লাওখোৱা অভয়াৰণ্য

লাওখোৱা অভয়াৰণ্য (ইংৰাজী: Laokhowa Wildlife Sanctuary) অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণপাৰে নগাঁও জিলাত অৱস্থিত এখন বন্যপ্ৰাণী অভয়াৰণ্য। ই এশিঙীয়া গঁড় তথা বনৰীয়া ম'হৰ বাবে এক উত্তম বাসস্থান বুলি পৰিগণিত হৈছে। ই লাওখোৱা-বুঢ়াচাপৰি পৰিস্থিতি তন্ত্ৰৰ অন্তৰ্গত।

লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্য (Laokhowa Wildlife Sanctuary)
আই.ইউ.চি.এন শ্ৰেণী IV (বাসস্থান/প্ৰজাতি ব্যৱস্থাপনা অঞ্চল)
মানচিত্ৰত লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্য (Laokhowa Wildlife Sanctuary)ৰ অৱস্থিতি
লাওখোৱা অভয়াৰণ্য
অসমত লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্যৰ অৱস্থিতি
অৱস্থান অসম, ভাৰত
নিকটতম চহৰ Nagaon
স্থানাংক 26°30′24″N 92°42′38″E / 26.50667°N 92.71056°E / 26.50667; 92.71056 92°42′38″E / 26.50667°N 92.71056°E / 26.50667; 92.71056
মাটিকালি 70.13 sq. km
প্ৰতিস্থা 1972
কৰ্তৃপক্ষ Department of Environment & Forests, Assam

ইতিহাস

এই বনাঞ্চলক ১৯৭২ চনত বন্যপ্ৰাণী অভয়াৰণ্যৰ স্বীকৃতি প্ৰদান কৰা হয়।

ভৌগিলিক বিৱৰণ

লাওখোৱা অভয়াৰণ্যৰ মাটিকালি প্ৰায় ৭০.১৩ বৰ্গকিলোমিটাৰ। নগাওঁ তথা গুৱাহাটীৰ পৰা ইয়াৰ দুৰত্ব ক্ৰমান্ধয়ে ২৮ আৰু ১৪৮ কিলোমিটাৰ।

জলবায়ু

জৈৱবৈচিত্ৰ্য

উদ্ভিদ:

প্ৰাণী: হাতী, বনৰীয়া ম'হ, ঢেঁকীয়াপতিয়া বাঘ,কেৰ্কেটুৱা, সুগৰী পহু, বনৰীয়া গাহৰি,অসমীয়া বান্দৰ ইত্যাদি

চৰাই-চিৰিকটি: প্ৰায় ২২৫ বিধ চৰাইৰ প্ৰজাতি, যেনে- হাড়গিলা,পাটিশগুণ, বৰটোকোলা,হাইঠা ইত্যাদি।

সৰীসৃপ: ১৪ বিধ বিভিন্ন সৰীসৃপৰ প্ৰজাতি, যেনে- ফেঁটীসাপ, অজগৰ, কাছ, গুইঁ ইত্যাদি।

মাছ:৩৯ বিধ মাছৰ প্ৰজাতিৰ প্ৰজননস্থলী

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

লাওখোৱা অভয়াৰণ্য ইতিহাসলাওখোৱা অভয়াৰণ্য ভৌগিলিক বিৱৰণলাওখোৱা অভয়াৰণ্য জলবায়ুলাওখোৱা অভয়াৰণ্য জৈৱবৈচিত্ৰ্যলাওখোৱা অভয়াৰণ্য তথ্য সংগ্ৰহলাওখোৱা অভয়াৰণ্য বাহ্যিক সংযোগলাওখোৱা অভয়াৰণ্যঅসমইংৰাজী ভাষাএশিঙীয়া গঁড়নগাঁও

🔥 Trending searches on Wiki অসমীয়া:

গুৱাহাটী বিশ্ববিদ্যালয়১ মে'ষড়ভুজহিমবাহঅমূল্য বৰুৱালাচিত বৰফুকনকুশান নৃত্যঅসমীয়া ব্যাকৰণভবানন্দ দত্তঅসমৰ জিলাসমূহহেমাঙ্গ বিশ্বাসগৱেষণাফকৰা যোজনাসাক্ষৰতাৰ হাৰ অনুযায়ী ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ তালিকাস্বদেশী আন্দোলনৱিকিপিডিয়াঅৰ্জুন গছআইজাক নিউটনবিশ্ব পশু চিকিৎসা দিৱসঅসমীয়া ভাষাৰ শব্দসম্ভাৰবায়ু প্ৰদূষণঅসমৰ তেল শোধনাগাৰনেঘেৰিটিং শিৱদৌলউপেন্দ্ৰনাথ ব্ৰহ্মতগৰউপভাষাশ্ৰীমন্ত শংকৰদেৱমোৰ জীৱন সোঁৱৰণগোলোকচন্দ্ৰ গোস্বামীবৈচাগুফলৰ তালিকাগামোচাধানভাৰতৰ প্ৰধানমন্ত্ৰীসিংহ (ৰাশি)আগালমাকাআন্তৰ্জাতিক শ্ৰমিক দিৱসৰামধেনুহিন্দী ভাষাদূৰবীক্ষণ যন্ত্ৰসমাজবাদভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকাবাজেটবাঢ়ৈটোকাচিলাৰায়মাতৃভাষাপ্ৰসংগ প্ৰণালীঅসমৰ শাক-পাচলিৰ তালিকাঅখণ্ড সংখ্যাকুলিহেমচন্দ্ৰ গোস্বামীমৌখিক সাহিত্যজিকিৰদিহানামসাঁচিপাতঅৰ্জুনভাৰতত নাৰীবাদঅসমৰ নৃ-প্ৰজাতীয় গাঁথনিবিহুগীতএ পি জে আব্দুল কালামঅসমীয়া লোক কবিতাযৌতুকবৌদ্ধ ধৰ্মমৰুভূমিভাৰতজতুৱা ঠাঁচমাহদ্ৰৌপদী মূৰ্মুপৰিসীমাজোনাকী (আলোচনী)সংস্কৃত ভাষাগুৰু আসনগোলাঘাটকামৰূপী প্ৰাকৃতবিশ্ব বেংকত্ৰিভুজসংগীত🡆 More