ভেড়া: ৰ ছাল

ভেড়া (ইংৰাজী: Sheep; বৈজ্ঞানিক নাম: Ovis aries) হৈছে এবিধ চাৰিঠেঙীয়া পোহনীয়া জন্তু। ইহঁত আৰ্টিঅডাকটাইলা বৰ্গৰ অন্তৰ্গত অভিছ গণৰ প্ৰজাতি।

পোহনীয়া ভেড়া
ভেড়া: ৰ ছাল
এপাল ভেড়া
সংৰক্ষণ স্থিতি
পোহনীয়া
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Mammalia
বৰ্গ: Artiodactyla
পৰিয়াল: Bovidae
উপপৰিয়াল: Caprinae
গণ: Ovis
প্ৰজাতি: O. aries
বৈজ্ঞানিক নাম
Ovis aries
লিনিয়াছ, ১৭৫৮

ইউৰোপ আৰু এছিয়াৰ বন্য mouflonৰ পৰা ভেড়াৰ উদ্ভৱ হৈছিল। ইহঁতক কৃষি, ঊণ, মাংস আৰু গাখীৰৰ বাবে পালন কৰা হয়। ভেড়াৰ ঊণ হৈছে একপ্ৰকাৰৰ বহুল ব্যৱহৃত জৈৱিক আঁহ। ইয়াৰোপৰি বিজ্ঞানৰ বিভিন্ন পৰীক্ষা-নিৰীক্ষাতো ইহঁতক ব্যৱহাৰ কৰা হয়।

তথ্য সংগ্ৰহ

Tags:

ইংৰাজী ভাষাগণ (জীৱবিদ্যা)ঘৰুৱাকৰণপ্ৰজাতি (জীৱবিদ্যা)বৰ্গ (জীৱবিদ্যা)স্তন্যপায়ী প্ৰাণী

🔥 Trending searches on Wiki অসমীয়া:

অসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকাকম্পিউটাৰগোলকীয় উষ্ণতা বৃদ্ধিমোহনদাস কৰমচান্দ গান্ধীৰামধেনুৰসায়ন বিজ্ঞানজুবিন গাৰ্গহিমন্ত বিশ্ব শৰ্মালোকাচাৰভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকাপৰম্পৰাকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানশিক্ষা মনোবিজ্ঞানতেজগান্ধীবাদতিনিচুকীয়া জিলাহিন্দী ভাষানুৰ জাহানভোলানাথ দাসহিতেশ্বৰ বৰবৰুৱাএককোষী জীৱঅসমৰ নৃ-প্ৰজাতীয় গাঁথনিমানৱ ভূগোলপানীআগ্নেয়গিৰিসত্যনাথ বৰাঅন্তৰীপ (উপন্যাস)কমলাকান্ত ভট্টাচাৰ্য্যলীলা গগৈনৰকাসুৰভলিবলতলাতল ঘৰশালস্তম্ভ ৰাজবংশনাৰীবাদভূগোলপ্ৰকৃতিকোষ (জীৱবিজ্ঞান)সিংহঅপভ্ৰংশচলচ্চিত্ৰমৌ-মাখিমৰুভূমিপৰিয়ালগড়গাঁওজিকিৰগোৱালপাৰা জিলাহীৰেন ভট্টাচাৰ্যঅসমীয়া সাহিত্যৰ অৰুণোদয় যুগহেম বৰুৱা (ত্যাগবীৰ)ডাকৰ বচনআন্তৰ্জাতিক মান গ্ৰন্থ সংখ্যানুৰ জাহান (মোগল সম্ৰাজ্ঞী)বিশ্ব মেলেৰিয়া দিৱসনাৰী সবলীকৰণপূৰ্ণ প্ৰতিযোগিতাৰ বজাৰধুবুৰী (লোকসভা সমষ্টি)ম'হৰ শিঙৰ পেঁপাইংলেণ্ডধাতু আৰু অধাতুঅণুবীক্ষণ যন্ত্ৰঅসমৰ ৰাজ্যিক প্ৰতীকসমূহনামঘোষাপাণিনিঅসমৰ পৰম্পৰাগত সাজ- পাৰৰমন্যাসবাদপ্ৰাক-ইতিহাসঅনুসূচীত জাতি আৰু অনুসূচীত জনজাতিঅসমত দেখা পোৱা মাছৰ তালিকাগুৱাহাটীভাৰতৰ উপৰাষ্ট্ৰপতিমাটিব্যক্তিত্বঅসমৰ লোকসভা সমষ্টিসমূহৰ তালিকাআহোম ৰাজবংশবংগ বিভাজন (১৯০৫)🡆 More