এশিঙীয়া গঁড়

এই পৃষ্ঠাটো আন ভাষাত উপলব্ধ নহয়।

(আগৰ 20 টা) () (20 | 50 | 100 | 250 | 500) চাওক
  • Thumbnail for এশিঙীয়া গঁড়
    ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায়। এশিঙীয়া গঁড় প্ৰধানকৈ বাংলাদেশ, ভূটান, ভাৰত আৰু নেপালত দেখা পোৱা যায়। ভাৰতত একালত এই গঁড় ব্ৰহ্মপুত্ৰ, গংগা আৰু সিন্ধু...
  • Thumbnail for ওৰাং ৰাষ্ট্ৰীয় উদ্যান
    অনেক প্ৰজাতিৰ উদ্ভিদ তথা জীৱ-জন্তু দেখিবলৈ পোৱা যায়। এইবোৰৰ ভিতৰত এশিঙীয়া গঁড়, নল গাহৰি, হাতী, বনৰীয়া ম’হ, ঢেঁকীয়াপতীয়া বাঘ আদিয়ে প্ৰধান। প্ৰায়...
  • Thumbnail for পবিতৰা অভয়াৰণ্য
    যায়। সৰ্বাধিক তাপমান ৯০ ডিগ্ৰী চেণ্টিগ্ৰেড। এই অভয়াৰণ্যত সাধাৰণতে এশিঙীয়া গঁড়, গাহৰি, বনৰীয়া ম'হ, হৰিণ, নাহৰফুটুকী বাঘ, উলুম'ৰা, কাছ, সাপ ইত্যাদি...
  • Thumbnail for লাওখোৱা অভয়াৰণ্য
    ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণপাৰে নগাঁও জিলাত অৱস্থিত এখন বন্যপ্ৰাণী অভয়াৰণ্য। ই এশিঙীয়া গঁড় তথা বনৰীয়া ম'হৰ বাবে এক উত্তম বাসস্থান বুলি পৰিগণিত হৈছে। ই লাওখোৱা-বুঢ়াচাপৰি...
  • Thumbnail for অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যান
    আৰোপ কৰা হয় আৰু বংশ বৃদ্ধিৰ প্ৰচেষ্টা চলোৱা হয়। মতা ম'ৰা চৰাই এশিঙীয়া ভাৰতীয় গঁড় ঢেঁকীয়াপতীয়া বাঘ পেলিকান ফুটুকী হৰিণা "List of Zoos in India,...
  • Thumbnail for অসমৰ পৰ্যটনস্থলসমূহৰ তালিকা
    বিশ্ব ঐতিহ্যবাহী স্থানবুলি স্বীকৃতি দিছে। পৃথিৱীৰ প্ৰায় দুই তৃতীয়াংশ এশিঙীয়া গঁড় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায়। কাজিৰঙাতেই সংৰক্ষিত বনাঞ্চল সমূহৰ...
  • Thumbnail for বুঢ়া চাপৰি অভয়াৰণ্য
    হয়। অন্যান্য প্ৰাণী তথা চৰাই চিৰিকটি সমূহ হ’ল- স্তন্যপায়ী প্ৰাণী এশিঙীয়া গঁড়, বনৰীয়া ম’হ, অসমীয়া বান্দৰ, দল-হৰিণা, নাহৰফুটুকী বাঘ, বন-ৰৌ, শিয়াল...
  • Thumbnail for ৰাকেশ বণিক
    বিভিন্ন দিশত সামাজিক-সচেতনতা বৃদ্ধিৰ বাবে তেওঁ চাইকেল চলাইছে। তাৰ ভিতৰত এশিঙীয়া গঁড় নিধনৰ বিৰোধিতাৰে জনসচেনতা বৃদ্ধিৰ বাবে বেংককৰপৰা অসমলৈ কৰা তেওঁৰ তিনি...
