গ্লী

গ্লী (ইংৰাজী: Glee) হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন সংগীতময় কমেডি ড্ৰামা ধাৰাবাহিক। ধাৰাবাহিকখন আমেৰিকা, কানাডা, আৰু ভাৰতত ক্ৰমে ফক্স টেলিভিজন, গ্লোবেল টিভি, আৰু ষ্টাৰ ৱৰ্ল্ড যোগে সম্প্ৰচাৰ হয়। ধাৰাবাহিকখনৰ কাহিনী আমেৰিকাৰ লাইমা, অ’হাঅ’ৰ এখন কাল্পনিক বিদ্যালয়, মেককেনলি হাই,-ৰ ‘নিউ ডাইৰেকচন’ নামৰ সংগীত ক্লাবৰ সদস্য সকলক কেন্দ্ৰ কৰি গতি কৰে। বিভিন্ন কোৰাচ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা এই ক্লাবৰ সদস্য সকলৰ সামাজিক মৰ্যাদা একেবাৰে কম। বিদ্যালয়ৰ আন ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ ওপৰত নানা নিৰ্যাতন চলায়। ক্লাবটোৰ ডাইৰেক্টৰ আৰু স্পেনিছ ভাষাৰ শিক্ষক ৱিল চুষ্টাৰৰ নিউ ডাইৰেকচনক ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত বিজয়ী ৰূপে চাব বিচৰাৰ অদম্য স্পৃহাই ক্লাবটোৰ সদস্যসকলক একগোট কৰি ৰাখে। দ্বিতীয় শৃংখলাৰ শেষত নিউ ডাইৰেকচনে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলে সক্ষম হয় যদিও মূল গায়ক ফিন হাডচনে মঞ্চত কৰা এক ভুলৰ বাবে ১২তম স্থানতে সন্তুষ্ট থাকিব লগা হয়। বৰ্তমান ধাৰাবাহিকখনৰ তৃতীয় শৃংখলা চলি আছে। এই শৃংখলাৰ সম্প্ৰচাৰ আৰম্ভ হয় ২০১১ চনৰ ২০ চেপ্টেম্বৰৰ পৰা।

গ্লী
গ্লী
শৈলী সংগীতময় কমেডি
কমেডি ড্ৰামা
ড্ৰামা
নিৰ্মাতা ৰায়ান মাৰ্ফি
ব্ৰেড ফেলচাক
ইয়ান ব্ৰেনান
লিখক ৰায়ান মাৰ্ফি
ব্ৰেড ফেলচাক
ইয়ান ব্ৰেনান
অভিনয়ত তলত চাওক
দেশ আমেৰিকা যুক্তৰাষ্ট্ৰ
ভাষা ইংৰাজী
চিজনৰ সংখ্যা
খণ্ডৰ সংখ্যা ৫৫
প্ৰযোজনা
কাৰ্যবাহী প্ৰযোজক ৰায়ান মাৰ্ফি
ব্ৰেড ফেলচাক
ডাণ্টে ডি লৰেটো
ইয়ান ব্ৰেনান
স্থান লচ এঞ্জেলচ, কেলিফোৰ্ণিয়া
কেমেৰাৰ ছেটআপ একক কেমেৰা
দৈৰ্ঘ্য ৪২–৪৮ মিনিট
ষ্টুডিঅ’ টুৱেণ্টিথ চেঞ্চুৰি ফক্স টেলিভিজন
ব্ৰেড ফেলচাক টেলি-ভিজন
ৰায়ান মাৰ্ফি টেলিভিজন
পৰিবেশক টুৱেণ্টিথ চেঞ্চুৰি
সম্প্ৰচাৰ
মূল ছেনেল ফক্স
দৃশ্যৰ ফৰমেট 480i (SDTV)
720p (HDTV)
প্ৰদৰ্শনৰ সময় ১৯ মে ২০০৯ – বৰ্তমানলৈ
কালক্ৰম
সংশ্লিষ্ট ধাৰাবাহিক গ্লী: দা থ্ৰী ডি কনচাৰ্ট মুভি
দা গ্লী প্ৰজেক্ট
বাহ্যিক সংযোগ
আধিকাৰিক ৱেবছাইট

