জে’মচ্ ৱাট

'জে’মচ্ ৱাট (ইংৰাজী: JAMES WATT.) হৈছে এগৰাকী বৈজ্ঞানিক।

জে’মচ্ ৱাট
জন্ম ১৯ জানুৱাৰী ১৭৩৬
স্কটলেণ্ডৰ গ্লাচগো চহৰৰ
মৃত্যু ২৫ আগষ্ট ১৮১৯
ৰাষ্ট্ৰীয়তা বৃটিছ

জন্ম আৰু বংশ পৰিচয়

১৭৩৬ চনত ১৯ জানুৱাৰী দিনা স্কটলেণ্ডৰ গ্লাচগো চহৰৰ ওচৰৰ গ্ৰীনক নামে এখন সৰু ঠাইত জে’মচ্ ৱাটৰ জন্ম হয়।

শিক্ষা

তেঁও মাকৰ অধীনতে ঘৰতে লিখা পঢ়া কৰিছিল।কিন্তু দৰিদ্ৰতাৰ বাবেই হওঁক বা অনিচ্ছাৰ বাবেই হওঁক কিছুদিনৰ পিছতেই তেঁও শিক্ষা এৰি পেলালে।

কৰ্ম জীৱন

তেওঁ ১৭৫৬ চনত মেকানিক ৰূপে নিজ কৰ্মজীৱন আৰম্ভ কৰে। আৰু পৃথিৱীৰ প্ৰথম আধুনিক ভাপকল আবিষ্কাৰত তেওঁৰ অৱদান উল্লেখযোগ্য। তেওঁ দূৰত্ব জুখিবৰ বাবে এটা নতুন ধৰণৰ যন্ত্ৰও সাজি উলিয়াইছিল। ইয়াৰোপৰিও তেওঁ ৭০ বছৰ অতিক্ৰম কৰাৰ পাছতো বিখ্যাত লোক সকলৰ মূৰ্তি নিৰ্মাণ কৰিব পীড়া এটা যন্ত্ৰ সাজি উলিয়াইছিল ।

মৃত্যু

১৮১১ চনত ৯৩ বছৰ বয়সত জে’মচ্ ৱাটৰ মৃত্যু হয়।

তথ্য সূত্ৰ

Tags:

জে’মচ্ ৱাট জন্ম আৰু বংশ পৰিচয়জে’মচ্ ৱাট শিক্ষাজে’মচ্ ৱাট কৰ্ম জীৱনজে’মচ্ ৱাট মৃত্যুজে’মচ্ ৱাট তথ্য সূত্ৰজে’মচ্ ৱাটইংৰাজী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

অসমৰ কুঁহিলা শিল্পঅসমৰ পৰ্যটনস্থলসমূহৰ তালিকামঙ্গলদৈ (লোকসভা সমষ্টি)সেউজ গৃহ প্ৰভাৱশ্ৰীকৃষ্ণকীৰ্তনপৰিয়ালচাইকেলআৰ্নেষ্ট ৰাডাৰফ'ৰ্ডৰাষ্ট্ৰসংঘ দিৱসপ্ৰতিমা (কাব্য গ্ৰন্থ)পাঁচালীমৰাণ জনগোষ্ঠীঅৰুণাচল প্ৰদেশৰ জনগোষ্ঠীসমূহভাৰতৰ ৰাজনৈতিক দলসমূহৰ তালিকাআলোচনীতগৰব্লগঅসমৰ পুৰণি স্থাপত্যজাভাযোগাসনগমধৰ কোঁৱৰবিহু নৃত্যজল সংৰক্ষণবতৰমৈদামতৎসমপিঠাউমানন্দসংখ্যাৰ প্ৰকাৰসমূহৰ তালিকাg987zমাইলছ ব্ৰনছনবিজ্ঞাপনৰামধেনুবাণীকান্ত কাকতিকুলধৰ শইকীয়াডিগবৈ তেল শোধনাগাৰছিৰিমাভো বন্দৰনাইকেডাকৰ বচনঅংকীয়া নাটপিম্পৰা গুচোৱাগ্ৰহঁ (চন্দ্ৰবিন্দু)গুগলবুঢ়ী আইৰ সাধুভাৰতৰ শিক্ষাবংগ বিভাজন (১৯০৫)অসমীয়া পুৰণি সাহিত্যঈয়াৰুইঙ্গমনিৰ্মলপ্ৰভা বৰদলৈআধুনিকতাবাদপ্ৰাক্ আহোমযুগৰ স্থাপত্য আৰু ভাস্কৰ্য্যকাৰেঙৰ লিগিৰীতিৱা জনগোষ্ঠীঢেঁকীবীৰেন্দ্ৰনাথ দত্তঅভিধানগাঁও পঞ্চায়তঅসমীয়া বৰ্ণমালামনোবিজ্ঞানহৰি-হৰ যুদ্ধনাগৰিকত্ব (সংশোধনী) আইন, ২০১৯সংস্কৃতিনলবাৰীআগ্নেয়গিৰিধ্যান চান্দঅসমীয়া যুক্তাক্ষৰপৰিমেয় সংখ্যাশব্দ (অভিধান)নৱ-বৈষ্ণৱ ধৰ্মঅনুৰাধা শৰ্মা পূজাৰীপথেৰ পাঁচালীকৃষ্ণচন্দ্ৰ নেপালী পোখৰেলআধা লেখা দস্তাবেজপালি ভাষাসমাৰ্থক শব্দ🡆 More