তীখা

তীখা বা ইস্পাত (ইংৰাজী: Steel) হৈছে লো আৰু কাৰ্বনৰ এক সংকৰ ধাতু। মান ভেদে ইয়াৰ মুঠ ওজনৰ ০.২% ৰ পৰা ২.১% কাৰ্বন থাকে। মেংগানিজ, ক্ৰ'মিয়াম, ভেনেডিয়াম আৰু ট্যাংষ্টেন লোৰ সৈতে মিহলাই তীখা তৈয়াৰ কৰা হয়।

তীখা
ইস্পাত

ইস্পাত লোৰ তুলনাত দৃঢ়তৰ। লোৰ সৈতে বিভিন্ন ধাতু মিশ্ৰণ কৰিলে লোৰ দৃঢ়তা বৃদ্ধি হয়। নিম্ন গলনাংক আৰু ঢালাই যোগ্যতাৰ বাবে উচ্চ কাৰ্বনযুক্ত সংকৰ ঢালাই লো (ইং: কাষ্ট আয়ৰন) নামে পৰিচিত।

ইতিহাস

বিভিন্ন পৰম্পৰাগত উপায়েৰে শিল্প বিপ্লৱৰ অনেক আগৰ পৰাই তীখা তৈয়াৰ কৰা হৈছিল। কিন্তু ১৭শ শতাব্দীত বিভিন্ন উন্নত উপায়েৰে তীখা তৈয়াৰী আৰম্ভ হৈ ইয়াৰ ব্যৱহাৰ বৃদ্ধি পায়। ১৯ শতকৰ মধ্যভাগত বেছমাৰ পদ্ধতিত ইস্পাত উৎপাদন আৰম্ভ হয়। ইয়াৰ ফলত ই সস্তা আৰু বহুল ব্যবহৃত ধাতুলৈ পৰিণত হয়। তাৰ পিছত বেছিক অক্সিজেন প্ৰক্ৰিয়াত উৎপাদনৰ ফলত ইয়াৰ মান অনেক বৃদ্ধি পায় আৰু দাম অনেক কমি যায়। বৰ্তমান ইস্পাত পৃথিবীৰ অন্যতম বহুল ব্যবহৃত পদাৰ্থ। গৃহ-কোঠা, মেছিন, জাহাজ, গাড়ী ইত্যাদিৰ প্ৰধান উপাদান হৈছে ইস্পাত। বৰ্তমান ইস্পাতৰ মান বিভিন্ন আন্তৰ্জাতিক মানদানকাৰী প্ৰতিষ্ঠানৰ দ্বাৰা পৰিমাপন কৰা হয়।

বৈশিষ্ট্য

অন্যান্য ধাতুৰ দৰে লো ভূগৰ্ভত অক্সিজেন আৰু ছালফাৰৰ সৈতে যুক্ত অবস্থাত থাকে। এনে ধাতৱ অক্সাইড বা ছালফাইডক আকৰিক বোলে। লোৰ আকৰিকৰ উদাহৰণ হ'ল, হেমেটাইট, মেগনেটাইট আদি। ঢালাই লোৰ গলনাংক ১৩৭০ ডিগ্ৰী ছেলছিয়াছ। ইস্পাতৰ ঘনত্ব মানৰ ওপৰত ভিত্তি কৰি প্ৰতি ঘনচেণ্টিমিটাৰত ৭.৭৫ ৰ পৰা ৮.০৫ গ্ৰাম পৰ্যন্ত হব পাৰে।

তথ্য সংগ্ৰহ

Tags:

ইংৰাজী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

অসম সাহিত্য সভামৃত্যুঞ্জয়কাৰ্বি ভাষাবাৰেচহৰীয়া ভাওনা মহোৎসৱহাবুংমাঘ বিহুঅৰুণোদইফণী শৰ্মাকোচ ৰাজবংশীবেটুপাতচকলংবিৰিঞ্চি কুমাৰ বৰুৱাঅখণ্ড সংখ্যাআৰবী ভাষাকোষ (জীৱবিজ্ঞান)অৰ্কিডমাটিভিটামিনভৱানন্দ দত্তঅসমীয়া প্ৰতিদিন২ মে'সৌৰ শক্তিসমাজআমেৰিকা (মহাদেশ)যুগ্ম সংখ্যাকৰতল কমল কমল দল নয়নসাহিত্য অকাডেমি বঁটাফলৰ তালিকাসূৰ্যকুমাৰ ভূঞাশিৱসাগৰৰ শিৱদৌলস্বৰাজগৰুনিৰুপমা বৰগোহাঞিশব্দ প্ৰদূষণৰাম সৰস্বতীচৈয়দ আব্দুল মালিকগোলাঘাট জিলাভাষাবিশ্ব পশু চিকিৎসা দিৱসবাণীকান্ত কাকতিপ্ৰাকৃতিক সম্পদউপেন্দ্ৰচন্দ্ৰ লেখাৰুদৰঙী খুলীয়া ভাউৰীয়াসূত্ৰধাৰ নৃত্যগোৱালপাৰাঅগ্নিগড়চাণক্যনামঘৰকেতেকীসমোচ্চাৰিত শব্দখৰ্গেশ্বৰ তালুকদাৰগোলকীকৰণজৱাহৰ নৱোদয় বিদ্যালয়অভয়াপুৰীহয়গ্ৰীৱ মাধৱ মন্দিৰকবিতাকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানভাৰতৰ উপৰাষ্ট্ৰপতিকোচ হাজোনীল প্ৰজাপতিঅসমআল-লাহাবজয়মতী কুঁৱৰী (নাটক)দেবেন্দ্ৰ নাথ আচাৰ্যঅসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকাবিয়া নামকপৌ ফুলগোলাপশিৱসাগৰ জিলাৰ পৰ্যটনস্থলসমূহৰ তালিকাহেমচন্দ্ৰ বৰুৱা🡆 More