  • Thumbnail for কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
    এই উদ্যান নিম্নোক্ত প্ৰজাতিকেইটাৰ পৃথিৱীৰ ভিতৰতে সৰ্ববৃহৎ বাসভূমি: এশিঙীয়া গঁড় (Great Indian One-Horned Rhinoceros)(সংখ্যা: ১,৮৫৫), বনৰীয়া ম’হ (Wild...
  • Thumbnail for অসম
    দক্ষিণ-পূৱ-এছিয়াৰ বিভিন্ন সাংস্কৃতিক সমল আহৰণ কৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এশিঙীয়া গঁড়, চাহ, মুগা আদিৰ বাবে অসম পৃথিৱী বিখ্যাত। এই ৰাজ্যখন এছিয়াৰ ভিতৰত প্ৰথম...
  • Thumbnail for যাদৱ পায়েং
    এতিয়া 'মুলাই কাঠনিবাৰী' নামৰে জনা যোৱা হাবিখনত ঢেঁকীয়াপতীয়া বাঘ, এশিঙীয়া গঁড়, এশৰো অধিক হৰিণা, শহাপহু, বান্দৰ আৰু অনেক প্ৰজাতিৰ চৰাই আছে। তাত থকা...
  • Thumbnail for কুশল কোঁৱৰ শৰ্মা
    প্ৰতি দৃষ্টিকোণত এক উল্লেখযোগ্য পৰিৱৰ্তন হৈছে, বিশেষকৈ এছিয়ান হাতী আৰু এশিঙীয়া গঁড় সংৰক্ষণত তেওঁৰ ভূমিকা অতুলনীয়। ডাঃ শৰ্মায়ে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয়...
  • Thumbnail for মানস ৰাষ্ট্ৰীয় উদ্যান
    আৰু ৩ বিধ উভচৰ প্ৰাণীৰ প্ৰজাতি পোৱা গৈছে। প্ৰাণী সমূহৰ ভিতৰত হাতী, এশিঙীয়া গঁড়, বনৰীয়া ম’হ, মেথোন (Gaur), ঢেঁকীয়াপতীয়া বাঘ, নাহৰফুটুকী বাঘ, গোধাফুটুকী...
  • ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণপাৰে নগাওঁ জিলাত অৱস্থিত এখন বন্যপ্ৰাণী অভয়াৰণ্য। ই এশিঙীয়া গঁড় তথা বনৰীয়া ম'হৰ বাবে এক উত্তম বাসস্থান বুলি পৰিগণিত হৈছে। ই লাওখোৱা-বুঢ়াচাপৰি...
  • Thumbnail for গোলাঘাট জিলা
    ৰাষ্ট্ৰীয় উদ্যান, গৰমপানী অভয়াৰণ্য আৰু নামবৰ দৈগ্ৰুং অভয়াৰণ্য অৱস্থিত। এশিঙীয়া গঁড়ৰ বাসস্থান তথা বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দেশী বিদেশী...
  • Thumbnail for অসমত গঁ‌ড়ৰ চোৰাং চিকাৰ
    শতিকাৰ মধ্যভাগৰ বাতৰি মতে অসমৰ কিছুসংখ্যক সামৰিক বিষয়াই ব্যক্তিগতভাৱে ২০০ গঁ‌ড় হত্যা কৰিছিল। ১৯০৮ চনলৈ কাজিৰঙাৰ গঁ‌ড়ৰ সংখ্যা প্ৰায় ১২টালৈ হ্ৰাস পাইছিল।...
  • Thumbnail for নগাঁও জিলা
    শতিকাত নগাঁৱৰে বৰদোৱাৰ অন্তৰ্গত আলিপুখুৰী নামৰ ঠাইত জন্মগ্ৰহণ কৰিছিল৷ এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত, ইউনেস্কৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰত স্থানপ্ৰাপ্ত ভাৰতৰ অন্যতম...
