কেন্দ্ৰীয় শাসিত অঞ্চল

কেন্দ্ৰীয় শাসিত অঞ্চল ভাৰতৰ এক প্ৰশাসনিক বিভাগ। ভাৰতীয় ৰাজ্যসমূহৰ নিজৰ নিৰ্বাচিত চৰকাৰ থাকে, কিন্তু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ প্ৰত্যক্ষভাৱে ভাৰত চৰকাৰে শাসন কৰে, সেয়েহে নামটো 'কেন্দ্ৰীয় শাসিত অঞ্চল'। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে প্ৰতি কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে এক চৰকাৰী প্ৰশাসক বা উপ ৰাজ্যপাল মনোনীত কৰে, যিয়ে সেই কেন্দ্ৰ শাসিত অঞ্চলত ৰাষ্ট্ৰপতিক প্ৰতিনিধিত্ব কৰে। চন ২০১০ত ভাৰতত ৭ কেন্দ্ৰীয় শাসিত অঞ্চল আছিল। ভাৰতৰ ৰাজধানী নতুন দিল্লী, যি দিল্লী নামেৰে এক কেন্দ্ৰীয় শাসিত অঞ্চল আছিল, আৰু পুডুছেৰী (পণ্ডিছেৰী)ক আংশিক ৰাজ্যৰ স্বীকৃতি দিয়া হৈছে। দিল্লীক ৰাষ্ট্ৰীয় ৰাজধানী প্ৰদেশ হিচাপে পুনৰ পৰিভাষিত কৰা হৈছে। দিল্লী আৰু পুদুচেৰীৰ নিজৰ নিৰ্বাচিত বিধানসভা, মন্ত্ৰীমণ্ডল আদি আছে যদিও সিহঁতৰ শক্তি সীমিত।

ভাৰতীয় কেন্দ্ৰীয় শাসিত প্ৰদেশৰ তালিকা

বৰ্তমান ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ সংখ্যা হৈছে ৮টা। সেই কেইটা হ'ল-

  1. আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ
  2. চণ্ডীগড়
  3. দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউ
  4. লাক্ষাদ্বীপ
  5. পুডুছেৰী
  6. দিল্লী
  7. জম্মু আৰু কাশ্মীৰ
  8. লাদাখ

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

নতুন দিল্লীপুডুছেৰীভাৰতভাৰত চৰকাৰভাৰতৰ ৰাষ্ট্ৰপতি

🔥 Trending searches on Wiki অসমীয়া:

গান্ধীবাদপ্ৰকৃতিঅণুবীক্ষণ যন্ত্ৰকামৰূপ ৰাজ্যচিপাহী বিদ্ৰোহ ১৮৫৭সিংহঅসমীয়া ভাষামুখমৈথুনসংখ্যাৰ প্ৰকাৰসমূহৰ তালিকাঅসমীয়া শিশু আলোচনীসমূহৰ তালিকাব্ৰহ্মপুত্ৰ উপত্যকাবিশেষ্য পদবিত্তীয় ব্যৱস্থাদীৰ্ঘেশ্বৰী দেৱালয়আৰ্নেষ্ট ৰাডাৰফ'ৰ্ডঅসমৰ চলচ্চিত্ৰভূমি প্ৰদূষণভাৰতৰ নিৰ্বাচন আয়োগনৱকান্ত বৰুৱাপাঠ পৰিকল্পনাকাৰ্বি আংলং জিলাতগৰঅসমৰ পৰ্যটনস্থলসমূহৰ তালিকাঘিলাধাৰী ঘাটৰ সন্ধিভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্যদৈনিক বাতৰিসাহিত্যফলৰ তালিকাহিমাংশু প্ৰসাদ দাসহৰণ (গণিত)ঔষধি উদ্ভিদব্যাকৰণঅসমৰ সাধুকথাকালিদাসগোৱালপৰীয়া লোকগীতমৌখিক পৰম্পৰাৱিকিমিডিয়া ফাউণ্ডেশ্যনগুৰু আসনদেওপাহাৰনগেন শইকীয়াভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্যপ্ৰশান্ত মহাসাগৰযোগাসনবিশ্ব পৰিৱেশ দিৱসবিষুৱ ৰেখাকেঁচুলক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদানমৰিগাঁও জিলাকামৰূপী লোকগীতমংগোলিয়াবেলিমাৰ (নাটক)শদিয়াচি++ব'হাগ বিহুঅৰুণোদইঅসমত দেখা পোৱা সাপবোৰৰামধেনু (আলোচনী)আলেকজেণ্ডাৰ গ্ৰাহাম বে'লৰুদ্ৰেশ্বৰ দেৱালয়মিচিং জনগোষ্ঠীৰ সাজপাৰশিশু সাহিত্যঅষ্ট্ৰেলিয়াডাকৰ বচনখাদ্য সুৰক্ষাকামাখ্যা মন্দিৰভাৰতীয় দৰ্শনজুবিন গাৰ্গৰাতি বিহুঘৰ শালিকা🡆 More