অধিবৰ্ষ

অধিবৰ্ষ বা লিপ ইয়েৰ হৈছে পঞ্জিকাৰ এটা অতিৰিক্ত দিন যি প্ৰতি চাৰি বছৰৰ মূৰে মূৰে আহে৷ জ্যোতিৰ্বিজ্ঞানৰ মতে, জাৰকালি বা জহকালি যিয়েই নহওক এটা দিনত ২৪ ঘণ্টাই থাকে৷ সেইদৰে ৩৬৫ দিনত এবছৰ হয়৷ কিন্তু প্ৰকৃততে পৃথিৱীয়ে সূৰ্যক সম্পূৰ্ণৰূপে এবাৰ প্ৰদক্ষিণ কৰিবলৈ ৩৬৫ দিন ৫ ঘণ্টা ৪৯ মিনিট ১২ ছেকেণ্ড সময় লাগে৷ গতিকে ৩৬৫ দিনীয়া এটা বছৰত ৫ ঘণ্টা ৪৯ মিনিট ১২ ছেকেণ্ড ৰাহি হৈ গৈ থাকে৷ এইদৰে চাৰিটা বছৰৰ মূৰত সম্পূৰ্ণ এটা দিন অতিৰিক্তভাৱে ওলাই আহে৷ গতিকে যিটো বছৰত এই অতিৰিক্ত দিনটো সংযোগ হয় তাক অধিবৰ্ষ বোলা হয়৷

গ্ৰেগ'ৰিয়ান কেলেণ্ডাৰ

বিশ্বৰ আটাইতকৈ মান্য কেলেণ্ডাৰ গ্ৰেগ'ৰিয়ান কেলেণ্ডাৰ অনুসৰি প্ৰতি চাৰি বছৰৰ মূৰে মূৰে লিপ ইয়েৰ হয়৷ এই অধিবৰ্ষত ফেব্ৰুৱাৰী মাহটোত ২৮ দিনৰ বিপৰীতে এটা অতিৰিক্ত দিন সংযোগ কৰি ২৯ দিন কৰা হয়৷

অধিবৰ্ষ 
This graph shows the variations in date and time of the June Solstice due to unequally spaced "leap day" rules. Contrast this with the Iranian Solar Hijri calendar, which has 8 leap year days every 33 years.

জন্মদিন

যিসকল মানুহে এই দিনটোত জন্মগ্ৰহন কৰে, সেইসকল ইংৰাজীত "leapling" বা "leaper" বুলি কোৱা হয়৷ তেখেতসকলে এই জন্মদিনটো চাৰিবছৰৰ পাছতহে পুনৰ পালন কৰিব পাৰে, সেইদিশৰ পৰা চালে এই দিনত জন্ম হোৱা মানুহৰ প্ৰতি চাৰি বছৰৰ পাছতহে এটা জন্মদিন আহে। আনহাতে কিছুমানে এই অসুবিধাৰ বাবে ২৮ ফেব্ৰুৱাৰী নাইবা ১ মাৰ্চত নিজৰ জন্মদিন পালন কৰে৷

এই দিনটোত জন্মগ্ৰহন কৰা কেইজনমান বিখ্যাত ব্যক্তিৰ নাম:-

  1. মোৰাৰজী দেশাই :- ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী৷

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

অধিবৰ্ষ গ্ৰেগৰিয়ান কেলেণ্ডাৰঅধিবৰ্ষ জন্মদিনঅধিবৰ্ষ তথ্য সংগ্ৰহঅধিবৰ্ষ বাহ্যিক সংযোগঅধিবৰ্ষছেকেণ্ডজ্যোতিৰ্বিজ্ঞানদিনপঞ্জিকাপৃথিৱীবছৰসময়সূৰ্য

🔥 Trending searches on Wiki অসমীয়া:

বৰগীতদ্বিতীয় বিশ্বযুদ্ধপদ্মধৰ চলিহাবহল ব্যাকৰণশোণিতপুৰ জিলাকামৰূপী লোকগীতগান্ধাৰীৰাতি বিহুভাৰতত মহিলাৰ স্বাস্থ্যব্যষ্টিবাদী অৰ্থনীতিমৌখিক পৰম্পৰাপাইক প্ৰথাবুৰঞ্জীপঞ্চভুজচিৰ চেনেহী মোৰ ভাষা জননীমনোবিজ্ঞানহনুমানসম্পাদনাজীৱনীনুৰ জাহানসূৰ্যকুমাৰ ভূঞাআধুনিকতাবাদচাইকেলঅষ্ট্ৰেলিয়ানিমাতী কইনাসম্ৰাট অশোকঅস্বাভাৱিক মনোবিজ্ঞানলুই পেষ্ট'ৰভাৰতৰ উপৰাষ্ট্ৰপতিমানৰ অসম আক্ৰমণডিগবৈবুলু ফিল্মস্বদেশী আন্দোলনবিজ্ঞাপনআনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন-চৰিত্ৰবহনক্ষম উন্নয়নৰ লক্ষ্যবাণীকান্ত কাকতিকোচ ৰাজবংশীকামৰূপ ৰাজ্যঅসম আন্দোলনদৌল গোবিন্দ মন্দিৰঅসমীয়া ভাষা আন্দোলনআনন্দৰাম বৰুৱাকানাই বৰশী বোৱা শিলালিপিপদ্মনাথ গোহাঞি বৰুৱাশদিয়াকমলাকান্ত ভট্টাচাৰ্য্যঅসমীয়া প্ৰতিদিনভূগোলজীৱনৰ বাটতআনন্দ চন্দ্ৰ আগৰৱালাগগনাসংস্কৃতিদিনগ্ৰহবীৰেন্দ্ৰনাথ দত্তঅসমৰ শাক-পাচলিৰ তালিকাযোগেশ দাসত্ৰিভুজবিজ্ঞানঅণুবীক্ষণ যন্ত্ৰভাৰতত মহিলা শিক্ষাঅসমৰ চলচ্চিত্ৰঅংগৰাগ মহন্তকথা কবিতাশ্ৰীমদ্ভগৱতগীতালীলা গগৈবিহুগীতকীৰ্তন-ঘোষাসাম্যবাদবিত্তীয় ব্যৱস্থাবেক্টেৰিয়াৰঘুনাথ চৌধাৰীলক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদান🡆 More