প্ৰতিবন্ধকতা

প্ৰতিবন্ধকতা বা অক্ষমতা (ইংৰাজী: disability) হৈছে যিকোনো প্ৰকাৰৰ শাৰীৰিক, সংজ্ঞানাত্মক, মানসিক, সংবেদনাত্মক, বিকাশজনিত অথবা ইহঁতৰ সংমিশ্ৰিত বিকাৰজনিত সমস্যা। প্ৰতিবন্ধকতা জন্মগতভাৱে বা ব্যক্তিৰ জীৱন কালত দেখা দিব পাৰে।

প্ৰতিবন্ধকতা
Accessৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতীক চিহ্ন।

প্ৰতিবন্ধকতা এটা বহুঅৰ্থযুক্ত শব্দ, বিভিন্ন বিকাৰ, কাৰ্যক্ষমতাৰ সীমাবদ্ধতা, আৰু অংশগ্ৰহণৰ বাধাগ্ৰস্থতা বুজায়। বিকাৰ হৈছে এক প্ৰকাৰৰ দৈহিক কাৰ্য আৰু গঠনৰ সমস্যা; কাৰ্যক্ষমতাৰ সীমাবদ্ধতাই কোনো ব্যক্তিয়ে কোনো কাৰ্য সম্পাদন কৰোঁতে পোৱা জটিলটাক সূচায়; আনহাতে অংশগ্ৰহণৰ বাধাগ্ৰস্থতা হৈছে কোনো ব্যক্তিয়ে জীৱনৰ বিভিন্ন পৰিস্থিতিৰ লগত জড়িত হওঁতে লাভ কৰা সমস্যাসমূহৰ অভিজ্ঞতাক বুজায়। এনেদৰে, কোনো ব্যক্তিৰ দৈহিক বৈশিষ্ট্য আৰু তেওঁ বাসকৰা সমাজখনৰ বৈশিষ্ট্যৰ মাজৰ আন্তঃক্ৰিয়াসমূহ প্ৰতিফলিত কৰা প্ৰতিবন্ধকতা এটা অতি জটিল পৰিঘটনা।

কোনো ব্যক্তিৰ অতীতত থকা বিকাৰ অথবা ব্যক্তিগত বা দলীয় মানদণ্ড বা মাপাংকৰ ভিত্তিত কোনো ব্যক্তিক অক্ষম বুলি কোৱা হয়। এনে বিকাৰসমূহ শাৰীৰিক, সংবেদনাত্মক, আৰু সংজ্ঞানাত্মক বা বিকাশজনিত প্ৰতিবন্ধকতা হ'ব পাৰে। মানসিক বিসংগতি (psychiatric বা psychosocial disability বুলিও কোৱা হয়) আৰু বিভিন্ন ধৰণৰ অৰ্জিত ৰোগকো প্ৰতিবন্ধকতা বুলি নিৰ্ধাৰণ কৰা হয়।

কিছু লোকে "প্ৰতিবন্ধকতা"ক, বিতৰ্কিতভাৱে সমাজত অন্যায়পূৰ্ৱক লাঞ্চিত বুলি বিবেচিত বিকাশজনিত ভিন্নতাৰ বিশেষ পৰিস্থিতি বুলি বৰ্ণনা কৰিছে। ইয়াৰোপৰি, অন্য কিছুৱে প্ৰতিবন্ধকতা কোনো বিকাৰ নহয়, ই সমাজৰ মূলসুঁতিৰ পৰা বহিষ্কৰণ (ableism)ৰ ফলশ্ৰুতি বুলিহে কব বিচাৰে।

তথ্য সংগ্ৰহ

Tags:

ইংৰাজী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

অৰ্থনীতিসাম্যবাদী সমাজৰামনামঘৰবাগ্‌ধ্বনিসংখ্যাৰ প্ৰকাৰসমূহৰ তালিকাঅসমীয়া ভাষালখিমপুৰ জিলাবিষুৱ ৰেখাতিৱা জনগোষ্ঠীআলি আঃয়ে লৃগাংচিৰ চেনেহী মোৰ ভাষা জননীপতঞ্জলিৰ যোগসূত্ৰসঁফুৰা (শিশু আলোচনী)জ্যোতিপ্ৰসাদ ৰচনাৱলীউচ্চ ৰক্তচাপসমাৰ্থক শব্দভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকাশেলাইঅসমত গঁ‌ড়ৰ চোৰাং চিকাৰবিৰিঞ্চি কুমাৰ বৰুৱালখিমপুৰ (লোকসভা সমষ্টি)আধা লেখা দস্তাবেজপাইক প্ৰথাঅপৰিমেয় সংখ্যাকামৰূপ ৰাজ্যঅনুবাদকাৰেঙৰ লিগিৰীমোৰ জীৱন সোঁৱৰণহিন্দী ভাষাগগৈআয়ুৰ্বেদলভিতাবিষ্ণুপ্ৰসাদ ৰাভাবিবাহঅসমৰ জনগোষ্ঠীনীতি আয়োগবাণিজ্যপদ (ব্যাকৰণ)প্ৰশান্ত মহাসাগৰঅসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকাগান্ধাৰীএহাত ডাবাআৰবী ভাষাৰামায়ণৰাভা ভাষাথাই ভাষাসংবিধান দিৱস (ভাৰত)মেলেৰিয়াশ্ৰী সূৰ্য পাহাৰবহনক্ষম উন্নয়নৰ লক্ষ্যসংগীতব’হাগমহেঞ্জোদাৰোকমলাকান্ত ভট্টাচাৰ্য্যগান্ধীবাদভাৰতৰ সংৰক্ষণ ব্যৱস্থাআন্তৰ্জাতিক মানৱ অধিকাৰ আইনসতী সাধনীঅসমৰ লোকসভা সমষ্টিসমূহৰ তালিকানিৰুপমা বৰগোহাঞিভগদত্ততাল (বাদ্যযন্ত্ৰ)কামৰূপী উপভাষাৱিকিমিডিয়া ফাউণ্ডেশ্যনমৃত্যুঞ্জয়অসমৰ পুৰণি স্থাপত্যগণতন্ত্ৰঅভিধানঅসীমত যাৰ হেৰাল সীমাঅৰুণোদইসৌৰজগতঅসহযোগ আন্দোলনভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকাধাতু আৰু অধাতু🡆 More