হৰম'ন

হ'ৰমন (ইংৰাজী: hormone; গ্ৰীক শব্দ “ὁρμῶν”ৰ পৰা) হৈছে যিকোনো সংকেতবাহী অনু, যি বহুকোষী জীৱৰ গ্ৰন্থিত উৎপাদন হয় আৰু জীৱটোৰ শৰীৰতত্ত্ব আৰু আচৰণ নিয়ন্ত্ৰণৰ বাবে নিৰ্দিষ্ট লক্ষ্য অংগলৈ সংবহন তন্ত্ৰৰ জৰিয়তে পৰিবাহিত হয়। হ'ৰমনৰ ৰাসায়নিক গঠন ভিন্ন প্ৰকাৰৰ হ'ব পাৰে, প্ৰধান তিনিটা ভাগ হৈছে: এক'ছান'ইড, ষ্টেৰ'ইড, আৰু এমাইন' এচিডৰ যৌগসমূহ (এমাইন, পেপ্টাইড, আৰু প্ৰ'ট্ৰিনসমূহ)। হ'ৰমন নিঃসৰণ কৰা গ্ৰন্থিসমূহ লগ লাগি অন্তঃস্ৰাৱী সংকেত তন্ত্ৰ গঠিত হয়। হ'ৰমন শব্দটোৱে কেতিয়াবা কোনো কোষত উৎপাদিত তথা সেই একেটা কোষক (স্বয়ংস্ৰাৱী বা ইণ্ট্ৰাক্ৰাইণ ছিগনেলিং) বা নিকটবৰ্তী কোষক (পেৰাক্ৰাইণ ছিগনেলিং) প্ৰভাৱিত কৰা ৰসায়নকো বুজায়।

হ'ৰমনে শৰীৰতাত্বিক নিয়ন্ত্ৰণ আৰু আচৰণজনিত কাৰ্যসমূহ, যেনে পাচন, পৰিপাক, শ্বসন, কলাৰ কাৰ্য, সংবেদন গ্ৰহণ, টোপনি, ৰেচন, ঘমা, চিন্তা, বৃদ্ধি আৰু বিকাশ, সঞ্চালন, প্ৰজনন, আৰু মানসতা আদি, কৰিবলৈ অংগ আৰু কলাৰ মাজত সমন্বয় সাধন কৰে।

তথ্য সংগ্ৰহ

Tags:

অন্তঃস্ৰাৱী তন্ত্ৰআচৰণইংৰাজী ভাষাপ্ৰ'ট্ৰিনবহুকোষী জীৱশৰীৰতত্ত্বসংবহন তন্ত্ৰ

🔥 Trending searches on Wiki অসমীয়া:

প্ৰাচীন ভাৰতীয় সভ্যতাঅসমৰ তেল শোধনাগাৰজয় দৌলঅসমীয়া ভাষাৰ শব্দসম্ভাৰকথা কবিতাব্যক্তিত্বতলাতল ঘৰৰাজিয়া চুলতানাযৌন সংক্ৰামক ৰোগওড়িয়া ভাষাপিঠাকৃষ্ণকান্ত সন্দিকৈআমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিসকলৰ তালিকাসংক্ৰমণসত্ৰদৰং জিলাবৰপেটাআহোম ৰাজ্যঅগ্নিগড়নাগৰিকত্বচৰাইলক্ষ্মীধৰ শৰ্মাবসন্ত ৰোগচ্যু-লিক-ফাবকুল ফুলৰ দৰে (গ্ৰন্থ)জিএছটিব্ৰহ্মপুত্ৰ নদডিব্ৰুগড় বিশ্ববিদ্যালয়অসমৰ নদীসমূহৰ তালিকাবতৰএৰিষ্ট'টলনৰকাসুৰতথ্যকুশল কোঁৱৰদৰ্শনলক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদানউপন্যাসআত্মজীৱনীউমাচল শিলালিপিঅলিম্পিকৰাইমনা ৰাষ্ট্ৰীয় উদ্যানশিৱসাগৰ জিলাৰ দৌল দেৱালয় সমূহৰজনীকান্ত বৰদলৈমামণি ৰয়ছম গোস্বামীকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানকৃষ্ণচন্দ্ৰ নেপালী পোখৰেলদীপলিনা ডেকানাৰীবিপৰীতাৰ্থক শব্দমাধৱদেৱনৱ-বৈষ্ণৱ ধৰ্মচ্যু-কা-ফাবড়ো ভাষাউদাৰনৈতিকতাবাদবৰদৈচিলাবহনক্ষম উন্নয়নৰ লক্ষ্যবায়ু প্ৰদূষণনামদাঙৰ শিলৰ সাঁকোভাৰতৰ ৰাষ্ট্ৰপতিজৰ্জ বেকাৰভাৰতীয় জাতীয় কংগ্ৰেছঅসম চুক্তিঅপৰিমেয় সংখ্যাভ্ৰাম্যমাণ থিয়েটাৰছাইমন কমিশ্যনশ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘঅসমৰ পৰ্যটনস্থলসমূহৰ তালিকাঅন্নপ্ৰাশনতোলনি বিয়ানিৰ্মলপ্ৰভা বৰদলৈমাহব্ৰিটিছ ৰাজৰাধাগোবিন্দ বৰুৱাৰোমাণ্টিক কবিতাকল্পনা চাওলাহাতীপটি🡆 More