ৰাংকুকুৰ

ৰাংকুকুৰ হ'ল এচিয়া মহাদেশৰ ৰঙা-মুগা বনৰীয়া কুকুৰ৷ ঘৰচীয়া কুকুৰ বা কুকুৰনেচিয়া বাঘতকৈ ইয়াৰ ঠেং কেইটা তুলনামূলকভাৱে চুটি ,নেগুৰ জোপোহা ধৰণৰ আৰু ঘন ঘন দাঁতৰ পাৰি৷ ইয়াক Asiatic Wild Dog বুলিও জনা যায়৷ ইয়াৰ পোৱালীবোৰ জন্ম হওঁতে ধোঁৱাবৰণীয়া হয় আৰু প্ৰায় তিনি মাহৰ ভিতৰত ইটাগুৰীয়া বৰণৰ হৈ পৰে৷ ৰাংকুকুৰৰ জোমবোৰ ঋতু অনুযায়ী কম বেচি হয়৷

ৰাংকুকুৰ
জীৱাশ্ম কাল: Post-Pleistocene-Recent
ৰাংকুকুৰ
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Mammalia
বৰ্গ: Carnivora
পৰিয়াল: Canidae
উপপৰিয়াল: Caninae
গণ: Cuon
Hodgson, 1838
প্ৰজাতি: C. alpinus
বৈজ্ঞানিক নাম
Cuon alpinus
(Pallas, 1811)
ৰাংকুকুৰ
ৰাংকুকুৰৰ বিস্তৃতি

নামাকৰণ

  • Dhole(Hindi),
  • Ramkum(Kashmiri),
  • Kolsun(Marathi),
  • Kutra(Gujarati),
  • Kadu nai(Kannada),
  • Resu Kukka(Tetegu),
  • Chen nai(Malayalam/Tamil),
  • Ram kutta(Bengali),
  • Rang kukur(assamese),
  • Balia kukura(Oriyaq),
  • Farra(Ladakhi),
  • Huithou(Manipuri)

দৈহিক বিৱৰণ

শৰীৰৰ দৈৰ্ঘতা-90CM, ওজন ২২--18 KG.

আচৰণ

ৰাংকুকুৰে ছয় সাতটাকৈ জোম বান্ধি চিকাৰ কৰে আৰু চিকাৰটোৰ মৃত্যুৰ পূৰ্বেই তাৰ মাংস ভক্ষণত লাগি যায় তথা কেইঘণ্টামানৰ ভিতৰতে খাই হাড় উলিয়াই দিয়ে৷ সিহঁতে চিকাৰ কৰোঁতে চিঁচিকৈ উকিয়াই,হিঁহিয়াই আৰু খেং খেং, কেঁউ কেঁউ কৰে৷

বসবাস

ইফালে সিফালে ঘাহঁনি পথাৰ থকা মুক্ত হাবিত বা কাঠনিত থাকি ৰাংকুকুৰে ভাল পায়৷ Bandipur আৰু Nagerahole (Karnataka) ৰাষ্ট্ৰীয় উদ্যানত ৰাংকুকুৰ দেখা যায়৷

সংৰক্ষণ

বহুতো কাৰণত ৰাংকুকুৰৰ সংৰক্ষণৰ ক্ষেত্ৰত ভাবুকিয়ে দেখা দিছে৷ তাৰ ভিতৰত বাসস্থান ধ্বংস, চিকাৰৰ অভাৱ আৰু মানৱ-পশুৰ মাজৰ সংঘাত প্ৰধান৷


তথ্য সংগ্ৰহ

Vivek Menonৰ Field Guide to Indian Mammals নামৰ প্ৰন্থ পৃষ্ঠা নং 79

বহিঃ সংযোগ

Tags:

ৰাংকুকুৰ নামাকৰণৰাংকুকুৰ তথ্য সংগ্ৰহৰাংকুকুৰ বহিঃ সংযোগৰাংকুকুৰ

🔥 Trending searches on Wiki অসমীয়া:

অসমৰ জাতীয় গীতঅসমৰ মুখা শিল্পভাৰতৰ ৰাজনৈতিক দলসমূহৰ তালিকাপালি ভাষাহাবুংমৌৰ্য সাম্ৰাজ্যৰুদ্ৰেশ্বৰ দেৱালয়চৰাইদেউ জিলামহাকাব্যবতৰঅসমত দেখা পোৱা উদ্ভিদসমূহৰ তালিকাঅসমৰ মন্ত্ৰ-সাহিত্যনীলমণি ফুকন (জ্যেষ্ঠ)অসীমত যাৰ হেৰাল সীমাশিক্ষাঅন্তৰীপ (উপন্যাস)অম্বুবাচীজোনবিল মেলাসংস্কৃতিআলোচনীসন্ধিকৃষ্ণকান্ত সন্দিকৈবিহুগীতযক্ষ্মাচৰকাৰসম্ৰাট অশোকৰজনীকান্ত বৰদলৈঅষ্ট্ৰেলিয়াঅসমীয়া সাহিত্যত মালিতামাইলছ ব্ৰনছনপথৰুঘাটৰ ৰণদ্বিতীয় বিশ্বযুদ্ধজাভাসপ্তকাণ্ড ৰামায়ণৰাভা ভাষাৱিকিপিডিয়ামণিকৰ্ণেশ্বৰ দেৱালয়কামদেৱযোৰানামজিকিৰইংলেণ্ডনেপোলিয়ন বোনাপাৰ্টভোলানাথ দাসফলৰ তালিকাপৰিৱেশ তন্ত্ৰশিৱসাগৰভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্যবিশেষ্য পদকোচ ৰাজবংশড়এলবাৰ্ট আইনষ্টাইনউপনিষদনাৰীবাদঅসমৰ ইতিহাসশৰাইঘাটৰ যুদ্ধমানৱ শৰীৰনিৰ্মলপ্ৰভা বৰদলৈহীৰেন ভট্টাচাৰ্যহিতেশ্বৰ বৰবৰুৱাৰমন্যাসবাদগান্ধীবাদমৃত্যুঞ্জয়ধাতু আৰু অধাতুআত্মজীৱনীযৌন সংগমমোৱামৰীয়া বিদ্ৰোহকাৰেংঘৰচ্যু-খ্ৰুং-ফাপিম্পৰা গুচোৱাৰাজ্যসভালাচিত বৰফুকনবনাঞ্চল ধ্বংস আৰু জলবায়ু পৰিৱৰ্তনজৈৱিক কৃষিলোক-সংগীত🡆 More