যুগ্ম সংখ্যা

যুগ্ম সংখ্যা যুগ্ম সংখ্যা হৈছে এনে কিছুমান বাস্তৱ সংখ্যা যি সমূহক ২ৰে সম্পূৰ্ণকৈ হৰণ কৰিব পাৰি। বা, এককৰ স্থানত ০,২,৪,৬,৮ অংক থকা সংখ্যা বোৰকে যুগ্ম সংখ্যা বোলে। উদাহৰণ স্বৰূপে ১২ এটা যুগ্ম সংখ্যা, কিয়নো ১২ ক ২ ৰে হৰণ কৰিলে কোনো ভাগশেষ নাথাকে। ইয়াৰোপৰি ১২ৰ এককৰ স্থানৰ অংকটো হৈছে ২। ০(শূন্য)ক যুগ্ম সংখ্যা বুলি কোৱা হয়।

যুগ্ম সংখ্যা
Cuisenaire rods: 5 (হালধীয়া) cannot be evenly divided into 2 (ৰঙা) by any 2 rods of the same color/length, while 6 (গাঢ় সেউজীয়া) can be evenly divided in 2 by 3 (পাতল সেউজীয়া).

আন এক সূত্ৰ মতে যুগ্ম সংখ্যা হৈছে n=2k ৰূপত থকা কিছুমান পূৰ্ণ সংখ্যা, য'ত k হৈছে এটা পূৰ্ণ সংখ্যা। ইয়াত, n = 2k+1 হৈছে এটা অযুগ্ম সংখ্যা। যুগ্ম আৰু অযুগ্ম সংখ্যাৰ সংগ্ৰহ সমূহক তলত দিয়া ধৰণে বুজোৱা বা প্ৰকাশ কৰা হয়-

  • যুগ্ম 
  • অযুগ্ম 

যুগ্ম আৰু অযুগ্ম হোৱাৰ পাতিগণিতীয় নিয়ম

যোগ আৰু বিয়োগৰ ক্ষেত্ৰত

  • যুগ্ম ± যুগ্ম = যুগ্ম;
  • যুগ্ম ± অযুগ্ম = অযুগ্ম;
  • অযুগ্ম ± অযুগ্ম = যুগ্ম;

পূৰণৰ ক্ষেত্ৰত

  • যুগ্ম × যুগ্ম = যুগ্ম;
  • যুগ্ম × অযুগ্ম = যুগ্ম;
  • অযুগ্ম × অযুগ্ম = অযুগ্ম;

হৰণৰ ক্ষেত্ৰত

হৰণৰ ক্ষেত্ৰত যোগ, বিয়োগ আৰু পূৰণৰ দৰে নিয়ম প্ৰযোজ্য নহ'বও পাৰে। কাৰণ দুটা পূৰ্ণ সংখ্যাৰ হৰণফল সদায়ে এটা পূৰ্ণ সংখ্যা নহ'বও পাৰে। উদাহৰণ স্বৰূপে- 1÷4 = 1/4, ইয়াত 1/4 কোনো যুগ্ম বা অযুগ্ম সংখ্যা নহয়।


তথ্য সংগ্ৰহ

Tags:

যুগ্ম সংখ্যা যুগ্ম আৰু অযুগ্ম হোৱাৰ পাতিগণিতীয় নিয়মযুগ্ম সংখ্যা তথ্য সংগ্ৰহযুগ্ম সংখ্যাঅংকহৰণ

🔥 Trending searches on Wiki অসমীয়া:

জ্যোতিপ্ৰসাদ ৰচনাৱলীকোচ ৰাজবংশবনাঞ্চল ধ্বংস আৰু জলবায়ু পৰিৱৰ্তনমাইলছ ব্ৰনছনg987zমানচিত্ৰৰূপালীমবাৰেচহৰীয়া ভাওনা মহোৎসৱদীৰ্ঘেশ্বৰী দেৱালয়লখিমপুৰ জিলাবেক্টেৰিয়াঅসমীয়া সাহিত্যত মালিতাৰামধেনু (আলোচনী)ঘিলাধাৰী ঘাটৰ সন্ধিযৌন সংগমঅসম সাহিত্য সভা২৬ এপ্ৰিলথমাছ আলভা এডিচনডি এন এভাৰতৰ ৰাজ্যিক গছসমূহৰ তালিকাকামাখ্যা মন্দিৰচ্যু-লিক-ফাঅসমৰ মুখা শিল্পআৱাহন (আলোচনী)দৰং জিলাসাম্যবাদ৭ ফেব্ৰুৱাৰীভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্যশদিয়ামেঘালয়ৰ মাতৃবংশীয় সমাজকালিদাসজোনবিল মেলাশিশুৰ খেল-ধেমালিব'হাগ বিহুগুৱাহাটীশামুকসমাজউদ্ভিদহিমন্ত বিশ্ব শৰ্মামাজুলীঅপৰিমেয় সংখ্যামিৰি জীয়ৰীবিশ্ব বেংকউৎপাদন (অৰ্থনীতি)এহাত ডাবাগগৈমৰিগাঁও জিলাহিউৱেন-চাংঅসমৰ শাক-পাচলিৰ তালিকাশিৱসাগৰৰজনীকান্ত বৰদলৈভাৰতীয় দৰ্শনফলৰ তালিকাভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকাকাৰেঙৰ লিগিৰীকবিতাগুৰু আসনপদাৰ্থৰ অৱস্থাঅৰুণাচল প্ৰদেশৰ জনগোষ্ঠীসমূহভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকাচুটিগল্পলুৰিন জ্যোতি গগৈৰাজ্যসভাঅসমীয়া ভাষা আন্দোলনপ্ৰথম বিশ্বযুদ্ধবেটুপাত🡆 More