নিম

নিম (ইংৰাজী: Neem, বৈজ্ঞানিক নাম: Azadirachta indica) ‘Meliaceae’ পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ উদ্ভিদ। এই উদ্ভিদবিধ ভাৰত, পাকিস্তান আৰু বাংলাদেশৰ ক্ৰান্তীয় তথা অৰ্ধক্ৰান্তীয় বনাঞ্চলত স্থানীয়ভাৱে হয়।

নিম
নিম
নিম গছৰ ফুল আৰু পাত
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
বিভাগ: Magnoliophyta
বৰ্গ: Sapindales
পৰিয়াল: Meliaceae
গণ: Azadirachta
প্ৰজাতি: A. indica
বৈজ্ঞানিক নাম
Azadirachta indica
A.Juss., 1830
সমাৰ্থক
  • Antelaea azadirachta (L.) Adelb.
  • Melia azadirachta L.
  • Melia indica (A. Juss.) Brandis

বিবৰণ

নিম এবিধ খৰকৈ বৃদ্ধি পোৱা চিৰসেউজীয়া উদ্ভিদ। ইয়াৰ উচ্চতা প্ৰায় ১৫-২০ মিটাৰ পৰ্যন্ত হ’ব পাৰে। এই গছৰ ডালবোৰ বহল আৰু ফনা-মেলা হয়। এই উদ্ভিদৰ পাতবোৰ opposite, pinnate আৰু ২০-৪০ ছে: মি: দীঘল হয়। ইয়াৰ ফুলবোৰ বগা বৰণৰ আৰু সুগন্ধি হয়। নিমৰ ফুল মিহি আৰু হালধীয়া-বগা বৰণৰ হোৱা দেখা যায়।

পৰ্য্যাবৰণ (ecology)

নিম গছক খৰাং পৰিস্থিতিত বাচি থাকিব পৰাৰ বাবে জনা যায়। বাৰ্ষিক 400–1,200 millimetres (16–47 in) পৰিমাণৰ বৰষুণ হোৱা কম শুকান বা কম আৰ্দ্ৰতাৰ পৰিস্থিত ই ভালকৈ গজে। 400  mmৰ কম বৰষুণ হোৱা আঞ্চলতো ই গজে কিন্তু তেনে ঠাইত গছজোপাই মাটিৰ তলৰ পানীৰ স্তৰৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। সকলো ধৰণৰ মাটিত জগিব পাৰিলেও পানী ওলোৱা সুবিধা থকা অলপ দ আৰু বালিচঁহীয়া মাটিত ই ভালকৈ হয়। নিম ক্ৰান্তীয় বা উপক্ৰান্তীয় উদ্ভিদ আৰু বাৰ্ষিক গড় তাপমাত্ৰা 21–32 °C (70–90 °F)ত ইয়াক দেখা যায়। ই অতি উচ্চ তাপমাত্ৰা সহ্য কৰিব পাৰে যদিও 4 °C (39 °F)তকৈ কম তাপ সহ্য কৰিব নোৱাৰে।

নিম 
নিমৰ গা-গছ

ব্যৱহাৰ

নিম 
নিম গছ
নিম 
ফিলিপাইনছত নিম গছ

পাকিস্তানত ক্ৰান্তীয় অঞ্চলত নিমৰ পাত শুকুৱাই জ্বলাই মহ খেদোৱা হয়। [উদ্ধৃতিৰ প্ৰয়োজন] বহু ভাৰতীয় উৎসৱ যেনে উগাড়িত নিমৰ পাত ব্যৱহাৰ কৰা হয়।

খাদ্য হিচাপে

নিমৰ কুমলীয়া আগ আৰু ফুল ভাৰতত খাদ্যৰূপে ব্যৱহাৰ কৰা হয়। তামিল নাডুত নিমৰ ফুলৰ পৰা Veppampoo Rasam ("নিম ফুলৰ ৰছম") নামৰ এবিধ খাদ্য প্ৰস্তুত কৰা হয়। পশ্চিম বংগত কুমলীয়া নিমৰ পাত বেঙেনাৰ সৈতে তেলত ভাজি nim begun নামৰ এবিধ খাদ্য প্ৰস্তুত কৰা হয় আৰু ইয়াক মূল আহাৰৰ আগত এপেটাইজাৰ হিচাপে খোৱা হয়।

ঔষধ হিচাপে

ভাৰতত নিমক "পবিত্ৰ গছ," "গাঁৱৰ ফাৰ্মাচী" আৰু "সকলো ৰোগৰ দৰব" বুলি গণ্য কৰা হয়। [উদ্ধৃতিৰ প্ৰয়োজন] নিমৰ পৰা প্ৰস্তুত কৰা সামগ্ৰী ভাৰতত ঔষধৰূপে দুহাজাৰ বছৰৰো অধিকঁকাল ব্যৱহৃত হৈ আহিছে।

