প্ৰবাদ

প্ৰবাদ বা পটন্তৰ হৈছে কোনো জ্ঞানগৰ্ভ সাধাৰণ সত্য বুজাবলৈ পৰম্পৰাগত ভাৱে চলি থকা চুটি, ৰসাল উক্তি। অসমীয়া ভাষাত প্ৰচলিত বিভিন্ন প্ৰবাদসমূহ হৈছে, ডাকৰ বচন, ফকৰা যোজনা আদি।

ডাকৰ বচন

ডাকৰ বচন হৈছে অসমীয়া জনজীৱনৰ লগত সংলগ্ন মৌখিক সাহিত্যৰ এলানি উল্লেখযোগ্য প্ৰৱচন বা নীতিবাক্য।কিছুমান "ডাকৰ বচন"ক ফকৰা যোজনা বুলিও কোৱা হয়। আক্ষৰিক অৰ্থত ই "প্ৰবাদ" বুজালেও অসমীয়া গঞাই এইবোৰ "ডাক পুৰুষ" বুলি এক কাল্পনিক ঐতিহাসিক চৰিত্ৰই কোৱা কথা বুলি কল্পনা কৰে। ডাকৰ বচনবোৰ সাধাৰণতে গ্ৰামীন জীৱনৰ বৈষয়ীক দিশত সাধাৰণ জ্ঞান বা উপদেশ দিয়ে।

ফকৰা যোজনা

ফকৰা যোজনা হৈছে অসমীয়া ভাষাত ব্যৱহৃত চিৰন্তন সাধাৰণ জ্ঞানৰ শিক্ষা, যাক সাধাৰণতে সাধাৰণ অসমীয়া গঞা ৰাইজে বুজি পাবৰ কাৰণে সৰল ভাষা, প্ৰতীক আৰু ছন্দ ব্যৱহাৰ কৰি আকৰ্ষণীয় ৰূপত প্ৰকাশ কৰা কিছুমান প্ৰবাদ।

তথ্য সংগ্ৰহ

Tags:

ডাকৰ বচনফকৰা যোজনা

🔥 Trending searches on Wiki অসমীয়া:

উদ্বিগ্নতাআলি আঃয়ে লৃগাংবকুল ফুলৰ দৰে (গ্ৰন্থ)অষ্ট্ৰেলিয়াত্ৰিপিটকমিৰি জীয়ৰীঅসমবীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যপদ্মনাথ গোহাঞি বৰুৱাঅসমৰ কাঁহ শিল্পবিজ্ঞাপনআন্তঃৰাষ্ট্ৰীয় ধ্বনিলিপিমেঘালয়ৰ মাতৃবংশীয় সমাজৰাজ্যসভাভট্টদেৱশূন্যনৰকাসুৰ২৪ এপ্ৰিলবুঢ়ী আইৰ সাধুমূৰাৰা, ৰঙিয়াৰাতি বিহুগোলাঘাট জিলাশাল গছক্ৰিকেটভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহঅসমৰ কুঁহিলা শিল্পভাৰতত মহিলা শিক্ষাবায়ু প্ৰদূষণব্যাকৰণঅনিৰুদ্ধদেৱসমাজবাদভাৰতৰ ৰাষ্ট্ৰপতিঅসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদশৰৎ ঋতুঋকবেদভাষাবিজ্ঞানতথ্যযোগ দৰ্শনডিগবৈবিশ্ব বেংকমোগল সাম্ৰাজ্যঅসমৰ ৰাজ্যপালসকলৰ তালিকাসাক্ষৰতাৰ হাৰ অনুযায়ী ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ তালিকাসাত বিহুশেৱালি ফুলশ্ৰী সূৰ্য পাহাৰআহোম-মোগলৰ সংঘৰ্ষসংক্ৰমণশিৱসাগৰৰ শিৱদৌলবিহুৰ বাদ্যযন্ত্ৰসৰ্বেপল্লী ৰাধাকৃষ্ণণতেজপুৰচ'মাংকানবনাঞ্চল ধ্বংস আৰু জলবায়ু পৰিৱৰ্তনঅপভ্ৰংশগণৰাজ্য দিৱস (ভাৰত)গোলকীয় উষ্ণতা বৃদ্ধিপৰিৱেশ অধ্যয়নদিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানঅসম আন্দোলনচন্দ্ৰকুমাৰ আগৰৱালানিৰ্মলপ্ৰভা বৰদলৈআকবৰৰমন্যাসবাদস্বামী বিবেকানন্দজীৱনৰ বাটতঅসমৰ জাতীয় গীতনগেন শইকীয়াসূৰ্যকুমাৰ ভূঞাভোলানাথ দাসআমেৰিকা যুক্তৰাষ্ট্ৰসংখ্যাৰ প্ৰকাৰসমূহৰ তালিকাবনঘোষাঅসমৰ মন্ত্ৰ-সাহিত্যশ্ৰীমদ্ভগৱতগীতামানচিত্ৰ🡆 More