সুখ

সুখ ভালে থকাৰ এক মানসিক অৱস্থা যাক যথেষ্ট অনুভৱ কৰাৰপৰা অতি স্ফূৰ্তি লৈকে ধনাত্মক বা ভাল লগা ভাবেৰে সংজ্ঞায়িত কৰা হয়। অনেকে সুখক জীৱবৈজ্ঞানিক, মনোবৈজ্ঞানিক, ধাৰ্মিক আৰু দাৰ্শনিক মাধ্যমেৰে সংজ্ঞায়িত কৰিবলৈ চেষ্টা কৰিছিল। বহু সংখ্যক গৱেষণা গোটে বৈজ্ঞানিক পদ্ধতিৰে 'সুখ কি?', 'সুখী কেনেকৈ হ'ব পাৰি?' আদি প্ৰশ্নৰ উত্তৰ সন্ধান কৰিবলৈ চেষ্টা কৰিছে। তেনে গোটৰ মাজত যোগাত্মক মনোবিজ্ঞানিকৰ গোটো আছে।

২০ মাৰ্চক ৰাষ্ট্ৰসংঘই আন্তৰ্জাতিক সুখৰ দিৱস ঘোষণা কৰিছে।

তথ্য সংগ্ৰহ

Tags:

মন

🔥 Trending searches on Wiki অসমীয়া:

বড়োলেণ্ডইলন মাস্ক্মহাদেশশব্দ (অভিধান)শ্ৰী শ্ৰী বটদ্ৰৱা থানআন্তৰ্জাতিক শ্ৰমিক দিৱসতেজপুৰঅসমীয়া বৰ্ণমালানলবাৰী জিলাভট্টদেৱৰ গদ্যশৈলীশামুকঅংকীয়া নাটজাতি লাউস্বাস্থ্যবৌদ্ধ ধৰ্মলক্ষ্মীধৰ শৰ্মাঅসম চুক্তিভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্যপুথিভঁৰালপৰ্যাবৃত্ত তালিকাঅসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকল২০২১ৰ অসম বিধানসভা নিৰ্বাচননৱগ্ৰহ মন্দিৰ, গুৱাহাটীশ্ৰীশ্ৰীপৰিহৰেশ্বৰ দেৱালয়কবিতাসালোক সংশ্লেষণবেণুধৰ শৰ্মাঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইন, ২০০৫জৈন ধৰ্ম২৪ এপ্ৰিলঅসমৰ জিলাসমূহভগ্নাংশ (গণিত)পৰম্পৰাবিপৰীতাৰ্থক শব্দঅসমৰ গামোচাগুৰু আসনঅনুসূচীত জাতি আৰু অনুসূচীত জনজাতিঅনুবাদসাম্যবাদী সমাজৰংফকৰা যোজনাঅন্তৰীপ (উপন্যাস)আহোম ৰাজ্যপ্ৰাচীন গ্ৰীচকলিতা জনগোষ্ঠীমণিপুৰবৰাক উপত্যকাএ পি জে আব্দুল কালামঅসমৰ মাছচৈয়দ আব্দুল মালিকহীৰেন্দ্ৰ নাথ দত্তকপৌ ফুলমাছৰুক্মিণী হৰণ নাটমাজুলীজণ্ডিছমানৱ ভূগোলঅসমীয়া ভাষাবানপানীদীৰ্ঘেশ্বৰী দেৱালয়ব্ৰহ্মপুত্ৰ নদসাত বিহুটুক্ৰেশ্বৰী দেৱালয়অভিধানদূৰদৰ্শন (চেনেল)ভাৰতীয় জনতা পাৰ্টিঅসমৰ লোকবাদ্যভাৰতৰ নিৰ্বাচন আয়োগবিশেষ শিক্ষাগণিতআইদেউ সন্দিকৈচকলংনাগৰিকত্ব (সংশোধনী) আইন, ২০১৯তোলনি বিয়াকামৰূপী লিপি🡆 More