বৰ বগ

বৰ বগ (ইংৰাজী: Great Egret, বৈজ্ঞানিক নাম-Ardea alba) এটা ডাঙৰ আকাৰৰ আৰু বহুলভাৱে বিস্তৃত বগলীৰ প্ৰজাতি৷

বৰ বগ (Great Egret)
বৰ বগ
প্ৰজনন নোহোৱা কালত এটা পূৰ্ণবয়স্ক বৰ বগ
সংৰক্ষণ স্থিতি
বৰ বগ
সংকটৰপৰা মুক্ত  (IUCN 3.1
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Aves
বৰ্গ: Pelecaniformes
পৰিয়াল: Ardeidae
গণ: Ardea
প্ৰজাতি: A. alba
বৈজ্ঞানিক নাম
Ardea alba
Linnaeus, 1758
সমাৰ্থক

Casmerodius albus
Egretta alba

বিৱৰণ

বৰ বগ 
উৰন্ত অৱস্থাত এটা বৰ বগ

বৰ বগ এটা ডাঙৰ আকাৰৰ বগলীৰ প্ৰজাতি৷ ইয়াৰ সমগ্ৰ দেহটো ধকধকীয়া বগা৷ ইয়াৰ উচ্চতা প্ৰায় এক মিটাৰ আৰু দৈৰ্ঘ্য প্ৰায় ৮০-১০৪ ছেণ্টিমিটাৰ৷ ইয়াৰ দেহৰ ওজন ৭০০-১৫০০ গ্ৰাম পৰ্যন্ত হ'ব পাৰে৷দেখাত একেধৰণৰ বগলীৰ আনবোৰ প্ৰজতিৰ পৰা ইয়াক ইয়াৰ হালধীয়া ঠৌঁট, ক'লা ঠেং আদিৰ দ্বাৰা পৃথক কৰিব পৰা যায়৷ মতা-মাইকী উভয়ৰে বাহ্যিক গঠন প্ৰায় একে হয়৷

বৰ বগ 
Sketch to differentiate Great Egret from Intermediate Egret at close range.

উৰন্ত অৱস্থাত ইয়াৰ দীঘল ডিঙিটো কোঁচ খুৱাই থয়৷ ই সাধাৰণতে নিমাতে থাকে৷ কেতিয়াবাহেকুক কুক কুক বুলি মতা শুনা যায়৷

টেক্স'নমি

বৰ বগৰ সাধাৰণতে চাৰিটা উপ-প্ৰজাতি দেখা পোৱা যায়৷ এইবোৰ হ'ল-

আচৰণ


খাদ্য

বৰ বগ 
মাছ খোৱা অৱস্থাত

বৰ বগে সাধাৰণতে অগভীৰ পানীত খাদ্যৰ সন্ধান কৰে৷ ই প্ৰধানকৈ মাছ, ভেকুলী, সৰু মেৰুদণ্ডী প্ৰাণী, সৰীসৃপ, পোক-পতংগ আদি খাই জীয়াই থাকে৷ ই চিকাৰৰ সময়ত বহু সময় লৰচৰ নকৰাকৈ চোপ লৈ থাকি অৱশেষত চিকাৰক ইয়াৰ দীঘল ঠোঁটেৰে টান মাৰি উঠাই আনে৷

প্ৰজনন

বৰ বগ 
পোৱালিৰ সৈতে এটা বাহত

বৰ বগ আংশিক ভাৱে পৰিভ্ৰমণকাৰী চৰাই৷ ই শীতকালত উত্তৰ গোলাৰ্ধৰ পৰা দক্ষিণলৈ প্ৰব্ৰজন কৰে বুলি জনা যায়৷ ই সাধাৰণতে বৃহৎ গোটত বাস কৰে৷ জলাশয়ৰ পাৰৰ গছত ই গছৰ ডালিৰে বাহ সাজে৷

বৰ বগ 
Ardea alba melanorhynchos

তথ্যসূত্ৰ

Tags:

বৰ বগ বিৱৰণবৰ বগ টেক্সনমিবৰ বগ আচৰণবৰ বগ খাদ্যবৰ বগ তথ্যসূত্ৰবৰ বগ বাহ্যিক সংযোগবৰ বগইংৰাজী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

কানাই বৰশী বোৱা শিলালিপিহিন্দু ধৰ্মঅসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকাপৰিয়ালবিত্তীয় ব্যৱস্থামহাভাৰতকামাখ্যা মন্দিৰবিহুৰ বাদ্যযন্ত্ৰঅসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকামংগোলিয়াহুমায়ুনৰ সমাধিক্ষেত্ৰত্ৰিপিটকভূমিকম্পঅপৰিমেয় সংখ্যাভাৰতৰ ৰাজ্যিক গছসমূহৰ তালিকাডাকৰ বচনগান্ধাৰীশব্দ প্ৰদূষণঅলিম্পিকস্বৰাজভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্যসংঘাত২৭ এপ্ৰিলপাইক প্ৰথাবেণুধৰ শৰ্মাঅসমৰ সমস্যাচৰিত পুথিপানীআকবৰঅসমীয়া বৰ্ণমালাভাৰতত মহিলা শিক্ষালুৰিন জ্যোতি গগৈআত্মজীৱনীআহোম জনগোষ্ঠীৰুদ্ৰেশ্বৰ দেৱালয়২৬ এপ্ৰিলসন্ধ্যাৰাগ (চলচ্চিত্ৰ)যোৰহাট জিলাৰ ইতিহাসআন্তৰ্জাতিক মান গ্ৰন্থ সংখ্যাঅসমৰ জিলাসমূহৰমন্যাসবাদহিউৱেন-চাংগণিতঅসমৰ পৰম্পৰাগত সাজ-পাৰভাৰতৰ ৰাষ্ট্ৰপতিবুলু ফিল্মভাষাবিজ্ঞানআধুনিকতাবাদঅসমীয়া যুক্তাক্ষৰসাক্ষৰতাৰ হাৰ অনুযায়ী ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ তালিকাআনন্দ চন্দ্ৰ আগৰৱালাশুৱালকুছিলক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদানসঁফুৰা (শিশু আলোচনী)বাথৌ পূজানাটকজন গণ মনতেজনৱ-বৈষ্ণৱ ধৰ্মঅভিধানমানস ৰাষ্ট্ৰীয় উদ্যানহেমচন্দ্ৰ বৰুৱাকমলাকান্ত ভট্টাচাৰ্য্যমাজুলীঅৰুণোদইএহাত ডাবানগেন শইকীয়াশিক্ষাপোৱামক্কাতথ্য🡆 More