনিঙৰ এটা মাঞ্চু পৰিয়ালত হৈছিল। তেওঁ বেইঝেন হাইস্কুলত ভৰ্তি হৈছিল আৰু উৎকৃষ্ট ফলাফলেৰে স্নাতক হৈছিল। ২০০৪ চনত নেচনেল কলেজ প্ৰবেশ পৰীক্ষাত ৬০৯ নম্বৰ স্থান লাভ কৰে আৰু ৱুহান ইউনিভাৰ্চিটি স্কুল অৱ মেডিচিনত এজন ক্লিনিকেল মেডিচিন ছাত্ৰ হিচাপে সাত বছৰীয়া একীকৃত স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমত ভৰ্তি হয়। দ্বিতীয় বাৰ্ষিকত তেওঁ চীনা কমিউনিষ্ট পাৰ্টীত যোগদান কৰে। তেওঁৰ টিউটৰে কৈছিল যে তেওঁ এজন পৰিশ্ৰমী আৰু সৎ ছাত্ৰ আছিল। তেওঁৰ কলেজ সহপাঠীবোৰে কৈছিল যে তেওঁ এজন বাস্কেটবলৰ অনুৰাগী আছিল।

কৰ্মজীৱন

২০১১ চনত শিক্ষাগ্ৰহণ সমাপ্ত কৰি লিয়ে তিনি বছৰ জিয়ামেন বিশ্ববিদ্যালয়ৰ জিয়ামেন আই চেণ্টাৰত কাম কৰে। জিয়ামেনতে পূৰ্বতে ইণ্টাৰ্ণ কৰা এজনে কৈছিল যে লি ৰোগীসকলৰ ক্ষেত্ৰত যথেষ্ট ধৈৰ্যশীল আছিল। আনকি ৰোগীসকলে তেওঁৰ কথা মনোযোগেৰে নুশুনিলে বা তেওঁৰ কথা বুজিবলৈ চেষ্টা নকৰিলেও লি অসন্তুষ্ট নহৈছিল। A former intern at Xiamen said that Li was so patient with his patients that he had never shown any dissatisfaction to them even when they failed to hear or understand what he said. His colleagues described him as an ordinary person, who was once scolded by his director, who would feel distressed when sorting out piles of medical records, and who was once cheated when buying Apple products.

In 2014, Li became an ophthalmologist at Wuhan Central Hospital in Wuhan, China.

তথ্যসূত্ৰ

Tags:

en:Severe acute respiratory syndromeইংৰাজী ভাষাক'ৰ'ণা ভাইৰাছ ৰোগ ২০১৯

🔥 Trending searches on Wiki অসমীয়া:

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানগোৱালপৰীয়া লোকগীতগাখীৰমানৱ শৰীৰহীৰেন ভট্টাচাৰ্যগুৰু আসনভাৰতৰ স্বাধীনতা আন্দোলনশ্ৰীমদ্ভগৱতগীতাআগালমাকাৰঘুনাথ চৌধাৰীপৃথিৱীমাহনৱ-বৈষ্ণৱ ধৰ্মঅগ্নিগড়শিৱসাগৰৰ শিৱদৌলকামৰূপ জিলাজনপ্ৰব্ৰজনআগ্নেয়গিৰিৰাম বিজয়আল-লাহাবপ্ৰতিজৈৱিকইয়াণ্ডাবু সন্ধিজীৱবৈজ্ঞানিক বৰ্গীকৰণঅসমৰ ৰাজ্যিক প্ৰতীকসমূহগুপ্ত সাম্ৰাজ্যসপুষ্পক উদ্ভিদগোলাঘাট জিলাৰাজ্যসভাঅসমীয়া লিপিৰ বুৰঞ্জীস্বাধীনতা দিৱস (ভাৰত)অসমৰ পুৰণি স্থাপত্যঅসমীয়া সাহিত্যত মালিতাসমাজজাতনামহাঁওফাঁওশব্দ (অভিধান)শীতল যুদ্ধঅসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকাভাৰত ৰত্নদৈনিক বাতৰিসোণোৱাল কছাৰীপাৰ চৰাইতগৰহনুমানৰংবং তেৰাংইষ্ট ইণ্ডিয়া কোম্পানীপুঁজিবাদচৈয়দা আনোৱাৰা টাইমূৰপ্ৰাচীৰ পত্ৰিকাশ্ৰীনিবাস ৰামানুজনকাৰ্বি আংলং জিলাযতি-চিনবেলজীবনানন্দ দাসদিনকামৰূপী প্ৰাকৃতবাৰেচহৰীয়া ভাওনা মহোৎসৱনৰকাসুৰপদ্মনাথ গোহাঞি বৰুৱাশংকৰদেৱ শিশু নিকেতন, ঘিলামৰাবট গছলক্ষ্মী পূজাকাৰেংঘৰকাল সংহতিৰামধেনু (আলোচনী)কীৰ্তন ঘোষা সংকলনমাটি আখৰাদূৰবীক্ষণ যন্ত্ৰজৱাহৰ নৱোদয় বিদ্যালয়ম'হৰ শিঙৰ পেঁপাআমেৰিকা যুক্তৰাষ্ট্ৰএচিদ বৰষুণস্বদেশী আন্দোলননাৰীবাদআহোম ধৰ্মবৃত্তজৱাহৰলাল নেহৰু🡆 More