অভিনয়ত

  • মেথিউ মৰিচন (ৱিল চুষ্টাৰৰ)
  • জেন লিন্স (চু চিলভেষ্টাৰ)
  • লিয়া মিচেল (ৰেচেল বেৰী)
  • কৰী মণ্টেইটঠ (ফিন হাডচন)
  • ক্ৰিচ কলফাৰ (কাৰ্ট হামল)
  • এম্বাৰ ৰাইলী (মাৰ্চিডিচ জোনচ)
  • জেন উজকোৱিচ (টিনা কোহান-চেং)
  • কেভিন মেকহল (আৰ্টি আব্ৰামচ)
  • ডায়েনা এগ্ৰণ (কুইন ফেব্ৰে)
  • নায়া ৰিভেৰে (চেণ্টেনা লোপেজ)
  • হেথাৰ মৰিচ (ব্ৰিটনী এচ পিয়েৰ্চ)
  • মাৰ্ক চেলিং (নোৱাহ "পাক" পাকাৰমৰন)
  • ডাৰেণ ক্ৰিচ (ব্লেইন এণ্ডাৰচন)
  • হেনৰী চাম, কনিষ্ঠ (মাইক চেং)
  • জেময়া মেইচ (এমা পিলচবেৰী)
  • মাইক অ’মেলী (বাৰ্ট হামল)

শৃংখলাসমূহৰ তালিকা

List of ratings by season
Season Timeslot (ET) Season premiere Season finale TV season Rank Viewers
(in millions)
1 Wednesday 9:00 pm (2009)
Tuesday 9:00 pm (2010)
May 19, 2009 June 8, 2010 2009–2010 No. 33 (overall) 9.77
2 Tuesday 8:00 pm (2010–2011)
Sunday 10:38 pm (February 6, 2011)
Tuesday 9:00 pm (May 24, 2011)
September 21, 2010 May 24, 2011 2010–2011 No. 43 10.112
3 Tuesday 8:00 pm (2011–2012) September 20, 2011 TBA 2011–2012 TBA TBA

তথ্যসূত্ৰ

Tags:

en:Glee (TV series)আমেৰিকা যুক্তৰাষ্ট্ৰইংৰাজী ভাষাকানাডাভাৰত

🔥 Trending searches on Wiki অসমীয়া:

অখণ্ড সংখ্যাজৈন ধৰ্মঅসমীয়া লোক-সংস্কৃতিঐনিতমড়শিক্ষাহিমা দাসডিগবৈ তেল শোধনাগাৰপ্ৰাকৃতিক সম্পদভক্তি ৰত্নাৱলীবুৰঞ্জীনৱকান্ত বৰুৱামাটিৰ হিচাপঅসমৰ কুঁহিলা শিল্পনামঘৰমোধেশ্বৰী মাতাবৈচাগুআইনামঅসমৰ চাহ জনগোষ্ঠীৰেখাচৰকাৰী চাৰু আৰু কাৰু কলা মহাবিদ্যালয়এশিঙীয়া গঁড়সুমিত্ৰা চৰত ৰামশৰাইঘাট দলংৰোগৰ আন্তৰ্জাতিক শ্ৰেণীবিভাগশিৱসাগৰলক্ষ্মীধৰ শৰ্মাশিৱসাগৰ পুখুৰীউপভাষাসন্ধিভাৰতত বাল্য বিবাহভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাকৰম পূজাশীতল যুদ্ধসেউজ গৃহ প্ৰভাৱজতুৱা ঠাঁচজয়মতী (১৯৩৫ চলচ্চিত্ৰ)ভূপেন্দ্ৰ সংগীতশিক্ষা মনোবিজ্ঞানপাঠ্যক্ৰমহস্তমৈথুনপুঁজিবাদমাৰ্কাছ টুলিয়াছ চিচেৰোমোহনদাস কৰমচান্দ গান্ধীকেন্দ্ৰীয় শাসিত অঞ্চলৰমজানঅনুৰাধাৰ দেশগঙ্গা নদীব’হাগপদ্মনাথ গোহাঞি বৰুৱাভূপেন হাজৰিকাৰ সাহিত্যহিন্দু ধৰ্মলোকবিশ্বাসযাদৱ পায়েংঅসমৰ মন্ত্ৰ-সাহিত্যবকুল ফুলৰ দৰেলক্ষ্মীনন্দন বৰাইমেইলসদৌ অসম ছাত্ৰ সন্থাগোলোকচন্দ্ৰ গোস্বামীহেমকোষকানাই বৰশী বোৱা শিলালিপিব্ৰহ্মপুত্ৰ উপত্যকানীলমণি ফুকন (কনিষ্ঠ)অসমীয়া লোক-সংস্কৃতিত ভূত-প্ৰেতপাণিনিজীৱনীখোলইটাখুলিৰ ৰণচলচ্চিত্ৰইলোৰা গুহাসমূহনেপালচ'মাংকানপুতলা নাচ🡆 More