কম্পিউটাৰ মাউচ

কম্পিউটাৰ মাউচ এবিধ ইনপুট ডিভাইচ, অৰ্থাৎ মাউচৰ সহায়ত কম্পিউটাৰলৈ বাৰ্তা প্ৰেৰণ কৰিব পাৰি।

কম্পিউটাৰ মাউচ
মাউচ

উদ্ভাৱন

কম্পিউটাৰ মাউচ 
ডৌগ্লাচ এংগ্লেবাৰ্ট ২০০৮ চনত

১৯৬০ৰ দশকত Douglas Englebart (ডৌগ্লাচ এংগ্লেবাৰ্ট) আৰু Bill English (বিল ইংলিচ)-এ কম্পিউটাৰক বাৰ্তা দিয়াৰ এটি উন্নত উপায় হিচাপে মাউচ উদ্ভাৱন কৰে। জি-ইউ-আই আৰু মাউচে কম্পিউটাৰত কাম কৰা অতিকৈ সহজ কৰি পেলালে। ই কম্পিউটাৰক অধিক জনপ্ৰিয় কৰাতো সহায় কৰিলে।

অংগ

এটি সাধাৰণ মাউচত ২ বাটন আৰু এটা স্ক্ৰল হুইল থাকে। এই কেইতাৰ সহায়ত 'ক্লিক' কৰা যায়। মাইক্ৰচফ্ট ৱিণ্ড'জ ব্যৱহাৰ কৰিলে বাওঁফালৰ বাটানেৰে ফাইল চয়ন কৰিব বা খুলিব পাৰি। সোঁ ফালৰ বাটানটোৰ সহায়ত এখন তালিকা দৃশ্যমান কৰিব পাৰি, আৰু স্ক্ৰলৰ সহায়ত স্ক্ৰীন উপৰ তল কৰিব পাৰি।

মাউচটো ধৰা

মাউচটো যদিও সোঁ হাতেৰে ধৰিবলৈ নিৰ্মাণ কৰা হয়, বাঁও হাতেৰে ধৰা মাউচো উপলব্ধ। মাউচ হাতৰ তলুৱাৰ জোখৰ। তৰ্জনিৰে বাটান টিপা হয় আৰু মধ্যমাৰে স্ক্ৰলটো ঘূৰোৱা হয়। হাতৰ তলুৱাৰে যদিও মাউচটো লৰাব পাৰি, কান্ধ লৰাইহে মাউচটো আগ-পিছ কৰা হয়।

তথ্য সংগ্ৰহ

Tags:

কম্পিউটাৰ মাউচ উদ্ভাৱনকম্পিউটাৰ মাউচ অংগকম্পিউটাৰ মাউচ মাউচটো ধৰাকম্পিউটাৰ মাউচ তথ্য সংগ্ৰহকম্পিউটাৰ মাউচ

🔥 Trending searches on Wiki অসমীয়া:

বাংলাদেশ মুক্তিযুদ্ধৰ সময়ত ধৰ্ষণগোৱালপৰীয়া লোকগীতআজান পীৰঅসমীয়া লোকসাহিত্যতৎসমজৱাহৰলাল নেহৰুযুগ্ম সংখ্যাউৎপাদন (অৰ্থনীতি)জলসিঞ্চননলবাৰীঅংকীয়া নাটনৰকাসুৰকামদেৱকামৰূপ ৰাজ্যপৃথিৱীঅসমীয়া সাহিত্যত মালিতাফলৰ তালিকাবিবাহজোৰোণঅসমৰ চিত্ৰকলাৰ ইতিহাসবহুকোষী জীৱঅসমীয়া লিপিৰ বুৰঞ্জীপিম্পৰা গুচোৱাযোৰানামবিশ্ব মেলেৰিয়া দিৱসভাৰতৰ নিৰ্বাচন আয়োগআহোম ৰাজবংশগান্ধাৰীলোকভাষাৰূপালীমভাৰত-চীন যুদ্ধযতীন বৰাঅসমৰ গামোচামূলা গাভৰুভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহশূন্যভাৰতত মহিলা শিক্ষাভাওনানগেন শইকীয়াপথৰুঘাটৰ ৰণসেউজ গৃহ প্ৰভাৱবিষ্ণুপ্ৰসাদ ৰাভাহৰপ্পাবিজ্ঞানহিউমাছদিল্লীসৌৰভ কুমাৰ চলিহাকথা কবিতাজুবিন গাৰ্গবাঁহী (আলোচনী)অণুগল্পনাগৰিকত্ব (সংশোধনী) আইন, ২০১৯পঞ্চভুজগণতন্ত্ৰসৌৰজগতশিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯হাবুংইংলেণ্ডঅসমৰ শাক-পাচলিৰ তালিকাকাৰ্বি আংলং জিলাভাইৰাছবাণীকান্ত কাকতিশব্দ (অভিধান)বহনক্ষম উন্নয়নৰ লক্ষ্যশিৱভাৰতীয় ৰেলগৌতম বুদ্ধআনন্দৰাম ঢেকিয়াল ফুকনঅসম বিধানসভাঅসমৰ কুঁহিলা শিল্পমৰুভূমিগাখীৰচৈয়দ আব্দুল মালিকশ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ🡆 More