  • Thumbnail for ইউনিকৰ্ণ
    প্লিনি দ্যা এল্ডাৰ অৰিক্স আৰু এটা শিং থকা ভাৰতীয় ম'হ (হয়তো এটা ডাঙৰ এশিঙীয়া গঁড়) বিষয়ে আৰু “মনোচেৰছ নামৰ হৰিণৰ দৰে মূৰ, হাতীৰ দৰে ভৰি, আৰু গাহৰিৰ দৰে...
  • Thumbnail for লোকচিকিৎসা
    কেতিয়াবা বিপদাপন্ন প্ৰাণী, যেনে শ্ল' লৰিছ, কেঁকো সাপ, বিভিন্ন প্ৰকাৰৰ সাপ, এশিঙীয়া গঁড়, হাতী, কাছ আদি হত্যা কৰা হয়। এই পৰম্পৰাগত ঔষধৰ বাবে চাৰ্কৰ ফিচা, গঁড়ৰ...
  • Thumbnail for অসমৰ ৰাজ্যিক প্ৰতীকসমূহ
    Foxtail Orchids জাতীয় গছ হোলোং Dipterocarpus macrocarpus জাতীয় জন্তু এশিঙীয়া গঁড় One-horned rhinoceros জাতীয় পক্ষী দেওহাঁহ White-winged Wood Duck জাতীয়...
(আগৰ 20 টা) () (20 | 50 | 100 | 250 | 500) চাওক

🔥 Trending searches on Wiki অসমীয়া:

বিশ্ব বৌদ্ধিক সম্পত্তি দিৱসভাৰতৰ প্ৰধানমন্ত্ৰীসৌৰভ কুমাৰ চলিহাযোৰহাট জিলাৰ ইতিহাসঅসমৰ মুখা শিল্পপাৰিজাত হৰণ নাটইণ্ডোনেছিয়ানীলমণি ফুকন (কনিষ্ঠ)দেওপাহাৰবৰপেটাইণ্টাৰনেটসিন্ধু সভ্যতাহিউৱেন-চাংধৰিত্ৰী দিৱসমৰুভূমিনাটকযতীন্দ্ৰ নাথ দুৱৰাকেঁচুসাৰমানৰ অসম আক্ৰমণভাৰতসংস্কৃতিজন গণ মনগুৱাহাটী (লোকসভা সমষ্টি)উপনিষদকাৰ্বি আংলং জিলাব্যক্তিত্বছুনামিৰমন্যাসবাদসন্ধিৰঙিয়া ৰেলৱে সংমণ্ডলচাইকেলআকাশবাণী গুৱাহাটীভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনহিন্দু ধৰ্মসংখ্যাজয়মতী কুঁৱৰীভূৱন মোহন বৰুৱাধৰ্মচৰকাৰভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকামাছকিতাপশৰাইঘাটৰ যুদ্ধসাক্ষৰতাৰ হাৰ অনুযায়ী ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ তালিকাইয়াত এখন অৰণ্য আছিলঅসম আন্দোলনস্বামী বিবেকানন্দঅসমীয়া সাহিত্যৰ অৰুণোদয় যুগবৈচাগুনামনি অসমভিটামিনপঞ্চায়তী ৰাজঅস্বাভাৱিক মনোবিজ্ঞানমৈদামগান্ধীবাদজুবিন গাৰ্গচামেলি মেমচা'বগুণাভিৰাম বৰুৱাব্লগঅসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদঅখণ্ড সংখ্যাহিন্দী ভাষাশ্ৰী শ্ৰী বটদ্ৰৱা থানজ'মাট'অযোধ্যা (পৌৰাণিক নগৰ)মুগা (ৰেচম)পাৰিপাৰ্শ্বিক সংঘাতচন্দ্ৰকুমাৰ আগৰৱালালিখন পদ্ধতিদশাৱতাৰগুগলবিৰিঞ্চি কুমাৰ বৰুৱা🡆 More