পিয়েৰ দি ফাৰ্মা

পিয়েৰ দি ফাৰ্মা (ফৰাচী: ; 17 আগষ্ট ১৬০১ বা ১৬০৭ – ১২ জানুৱাৰী ১৬৬৫) আছিল ফ্ৰান্সৰ Toulouseৰ Parlementত এজন ফৰাছী অধিবক্তা। তেওঁ চখৰ বাবে আজৰি সময়ত গণিত কৰিছিল। ফাৰ্মাক কৃতিত্ব দিয়া হয় তেওঁৰ প্ৰায় সমান(ইংৰাজী:adequality) কৌশলকে ধৰি অৱদানৰ বাবে যিয়ে নেকি infinitesimal calculusৰ সৃষ্টিত আঁত ধৰিছিল। বিশেষকৈ সংখ্যা তত্ব(ইংৰাজী:number theory)ত গৱেষণা তথা বক্ৰৰেখাৰ বৃহত্তম আৰু ক্ষুদ্ৰতম ordinate নিৰ্ণয় কৰাৰ কাৰণে এটা মৌলিক পদ্ধতিৰ আৱিস্কাৰৰ বাবে তেওঁক স্বীকৃতি প্ৰদান কৰা হয়- যি পদ্ধতি সেই সময়ত অজ্ঞাত অৱকলন গণিত(ইংৰাজী:differential calculus)ৰ সদৃশ আছিল। তদুপৰি analytic geometry, সম্ভাৱিতা আৰু পোহৰ বিজ্ঞান লৈ তেওঁ ঊল্লেখনীয় অৱদান দি থৈ গৈছে। তেওঁৰ নামেৰে থকা ফাৰ্মাৰ অন্তিম উপপাদ্যৰ বাবে তেওঁ সকলোতকৈ জনাজাত, যিটো তেওঁ Diophantus' Arithmeticaৰ এখন বহীৰ সীমাত এটা টোকাত বৰ্ণনা কৰি থৈ গৈছিল।এওঁক ৰেনে ডেকাৰ্টে়ৰ সৈতে যুটীয়াকৈ আধুনিক সংখ্যাতত্ত্বৰ আৰু ব্লেইজ পাস্কেলৰ সৈতে যুটীয়াকৈ আধুনিক সম্ভাৱিতাৰ জনক আখ্যা দিয়া হয়।

পিয়েৰ দি ফাৰ্মা
পিয়েৰ দি ফাৰ্মা
জন্ম ১৬০৭ চনৰ ৩১ অক্টোবৰ আৰু ৬ ডিচেম্বৰৰ মাজৰ সময়ছোৱাত
Beaumont-de-Lomagne, ফ্ৰান্স
মৃত্যু ১২ জানুৱাৰী, ১৬৬৫
(৫৭ বছৰ বয়সত)
Castres, ফ্ৰান্স
ক্ষেত্ৰ গণিত আৰু আইন
জনা যায় Contributions to number theory, analytic geometry, probability theory
Folium of Descartes
Fermat's principle
Fermat's little theorem
ফাৰ্মাৰ অন্তিম উপপাদ্য
Adequality
Fermat's "difference quotient" method
(See full list)
প্ৰভাৱ François Viète, Gerolamo Cardano, Diophantus

তথ্যসূত্ৰ

Tags:

Number theoryen:WP:IPA for Frenchফাৰ্মাৰ অন্তিম উপপাদ্যসম্ভাৱিতা

🔥 Trending searches on Wiki অসমীয়া:

দেউৰী জনগোষ্ঠীহয়গ্ৰীৱ মাধৱ মন্দিৰপদ্মধৰ চলিহামণিৰাম দেৱানডুবি তাম্ৰলিপি আৰু ছীলৱিকিপিডিয়াঅসমীয়া লিপিৰ বুৰঞ্জীনীলমণি ফুকন (জ্যেষ্ঠ)ভূমি প্ৰদূষণকানাই বৰশী বোৱা শিলালিপিকোকৰাঝাৰ (লোকসভা সমষ্টি)সৌৰজগতঅসমৰ ৰেচম শিল্পশ্ৰীকৃষ্ণকীৰ্তনগগৈবসন্ত ঋতুবিদ্যুৎসাক্ষৰতাৰ হাৰ অনুযায়ী ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ তালিকাশ্ৰীনিবাস ৰামানুজনচি++ভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকাগণৰাজ্য দিৱস (ভাৰত)সংযুক্ত মুক্তি বাহিনী, অসমকলভীমৰাও ৰামজী আম্বেদকাৰলিংগ বৈষম্য আৰু ভাৰতীয় নাৰীবাঁহীভাৰতৰ ইতিহাসলখিমপুৰ জিলাৰাতি বিহুবাণীকান্ত কাকতিৰূপালীমপতঞ্জলিৰ যোগসূত্ৰগগনানামনি অসমৰঙিয়া ৰেলৱে সংমণ্ডললোকসভামাতৃভাষাহিতেশ্বৰ বৰবৰুৱাশিক্ষাপদুমলখিমপুৰ (লোকসভা সমষ্টি)পাইথেগাৰাছশামুকশ্বিলংদিল্লীবুঢ়ী আইৰ সাধুকালিদাসছক্ৰেটিছকামাখ্যা মন্দিৰএ পি জে আব্দুল কালামযোৰহাট জিলাৰ ইতিহাসমাইলছ ব্ৰনছনসুশোভন সোনু ৰায়যতীন্দ্ৰ নাথ দুৱৰাৰাজিয়া চুলতানাপুঁজিবাদঅসমস্বদেশী আন্দোলনউদ্বিগ্নতাবীৰেন্দ্ৰনাথ দত্তমানুহবিয়া নামখামটি জনগোষ্ঠীপ্ৰাক্-ছক্ৰেটেছীয় দৰ্শনজাতীয়তাবাদসম্পাদনাউগ্ৰতাৰা দেৱালয়খ্ৰীষ্টান ধৰ্মকাতি বিহুপিম্পৰা গুচোৱাটুক্ৰেশ্বৰী দেৱালয়চিপাহী বিদ্ৰোহ ১৮৫৭যাদৱ পায়েং🡆 More