অন্যান্য ব্যৱহাৰ

  • Cosmetics: Neem oil is used for preparing cosmetics such as soap, neem shampoo, balms and creams as well as toothpaste.
  • Toothbrush: Traditionally, slender neem branches (called datun has been chewed as a toothbrush and then split as a tongue cleaner in India, Africa, and the Middle East for centuries. Many of India's 80% rural population still start their day with the chewing stick, while in urban areas neem toothpaste is preferred.
  • Tree: Besides its use in traditional Indian medicine, the neem tree is of great importance for its anti-desertification properties and possibly as a good carbon dioxide sink.[উদ্ধৃতিৰ প্ৰয়োজন]
  • Practitioners of traditional Indian medicine recommend that patients with chicken pox sleep on neem leaves.[উদ্ধৃতিৰ প্ৰয়োজন]
  • Neem gum is used as a bulking agent and for the preparation of special purpose food.
  • Neem blossoms are used in Andhra Pradesh, Tamil Nadu and Karnataka to prepare Ugadi pachhadi.
  • Cosmetics : Neem is perceived in India as a beauty aid. Powdered leaves are a major component of at least one widely used facial cream. Purified neem oil is also used in nail polish and other cosmetics.
  • Bird repellent: Neem leaf boiled water can be used as a very cost effective bird repellent measure, especially for sparrow.
  • Lubricant : Neem oil is non drying and it resists degradation better than most vegetable oils. In rural India, it is commonly used to grease cart wheels.
  • Fertilizer : Neem has demonstrated considerable potential as a fertilizer.. Ploughed into the soil, it protects plant roots from nematodes and white ants,
  • Resin : An exudate can be tapped from the trunk by wounding the bark. This high protein material is not a substitute for polysaccharide gum, such as gum arabic. It may however, have a potential as a food additive, and it is widely used in South Asia as "Neem glue".
  • Bark : Neem bark contains 14% tannin, an amount similar to that in conventional tannin yielding trees (such as Acacia decurrens). Moreover, it yields a strong, coarse fibre commonly woven into ropes in the villages of India.
  • Honey : In parts of Asia neem honey commands premium prices, and people promote apiculture by planting neem trees.
  • Soap : India's supply of neem oil is now used mostly by soap manufacturers. Although much of it goes to small scale speciality soaps, large scale producers also use it, mainly because it is cheap. Generally, the crude oil is used to produce coarse laundry soaps.
নিম 
Native of Chhattisgarh with Neem branches and leaves for Hareli Festival

আলোকচিত্ৰৰ ভঁৰাল

তথ্যসূত্ৰ

লগতে চাওক

বাহ্যিক সংযোগ

Tags:

নিম বিবৰণনিম পৰ্য্যাবৰণ (ecology)নিম ব্যৱহাৰনিম আলোকচিত্ৰৰ ভঁৰালনিম তথ্যসূত্ৰনিম লগতে চাওকনিম বাহ্যিক সংযোগনিমইংৰাজী ভাষাপাকিস্তানবাংলাদেশভাৰত

🔥 Trending searches on Wiki অসমীয়া:

অসমত দেখা পোৱা সাপবোৰজাতনামকামাখ্যা মন্দিৰবুলু ফিল্মবৰপেটা (লোকসভা সমষ্টি)অংকবাংলাদেশ মুক্তিযুদ্ধৰ সময়ত ধৰ্ষণমৌখিক ইতিহাসঢ়আজান পীৰভাইৰাছমই আৰু নেফাৰসায়ন বিজ্ঞানহনুমানসম্ৰাট অশোকঅসমীয়া পুৰণি সাহিত্যঅসম সাহিত্য সভাচন্দ্ৰকুমাৰ আগৰৱালামাৰ্ঘেৰিটা মহকুমাকবিতাঅসমৰ চাহ জনগোষ্ঠীঅসীমত যাৰ হেৰাল সীমাৰমন্যাসবাদৰাষ্ট্ৰসংঘমানৱ ভূগোলগোলাঘাট জিলাবিশ্ব স্বাস্থ্য সংস্থাচ্যু-কা-ফাত্ৰিপিটকবাণিজ্যঘৰচিৰিকাকেশৱ মহন্তসঁফুৰা (শিশু আলোচনী)শ্বিলংশাল গছৰেখামহেঞ্জোদাৰোঅসমৰ ৰাজ্যপালসকলৰ তালিকামৌলিক সংখ্যাৰাসোৎসৱগুৰু আসনবড়ো জনগোষ্ঠীসাক্ষৰতাৰ হাৰ অনুযায়ী ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ তালিকাভাৰতৰ শিক্ষাৰজনীকান্ত বৰদলৈডিগবৈ তেল শোধনাগাৰআধা লেখা দস্তাবেজআন্তঃৰাষ্ট্ৰীয় ধ্বনিলিপিমাটিপাইক প্ৰথাহৰপ্পামৌখিক পৰম্পৰালোকাচাৰসদৌ অসম ছাত্ৰ সন্থাঅসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকাপাচনৰাভা ভাষাঅসমৰ মাছ ধৰা সঁজুলিশেৱালি ফুলসপ্তকাণ্ড ৰামায়ণইজৰাইলডাকৰ বচনগৱেষণা পদ্ধতি সম্পৰ্কীয় অসমীয়া গ্ৰন্থৰ তালিকাপথৰুঘাটৰ ৰণআলেকজেণ্ডাৰ গ্ৰাহাম বে'ল২৭ এপ্ৰিলভাৰতৰ ৰাজহুৱা খণ্ডৰ উদ্যোগপ্লেটোতথ্যসুন্দৰীদিয়া সত্ৰআনন্দৰাম বৰুৱাফুলগুৰি ধেৱাতৎসমব্যষ্টিবাদী অৰ্থনীতি🡆 More