জৈৱিক লিংগ

বহু জীৱৰ প্ৰজাতিবোৰৰ মাজত পুং আৰু স্ত্ৰী নামৰ দুটা প্ৰকাৰ থাকে, ইয়াকেই লিংগ (ইংৰাজী: sex) বোলে। যৌন প্ৰজননৰ ফলত জিনীয় লক্ষণসমূহৰ মিশ্ৰণ আৰু যোজন হয়: অপত্য সৃষ্টি কৰিবৰ বাবে বিশেষভাৱে বিভাজিত জননকোষে পিতৃ-মাতৃৰ জিনীয় লক্ষণবোৰ অপত্যলৈ পৰিবহণ কৰে। কিছুমান জননকোষ গঠন আৰু কাৰ্যত একে হোৱা দেখা যায় (isogamy বোলে), কিন্তু বহু ক্ষেত্ৰত জীৱৰ লিংগভেদে জননকোষৰ গঠন আৰু কাৰ্য একে নহয় (anisogamy)। পুং জননকোষবোৰ সৰু, চলনক্ষম, আৰু জিনীয় তথ্যবোৰ বহু দূৰলৈ কঢ়িয়াই নিব পাৰে, আনহাতে স্ত্ৰী জননকোষবোৰ ডাঙৰ, চলনক্ষম নহয় আৰু আৰু নতুনকৈ সৃষ্টি হবলহা জীৱটোৰ প্ৰাৰম্ভিক বিকাশৰ বাবে প্ৰযোজনীয় পুষ্টিৰ যোগান ধৰে। মানুহ আৰু অন্য স্তন্যপায়ীৰ, পুং লিংগই XY লিংগ-নিৰ্ধাৰণ পদ্ধতিৰ XY ক্ৰম'জম, আনহাতে স্ত্ৰী লিংগই XX ক্ৰম'জম বহন কৰে।

জৈৱিক লিংগ
পুং জননকোষে (শুক্ৰাণু) স্ত্ৰী জননকোষক (ডিম্বাণু) নিষেচিত কৰে।

জীৱই উৎপাদন কৰা বীজকোষে ইয়াৰ লিংগ নিৰ্ধাৰণ কৰে: পুং জীৱই পুং জননকোষ (spermatozoa, বা স্তন্যপায়ীৰ শুক্ৰাণু; উদ্ভিদৰ পৰাগ) আনহাতে স্ত্ৰীয়ে স্ত্ৰী জনন কোষ সৃষ্টি কৰে (ডিম্বাণু, বা কণী); কিছুমান জীৱই পুং আৰু স্ত্ৰী উভয় জননকোষৰ উৎপাদন কৰে (hermaphroditic)। সাধাৰণতে, জীৱৰ লিংগভেদে শাৰীৰিক ভিন্নতা পৰিলক্ষিত হয়।

তথ্য সংগ্ৰহ

Tags:

ইংৰাজী ভাষাজীৱপ্ৰজাতিস্তন্যপায়ী

🔥 Trending searches on Wiki অসমীয়া:

বৃত্তভাৰতৰ উচ্চতম ন্যায়ালয়মাধৱ কন্দলিজোনবিল মেলাঅসমীয়া সাহিত্যলিংগ বৈষম্য আৰু ভাৰতীয় নাৰীমাধৱদেৱহোমাৰঅৰ্জুন ভঞ্জননাৰীবাদসাহিত্যৰ সমাজতত্ত্বকমলাকান্ত ভট্টাচাৰ্য্যঘৰচিৰিকাঅব্যয় পদমূলা গাভৰুব’হাগএককোষী জীৱলোকাচাৰঅসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকাচ্যু-কা-ফাশব্দবিত্তীয় ব্যৱস্থাভাইটি (চলচ্চিত্ৰ)মোৱামৰীয়া বিদ্ৰোহনৱবিধা ভক্তিহোমেন বৰগোহাঞিৰাম বিজয়সতীঅসমৰ লোকবাদ্যমিঠু বৰুৱাযোৰহাটসাগৰ দেখিছা (কবিতা সংকলন)কাৰেঙৰ লিগিৰীশ্ৰীকৃষ্ণকীৰ্তনবৰ্মণ ৰাজবংশমণিপুৰভাৰতৰ ৰাজনৈতিক দলসমূহৰ তালিকাআন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিঅসম চুক্তিভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্যৰামমোহন ৰায়হীৰেন গোহাঁইদৰ্শনযতীন গোস্বামীমহাদেশমানৰ অসম আক্ৰমণভাৰত-আৰ্য ভাষা পৰিয়ালশুৱালকুছিপাকস্থলীদশৰথঅসহযোগ আন্দোলনবেদঅসমীয়া ভাষাৰ শব্দসম্ভাৰচন্দ্ৰকুমাৰ আগৰৱালাঅসম আৰক্ষীপাঠ পৰিকল্পনাবৃহস্পতি গ্ৰহঅলিম্পিকবিশ্বনাথ ঘাটসন্ধিচিপাহী বিদ্ৰোহ ১৮৫৭ভাইৰাছভাৰতৰ জাতীয় পতাকাঠেঙ্গাল কছাৰী জনগোষ্ঠীজৈৱ বৈচিত্ৰ্যমাটিভাৰতৰ ইতিহাসযকৃৎৰাভা জনগোষ্ঠীব্ৰিটিছ ৰাজবৰপেটা সত্ৰজ্যোতিপ্ৰসাদ আগৰৱালাইউনিক’ডভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্য🡆 More