ডাইন’চৰ

ডাইন’চৰ (ইংৰাজী: Dinosaur) হৈছে প্ৰায় ২৩১.৪ নিযুত বছৰ আগতে ট্ৰায়াছিক যুগত পৃথিৱীত থকা Dinosauria গোত্ৰৰ কিছুমান জীৱ। এই স্থলজ মেৰুদণ্ডীবোৰে জুৰাছিক যুগৰ আৰম্ভণিৰ পৰা (প্ৰায় ২০০ নিযুত বছৰ আগতে) ক্ৰিটাচিয়াছ যুগৰ সামৰণিলৈকে (৬৬ নিযুত বছৰ আগতে) প্ৰায় ১৩৫ নিযুত বছৰ কাল পৃথিৱীত আধিপত্য বিস্তাৰ কৰিছিল। ক্ৰিটাচিয়াছ–পেল'জিন বিলুপ্তিকৰণ পৰিঘটনাৰ দ্বাৰা মেছ'জইক যুগৰ সমাপ্তিৰ লগতে বহু ডাইন’চৰৰ গোট (আৰু পৃথিৱীৰ তিনি-চতুৰ্থাংশ উদ্ভিদ আৰু প্ৰাণী প্ৰজাতি)পৃথিৱীৰ পৰা বিলুপ্ত হৈ যায়। জীৱাশ্মৰ সাক্ষ্যৰ ভিত্তিত চৰাইবোৰ জুৰাছিক যুগত থেৰ'পদ ডাইন’চৰৰ পৰা বিৱৰ্তিত হৈছিল বুলি অনুমান কৰা হয়, সেইবাবে ইহঁতক আধুনিক বৈশিষ্টপূৰ্ণ ডাইন’চৰ বুলি বিবেচনা কৰা হয়।

ডাইন’চৰ
জীৱাশ্ম কাল: Late Triassic–Present, 231.4 - 0 Mya
প্ৰিকে
কেম
ছি
ডে
কা
পা
ট্ৰি
জু
ক্ৰি
পে
নি
ডাইন’চৰ
ডাইন’চৰৰ জীৱাশ্মৰ কংকালৰ সংগ্ৰহ
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
(অশ্ৰেণীকৃত): Dinosauriformes
(অশ্ৰেণীকৃত): Dinosauria
Owen, 1842
প্ৰধান গোটসমূহ
  • Ornithischia
    • Stegosauria
    • Ankylosauria
    • Ornithopoda
    • Ceratopsia
  • Saurischia
    • Sauropodomorpha
    • Theropoda

তথ্য সংগ্ৰহ

Tags:

ইংৰাজী ভাষাচৰাইমেৰুদণ্ডী

🔥 Trending searches on Wiki অসমীয়া:

ধনশিৰি নদীতলাতল ঘৰবসন্ত ঋতুস্বামী বিবেকানন্দকেঁচুসাৰমঙ্গলদৈ (লোকসভা সমষ্টি)অসমৰ লোকবাদ্যফেডেৰিক’ গাৰ্ছিয়া ল’ৰ্কাপ্লাষ্টিকএডৱাৰ্ড জেনাৰগগনাঅসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদব্ৰহ্মগুপ্তঅসমীয়া বৰ্ণমালাহৰিদত্তজিকিৰ২২ এপ্ৰিলনাটকৰুদ্ৰেশ্বৰ দেৱালয়নাৰীচ'মাংকানহৰপ্পাঅসমৰ শাক-পাচলিৰ তালিকানাগৰিকত্ব (সংশোধনী) আইন, ২০১৯যোৰহাটআমেৰিকা যুক্তৰাষ্ট্ৰভাৰত-ইউৰোপীয় ভাষা পৰিয়ালযনিমেজিআমলক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদানমহাদেশভঠেলিআঁহতৰামমোহন ৰায়বৰগীতমণিপুৰৰাধাগোবিন্দ বৰুৱাগোলকীকৰণভগদত্তআহোম ৰাজ্যপাঠ পৰিকল্পনানামঘোষাহিমন্ত বিশ্ব শৰ্মাহাঁওফাঁওভূগোলসৰ্বেপল্লী ৰাধাকৃষ্ণণকুচিয়া মাছবাবৰপুৰাণঅসমৰ বনৌষধিব্যৱস্থাপনাআধুনিকতাবাদবৰপেটা সত্ৰকিতাপ পঢ়াৰ আনন্দ২৬ এপ্ৰিলগৰীয়সীকামৰূপী উপভাষাঅসমৰ ধান খেতিৰ সঁজুলিসমূহবিশেষ্য পদৰামধেনু (আলোচনী)সতীদাহ প্ৰথাগুণমালাসৰ্বশিক্ষা অভিযানৱিকিব’হাগঅসমৰ মাছ ধৰা সঁজুলিনৱকান্ত বৰুৱাস্বাস্থ্যসত্ৰীয়া নৃত্যকৰ্কট ক্ৰান্তিৰমন্যাসবাদজল প্ৰদূষণবানপানীঅন্নপ্ৰাশনচামগুৰি সত্ৰসৌৰ শক্তিগৌতম বুদ্ধ🡆 More