কেওলাদেও ৰাষ্ট্ৰীয় উদ্যান

কেওলাদেও ৰাষ্ট্ৰীয় উদ্যান (ইংৰাজী: Keoladeo National Park) ৰাজস্থানৰ সিন্ধু -গঙ্গা নদীৰ বৰ্ষাকালীন অৰণ্য জৈৱভৌগোলিক প্ৰদেশৰ মাজত অৱস্থিত। এই উদ্যানৰ মাটিকালি ২,৭৮৩ হেক্টৰ। ১৯৮২ চনত এইখন ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষিত হয়। ১৯০০ চনত ই মহাৰাজাসকলৰ হাঁহ চিকাৰৰ সংৰক্ষিত অঞ্চল আছিল। আনকি ভাইচৰয় লৰ্ড লিনলিথগো(কাৰ্য্যকাল : ১৯৩৬ চনৰ পৰা ১৯৪৩ চন পৰ্যন্ত ) য়ে এদিনতে চিকাৰী দলৰ সৈতে উদ্যান খনত শতাধিক হাঁহ বধ কৰিছিল । ১৯৫৬ চনত ই পক্ষী উদ্যানত পৰিণত হয়। ১৯৭২ চন পৰ্যন্ত মহাৰাজাসকলে ইয়াত চিকাৰ কৰাৰ অনুমতি আছিল। ১৯৮১ চনত ইয়াক ৰামসাৰ জলাহভূমি হিচাপে ঘোষণা কৰা হয়। ১৯৮৫ চনত ই প্ৰাকৃতিক সম্পত্তি হিচাপে (x) বিভাগত বিশ্ব ঐতিহ্যবাহী স্থানৰ মৰ্যাদা লাভ কৰে। জলাশয়ৰ তীৰৱৰ্তী অঞ্চলটিক দহটা অংশত ভাগ কৰা হৈছে। জলস্তৰ সঠিক ৰখাৰ বাবে পানী যোগানৰ নিয়ন্ত্ৰিত ব্যৱস্থাও গৃহীত হৈছে। আফগানিস্তান, তুৰ্কমেনিস্তান, চীন আৰু চাইবেৰিয়াৰ পৰা প্ৰায় ৩৬৪টি প্ৰজাতিৰ পৰিভ্ৰমী পক্ষী ইয়ালৈ শীতকালত অহা দেখা যায়৷ সমগ্ৰ উদ্যানখন ১৭খন গাঁও আৰু ভৰতপুৰ নগৰৰদ্বাৰা বেষ্টিত।

কেওলাদেও ঘানা ৰাষ্ট্ৰীয় উদ্যান
আই.ইউ.চি.এন শ্ৰেণী II (ৰাষ্ট্ৰীয় উদ্যান)
কেওলাদেও ঘানা ৰাষ্ট্ৰীয় উদ্যান, ভৰতপুৰ, ৰাজস্থান, ভাৰত
কেওলাদেও ঘানা ৰাষ্ট্ৰীয় উদ্যান, ভৰতপুৰ, ৰাজস্থান, ভাৰত
মানচিত্ৰত কেওলাদেও ঘানা ৰাষ্ট্ৰীয় উদ্যানৰ অৱস্থিতি
অৱস্থান ভৰতপুৰ, ৰাজস্থান, ভাৰত
নিকটতম চহৰ আগ্ৰা, উত্তৰ প্ৰদেশ
স্থানাংক 27°10′00″N 77°31′00″E / 27.166667°N 77.516667°E / 27.166667; 77.516667 77°31′00″E / 27.166667°N 77.516667°E / 27.166667; 77.516667
মাটিকালি 2,873 hectare, 29 km2
প্ৰতিস্থা ১০ মাৰ্চ ১৯৮২ (1982-03-10)
পৰ্যটক 100,000 (2008 চনত)
কৰ্তৃপক্ষ Rajasthan Tourism Development Corporation
ধৰণ প্ৰাকৃতিক
চৰ্ত X
নিৰ্ধাৰিত ১৯৮৫(৯ ম বৰ্ষ)
প্ৰসংগ  সংখ্যা ৩৪০
State Party ভাৰত
Region এছিয়া-পেছিফিক

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ


Tags:

আফগানিস্তানইংৰাজী ভাষাচীনতুৰ্কমেনিস্তানভাৰতৰ বিশ্ব ঐতিহ্যবাহী স্থানৰাজস্থান

🔥 Trending searches on Wiki অসমীয়া:

ডিম্পু বৰুৱামঘাই ওজাজোনবিল মেলাপঃৰাগচৈয়দ আব্দুল মালিকমহীচন্দ্ৰ মিৰিভীষ্মকসংখ্যাৰ প্ৰকাৰসমূহৰ তালিকাজয়মতী (১৯৩৫ চলচ্চিত্ৰ)অসমীয়া ভাষা আন্দোলনঅসমৰ জাতীয় গীতভট্টদেৱৰ গদ্যশৈলীৰজনীকান্ত বৰদলৈঅসমৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকাতিনিচুকীয়া জিলায়কোণঅসমৰ চলচ্চিত্ৰহাংৰি আন্দোলনগোলাপপাৰ চৰাইবৰহমথুৰিবিশ্ব বেংকমাৰ্ক্সবাদঅসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকাখামটি জনগোষ্ঠীসোণোৱাল কছাৰীহেমাঙ্গ বিশ্বাসঅসমৰ চাহ জনগোষ্ঠীশ্ৰীকৃষ্ণকীৰ্তনপ্ৰফুল্ল দত্ত গোস্বামীভাৰতীয় দৰ্শনগোৱালপৰীয়া লোকগীতবাথৌ ধৰ্মশিৱসাগৰ জিলাপাচন নলীভৱানন্দ দত্তনগেন শইকীয়াঅসমীয়া বান্দৰহনুমানদেৱালীপানীৰুবুল মাউতএশিঙীয়া গঁড়ৰাষ্ট্ৰসংঘহৰি-হৰ যুদ্ধআগ্নেয়গিৰিজয়মতী কুঁৱৰীউদ্ভিদদিছপুৰঔ টেঙাধেমাজি জিলাসংগীতমাটিৰ হিচাপআল-লাহাবসংঘাতঅতুল চন্দ্ৰ হাজৰিকাভাওনাঅৰুণাচল প্ৰদেশসৌৰভ কুমাৰ চলিহাভোলানাথ দাসভাৰতআনন্দ চন্দ্ৰ আগৰৱালাচাহৰুছ-ইউক্ৰেনীয় যুদ্ধমৌলিক সংখ্যাআহোম-মোগলৰ সংঘৰ্ষভাৰতৰ ৰাজহুৱা খণ্ডৰ উদ্যোগনাটোনাগামিজজোনাকী (আলোচনী)ভাৰতত নাৰীবাদঅসমৰ জনগোষ্ঠীহোলোংশ্ৰীমদ্ভগৱতগীতাবহনক্ষম উন্নয়নৰ লক্ষ্যএৰী ৰেচমমৌখিক সাহিত্য🡆 More