ক্ষাৰ

ক্ষাৰ (ইংৰাজী: Base) হৈছে একপ্ৰকাৰৰ ৰাসায়নিক পদাৰ্থ। ইয়াৰ দ্ৰৱৰ সোৱাদ তিতা আৰু ই ৰঙা লিটমাছ কাগজ নীলা কৰে। ই অম্লৰ সৈতে বিক্ৰিয়া কৰি লৱণ সৃষ্টি কৰে। অম্ল আৰু ক্ষাৰৰ বিক্ৰিয়াক প্ৰশমন বিক্ৰিয়া বোলে, ইয়াৰ ফলত সাধাৰণতে পানী আৰু লৱণৰ সৃষ্টি হয়। ক্ষাৰৰ pH ৭ তকৈ বেচি হয়। ইহঁতে কিছুমান বিক্ৰিয়াত অনুঘটক হিচাপে কাম কৰে, অন্য ইলেক্ট্ৰন দাতাৰ পৰা ইলেক্ট্ৰন গ্ৰহণ কৰে আৰু আংশিক বা সম্পূৰ্ণৰূপে স্থানান্তৰণশীল OH- থকা যৌগৰ সৈতে বিক্ৰিয়া কৰে। ক্ষাৰৰ গুণ থকা ৰসায়ন বা পদাৰ্থক ক্ষাৰকীয় বোলে।

ক্ষাৰৰ আৰ্হেনিয়াছৰ সংজ্ঞা অনুহৰি যিবোৰ পদাৰ্থ পানীত দ্ৰৱিভূত হ'লে হাইড্ৰ'জেন অক্সাইড (OH-) সৃষ্টি কৰে, সেইবোৰক ক্ষাৰ বোলে। ব্ৰ'ণষ্টেড-ল'ৱৰী সংজ্ঞাটো অলপ ব্যত্তিক্ৰম: প্ৰ'টন বা হাইড্ৰ'জেন আয়ন (H+) গ্ৰহণ কৰা পদাৰ্থবোৰেই ক্ষাৰ। এই সংজ্ঞা মতে, সহজতে প্ৰ'টন গ্ৰহণ পৰা যিকোনো যৌগকে অম্ল বুলিব পৰা যায়। লেৱিছৰ সংজ্ঞামতে এযোৰ ইলেকট্ৰন দান কৰি সহযোজী বান্ধনি সৃষ্টি কৰা পদাৰ্থবোৰেই ক্ষাৰ। উদাহৰণ স্বৰূপে, সকলো ধাতৱ এনায়ন।

ক্ষাৰৰ কিছুমান সাধাৰণ উদাহৰণ হৈছে, ছডিয়াম হাইড্ৰ'ক্সাইড, কেলচিয়াম হাইড্ৰ'ক্সাইড, আদি।

Tags:

অম্লইংৰাজী ভাষাপানীলৱণ

🔥 Trending searches on Wiki অসমীয়া:

কিতাপ২৭ এপ্ৰিলছ'ভিয়েট সংঘঅসমৰ মন্ত্ৰ-সাহিত্যব্ৰজাৱলী ভাষাডাকৰ বচনব'হাগ বিহুবায়ু প্ৰদূষণকৰকৰ্কট ক্ৰান্তিহুঁচৰিতিৱা জনগোষ্ঠীভাৰতৰ সংৰক্ষণ ব্যৱস্থাৰাজিয়া চুলতানাআয়ুৰ্বেদতথ্যআন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিপানীপতঞ্জলিৰ যোগসূত্ৰবিশ্ব মেলেৰিয়া দিৱসবনাঞ্চল ধ্বংস আৰু জলবায়ু পৰিৱৰ্তনবংগ বিভাজন (১৯০৫)পৃথিৱীপায়ু সংগমভাৰতৰ নিৰ্বাচন আয়োগজৱাহৰলাল নেহৰুলোক-সংগীতভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকাশিশুৰ খেল-ধেমালিপাৰ চৰাইঅপভ্ৰংশৰজনীকান্ত বৰদলৈবিশ্বনাথ চাৰিআলিসতী সাধনীব্যক্তিত্ববিষুৱ ৰেখাছিৰাজ (১৯৪৮ চলচ্চিত্ৰ)মোৰ জীৱন সোঁৱৰণভাৰতৰ জাতীয় পতাকাৰাইমনা ৰাষ্ট্ৰীয় উদ্যানহয়গ্ৰীৱ মাধৱ মন্দিৰপথেৰ পাঁচালীমানৱ ভূগোলহীৰেন গোহাঁইদ্বিতীয় বিশ্বযুদ্ধতিনিচুকীয়া জিলাভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকাকমলাবাৰী সত্ৰহীৰেন ভট্টাচাৰ্যমহামায়া ধামকীৰ্তন-ঘোষাযোৰহাট জিলাৰ ইতিহাসইংৰাজী ভাষাপৰিৱেশ অধ্যয়নৰাভা জনগোষ্ঠীঅসমীয়া লোক-সংস্কৃতিৰাভা ভাষাকামৰূপী লোকগীতভাৰতীয় নাগৰিকত্ব আইনসংঘাতগোৱালপাৰা জিলাঅসমীয়া সাহিত্যপ্ৰশান্ত মহাসাগৰনীতি আয়োগজল সংৰক্ষণকামাখ্যা মন্দিৰ২৪ এপ্ৰিলফকৰা যোজনাঅৰুণাচল প্ৰদেশভূমি প্ৰদূষণকলিতা জনগোষ্ঠীকামদেৱহৰি-হৰ যুদ্ধবিপন্ন প্ৰজাতি🡆 More