জীৱবিদ্যা পৰিয়াল

পৰিয়াল (ইংৰাজী: family, ফেমিলি, লেটিন: familia, বহুবচন familiae), জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন ত বৰ্গ আৰু গণৰ মাজৰ এটা বৰ্গীয় স্থান। পৰিয়ালক কেইবাটাও সৰু সৰু গণ হিচাপে ভাগ কৰা হয়, যদিও কেতিয়াবা উপপৰিয়ালৰ দৰে উপগোটটো ভাগ কৰা হয়। সাধাৰণতে, পৰিয়ালৰ কোনো সাধাৰণ সদস্যৰ নামেৰেও পৰিয়াল এটাৰ নামকৰণ কৰা পৰিলক্ষিত হয়, যেনে- 'ৱালনাট' আৰু 'হিকৰি' গছবোৰ 'যোগ্লানডেচিয়া' পৰিয়ালৰ অন্তৰ্গত যাক 'ৱালনাট পৰিয়াল' বুলিও কোৱা হয়।

জীৱবিদ্যা পৰিয়াল
জীৱজগতৰ বৰ্গীকৰণ তালিকা, পৰিয়াল, বৰ্গ আৰু গণৰ মাজৰ এটা বৰ্গীয় স্থান।

নামকৰণ

পৰিয়ালৰ নামকৰণ কৰোঁতে কিছুমান আন্তঃৰাষ্ট্ৰীয় ক'ড মানি চলা হয়।

  • ভেঁকুৰ, শেলাই, আৰু উদ্ভিদৰ নামকৰণ কৰোঁতে পৰিয়ালৰ নামবোৰ "-আচিয়া"ৰে সামৰণি মৰা হয়, অৱশ্যে ব্যতিক্ৰম নথকা নহয়।
  • প্ৰাণীবিজ্ঞানত, প্ৰাণী সমূহৰ পৰিয়ালৰ নামকৰণ কৰোঁতে নামৰ অন্তত "-ইডি" যোগ কৰা হয়।

ইতিহাস

পৰিয়াল শব্দটো ফ্ৰান্সৰ উদ্ভিদবিদ পিৰে মগ্নলে তেওঁৰ, Prodromus historiae generalis plantarum, in quo familiae plantarum per tabulas disponuntur (১৬৮৯)ত প্ৰথম ব্যৱহাৰৰ কৰিছিল।

কেৰলাছ লিনিয়াছে তেওঁৰ ফিলচফিয়া বটেনিকাত (১৭৫১) উদ্ভিদৰ প্ৰধান গোট: বৃক্ষ, herb, ঢেকীয়া, palm, আদিক বুজাবলৈ ফেমিলিয়া শব্দটো ব্যৱহাৰৰ কৰিছিল।

জীৱবিজ্ঞানত, পৰিয়াল বৰ্গ আৰু গণৰ মাজৰ এটা বৰ্গীয় স্থান বুলি পিৰে আন্দ্ৰে লেট্ৰিলে তেওঁৰ, Précis des caractères génériques des insectes, disposés dans un ordre naturel (১৭৯৬)ত উল্লেখ কৰিছিল। তেওঁ "পতংগ"ৰ সকলো বৰ্গকে নহয়, কিন্তু কিছুমান পৰিয়াল হিচাপে ভাগ কৰিছিল (তাৰে কিছুমানৰ নামকৰণ কৰা হোৱা নাছিল)।

ব্যৱহাৰ

পৰিয়ালবোৰক বিৱৰ্তনিক, জীৱাশ্মীয় আৰু জেনেটিক অধ্যয়নত ব্যৱহাৰ কৰিব পাৰি, কাৰণ গণ আৰু প্ৰজাতিৰ দৰে নিম্ন বৰ্গীয় স্থান সমূহতকৈ সিহঁত অধিক স্থায়ী।

তথ্য সংগ্ৰহ

Tags:

জীৱবিদ্যা পৰিয়াল নামকৰণজীৱবিদ্যা পৰিয়াল ইতিহাসজীৱবিদ্যা পৰিয়াল ব্যৱহাৰজীৱবিদ্যা পৰিয়াল তথ্য সংগ্ৰহজীৱবিদ্যা পৰিয়ালইংৰাজী ভাষাগণ (জীৱবিদ্যা)জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজনবৰ্গ (জীৱবিদ্যা)

🔥 Trending searches on Wiki অসমীয়া:

ঘৰচিৰিকামৌখিক পৰম্পৰাঅসমীয়া লোকসাহিত্যসোণোৱাল কছাৰীযুগ্ম সংখ্যাগুৱাহাটী (লোকসভা সমষ্টি)স্বামী বিবেকানন্দমধ্যাহ্ন ভোজন আঁচনিকছাৰী ৰাজ্যদানৱ ৰাজবংশফুলগুৰি ধেৱাসাহিত্য সমালোচনাবিশ্ব মেলেৰিয়া দিৱসযোৰানামকবিৰত্ন সৰস্বতীঅসমৰ পৰ্যটনস্থলসমূহৰ তালিকাউইলিয়াম শ্বেইকছপীয়েৰহীৰেন গোহাঁইইলন মাস্ক্বেদৰুদ্ৰেশ্বৰ দেৱালয়বিশেষ্য পদশ্ৰীমন্ত শংকৰদেৱৰংঘৰহলায়ুধথমাছ আলভা এডিচনদঁতাল হাতীৰ উঁয়ে খোৱা হাওদাকামৰূপ ৰাজ্যবিহুব্ৰিটিছ ৰাজগাঁও পঞ্চায়ততাল (বাদ্যযন্ত্ৰ)অৰ্থনীতিৱিকিমিডিয়া ফাউণ্ডেশ্যনএ পি জে আব্দুল কালামঅসমৰ বাঁহ-বেতৰ শিল্পআহোম ভাষাঅসমহিমন্ত বিশ্ব শৰ্মাদেউৰী জনগোষ্ঠীলভিতাঅসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটানদীভাৰত ৰত্নমোৰো এটা সপোন আছেউত্তৰ-পূব ভাৰতঅপভ্ৰংশঅসমত দেখা পোৱা সাপবোৰঅনুসূচীত জাতি আৰু অনুসূচীত জনজাতিতাজমহলচুটিগল্পপুঁজিবাদসাহিত্যসাম্যবাদী সমাজমামৰে ধৰা তৰোৱালজন গণ মনজৈৱ বৈচিত্ৰ্যমণিপুৰচ্যু-লিক-ফাবিজ্ঞানযোগাসনৰজনীকান্ত বৰদলৈভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকাৰাম বিজয়ধতুৰাথাই ভাষাউমানন্দঅশোকৰ অনুশাসনলাচিত বৰফুকনপাৰিপাৰ্শ্বিক সংঘাতদশৰথকাৰ্বি ভাষামাধৱদেৱ🡆 More