চফ

চফ (বৈজ্ঞানিক নাম: Foeniculum vulgare) হৈছে গাজৰ পৰিয়ালৰ এবিধ সপুষ্পক উদ্ভিদৰ প্ৰজাতি। ই হালধীয়া ফুল আৰু পাতল পাতৰ সৈতে এক কঠিন, বহুবৰ্ষী গুল্মজাতীয় উদ্ভিদ। ই ভূমধ্যসাগৰীয় অঞ্চলৰ স্থানীয় উদ্ভিদ কিন্তু বৰ্তমান বিশ্বৰ বহু দেশত, বিশেষকৈ সাগৰ-উপকূলৰ ওচৰৰ শুকান মাটি আৰু নদীৰ পাৰত প্ৰাকৃতিকভাৱে পোৱা যায়।

চফ
চফ
ফুলৰ সৈতে চফগুটিৰ গছ
চফ
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Tracheophytes
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Eudicots
(অশ্ৰেণীকৃত): Asterids
বৰ্গ: Apiales
পৰিয়াল: Apiaceae
গণ: Foeniculum
প্ৰজাতি: F. vulgare
বৈজ্ঞানিক নাম
F. vulgare
Mill.
সমাৰ্থক
সমাৰ্থক
  • Anethum dulce DC.
  • Anethum foeniculum L.
  • Anethum minus Gouan
  • Anethum panmori Roxb.
  • Anethum panmorium Roxb. ex Fleming
  • Anethum piperitum Ucria
  • Anethum rupestre Salisb.
  • Foeniculum azoricum Mill.
  • Foeniculum capillaceum Gilib.
  • Foeniculum divaricatum Griseb.
  • Foeniculum dulce Mill.
  • Foeniculum foeniculum (L.) H.Karst.
  • Foeniculum giganteum Lojac.
  • Foeniculum officinale All.
  • Foeniculum panmorium (Roxb.) DC.
  • Foeniculum piperitum C.Presl
  • Foeniculum rigidum Brot. ex Steud.
  • Ligusticum foeniculum (L.) Roth
  • Ligusticum foeniculum (L.) Crantz
  • Meum foeniculum (L.) Spreng.
  • Meum piperitum Schult.
  • Ozodia foeniculacea Wight & Arn.
  • Selinum foeniculum E.H.L.Krause
  • Seseli dulce Koso-Pol.
  • Seseli foeniculum Koso-Pol.
  • Seseli piperitum Koso-Pol.
  • Tenoria romana Schkuhr ex Spreng.

ই হৈছে ৰন্ধনত ব্যৱহৃত এক অত্যাধিক সুগন্ধি আৰু স্বাদযুক্ত উদ্ভিদ আৰু একে ধৰণৰ সোৱাদযুক্ত এনিছৰ (Anise) সৈতে, এবছিন্থে (Absinthe) নামৰ এবিধ পানীয়ৰ এটা প্ৰাথমিক উপাদান। ইয়াক মছলা আৰু মুখশুদ্ধি হিচাপেও ব্যৱহাৰ কৰা হয়। ই পাঁচ ফোৰণ নামৰ ভাৰতত প্ৰচলিত এবিধ গোটা মছলা মিশ্ৰণৰ এবিধ মুখ্য উপাদান।

তথ্য সংগ্ৰহ

Tags:

পৰিয়াল (জীৱবিদ্যা)ফুলবৈজ্ঞানিক নামসপুষ্পক উদ্ভিদ

🔥 Trending searches on Wiki অসমীয়া:

অসমীয়া ব্যাকৰণতামিলনাডুকলিমাপোৱামক্কামৌৰ্য সাম্ৰাজ্যসন্ধিহেম বৰুৱাৰ ভ্ৰমণ সাহিত্যঅমূল্য বৰুৱামনোমতীসপুষ্পক উদ্ভিদচ্যু-কা-ফাঅণুবীক্ষণ যন্ত্ৰপ্ৰাকৃতিক দুৰ্যোগম'হৰ শিঙৰ পেঁপাবিহু নৃত্যনামঘৰৰজনীকান্ত বৰদলৈপ্ৰদূষণজৈৱিক কৃষিবৃশ্চিক (ৰাশি)ৰাহুঅসমীয়া কবিতাৰ ইতিহাসশৰাইঘাটৰ যুদ্ধঅস্বাভাৱিক মনোবিজ্ঞানমিচিং নৃত্য আৰু গীত মাত২৯ এপ্ৰিলঅসমৰ ৰেচম শিল্পআয়ুৰ্বেদঅসমীয়া লিপিবিশ্ব ধঁপাতবিৰোধী দিৱসয়মঙ্গল গ্ৰহপৰিয়ালঅসমীয়া উপন্যাসঅসমৰ চলচ্চিত্ৰগুৱাহাটী বিশ্ববিদ্যালয়সমোচ্চাৰিত শব্দকম্পিউটাৰৰাভা জনগোষ্ঠীকাকৈজানা সংৰক্ষিত বনাঞ্চলঅসমীয়া ভাষাশিঙি মাছনামেৰি ৰাষ্ট্ৰীয় উদ্যানৰামধেনুদঁতাল হাতীৰ উঁয়ে খোৱা হাওদাকাঠৰ জোখ মাপযোগিনী তন্ত্ৰসূত্ৰধাৰ নৃত্যগোলকীয় উষ্ণতা বৃদ্ধিমাজুলীঅসমীয়া লোকসাহিত্যঅসমৰ নদীসমূহৰ তালিকাঅসম আন্দোলনকুশান নৃত্যকীৰ্তন ঘোষা সংকলনঅন্তৰীপ (উপন্যাস)ৰমন্যাসবাদ২ মে'চন্দ্ৰকুমাৰ আগৰৱালাকেতেকীদিহানামনৱ-বৈষ্ণৱ ধৰ্মস্বাভাৱিক সংখ্যাভীমৰাও ৰামজী আম্বেদকাৰঅতুল চন্দ্ৰ হাজৰিকাঅৰ্জুন ভঞ্জনবুৰঞ্জী সাহিত্যমহাভৈৰৱ মন্দিৰউপভাষাগুণাভিৰাম বৰুৱাঅসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্তঅসমীয়া ভাষাৰ শব্দসম্ভাৰসংখ্যাৰ প্ৰকাৰসমূহৰ তালিকাচিৰিং ফুকনগাঁও পঞ্চায়তমাহআমেৰিকা যুক্তৰাষ্ট্ৰ🡆 More