লংলেং জিলা

লংলেং জিলা নাগালেণ্ডৰ এঘাৰখন জিলাৰ ভিতৰত অন্যতম জিলা৷ এই জিলাখনৰ সংখ্যাগৰিষ্ঠ লোক সকল হৈছে ফ’ম জনজাতিৰ (Phom tribe)৷ পূৰ্বতে লংলেং জিলা নাগালেণ্ডৰ টুৱেনছাং জিলা প্ৰশাসনৰ অধীনত আছিল যদিও ২০০৪ জনৰ জানুৱাৰী মাহত এই জিলাক পৃথক জিলাৰ মৰ্যদা প্ৰদান কৰা হয়৷

লংলেং জিলা
—  জিলা  —
লংলেং জিলা
নাগালেণ্ডত লংলেং জিলাৰ অৱস্থান
নাগালেণ্ডত লংলেং জিলাৰ অৱস্থান
ৰাজ্য নাগালেণ্ড
দেশ লংলেং জিলা ভাৰত
বিধানসভা সমষ্টি লংলেং
উচ্চতা ১,০৬৬ মিটাৰ (৩,৪৯৭.৩৮ ফুট)
জনসংখ্যা (২০১১)
 - মুঠ ৫০,৫৯৩ জন
সময় অঞ্চল ভা.মা.স. (গ্ৰী.মা.স.+05:30)
আই এচ অ’ ৩১৬৬ কোড IN-NL
ৱেবছাইট longleng.gov.in

ভৌগোলিক অৱস্থান

লংলেং নাগালেণ্ডৰ দশম জিলা৷ এই জিলাৰ উত্তৰে মন জিলা, দক্ষিণে টুৱেনছাং জিলা আৰু পশ্চিমে মককচুং জিলা অৱস্থিত৷ এই জিলাৰ সদৰঠাই লংলেং যি সাগৰ পৃষ্ঠৰ পৰা ১০৬৬ মিটাৰ উচ্চতাত অৱস্থিত৷ এই জিলাৰ প্ৰধান টাউনসমূহ হৈছে তামলু (Tamlu) আৰু লংলেং আৰু মূল নদী দিখো (Dikhu)।

জনসংখ্যা

২০১১ জনৰ জনসংখ্যা অনুসৰি লংলেং জিলাৰ মুঠ জনসংখ্যা ৫০,৫৯৩ জন৷ গতিকে ভাৰতৰ মুঠ ৬৪০ খন জিলাৰ ভিতৰত জনসংখ্যাৰ ফালৰ পৰা এই জিলাৰ স্থান ৬৩২৷ লংলেঙৰ প্ৰতি ১০০০ গৰাকী পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৯০৩ গৰাকী৷ এই জিলাৰ সাক্ষৰতাৰ হাৰ ৭৩.১%।

লংলেং জিলাৰ সংখ্যাগৰিষ্ঠ লোকে ব্যৱহাৰ কৰা ভাষাটো হ’ল ফ’ম (Phom)৷

তথ্যসূত্ৰ

Tags:

নাগালেণ্ড

🔥 Trending searches on Wiki অসমীয়া:

দক্ষিণপাট সত্ৰবিপন্ন প্ৰজাতিৰামৰবীন্দ্ৰনাথ ঠাকুৰব্ৰহ্মপুত্ৰ নদকৰ্কট ৰোগজয়মতী কুঁৱৰীআহোম বিবাহ পৰম্পৰাবাথৌ পূজালক্ষ্যধৰ চৌধুৰীজিকিৰঠেঙ্গাল কছাৰী জনগোষ্ঠীসৌৰভ কুমাৰ চলিহানদীপাকস্থলীঅসমৰ পৰ্যটনস্থলসমূহৰ তালিকাশিক্ষক দিৱসআন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিনেপালী জনগোষ্ঠীভাৰতীয় সাহিত্যভেঁকুৰনাট্য শাস্ত্ৰশ্ৰীমন্ত শংকৰদেৱমোপিন উত্‍সৱকাৰ্বি জনগোষ্ঠীআৰ্যভট্টধৰিত্ৰী দিৱসঅসমীয়া প্ৰতিদিনগুৱাহাটীবহনক্ষম উন্নয়নৰ লক্ষ্যঅসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকাৰাজনৈতিক দলঅসম বিধানসভাইন্দিৰা মিৰিএকচেটীয়া বজাৰবিবাহকীৰ্তন-ঘোষাবিজ্ঞাপনউমাচল শিলালিপিশিশু সাহিত্যগোলাঘাট জিলাপাচনঅসম সাহিত্য সভাভাৰতৰ প্ৰধানমন্ত্ৰীগোলকীকৰণকুলধৰ শইকীয়াবড়োলেণ্ডখামটি জনগোষ্ঠীআৰ্নেষ্ট ৰাডাৰফ'ৰ্ডবিল গেট্‌ছঘৰ শালিকাহীৰেন্দ্ৰ নাথ দত্তভগদত্তভাৰতৰ উচ্চতম ন্যায়ালয়অসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকাজুবিন গাৰ্গঋণাত্মক অখণ্ড সংখ্যাভাৰতৰ ৰাজ্যিক গছসমূহৰ তালিকাবৰপেটাপ্ৰদূষণপুথিভঁৰাললক্ষ্মীনাথ বেজবৰুৱাঅসমসাঁথৰৰংভাৰতৰ নিৰ্বাচন আয়োগযতি-চিননেতাই ধুবুনী ঘাটসোণোৱাল কছাৰীগদ্যকমলাবাৰী সত্ৰফুটবলবিহুৰ বাদ্যযন্ত্ৰঅসমীয়া শিশু আলোচনীসমূহৰ তালিকাজলসিঞ্চনভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকামহা মৃত্যুঞ্জয় মন্দিৰ🡆 More